Matthew 27

Matthew 27:1

যীচুৰ বিচাৰ আৰু মৃত্যুৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

Matthew 27:3

লিখকে যীচুক বন্দী কৰাৰ কথা কবলৈ এৰিলে যাতে যিহুদাই কেনেকৈ নিজকে বধ কৰিলে সেই কাহিনী কব পাৰে(২৭:৩ ১০)

তেতিয়া যিহুদাই যেতিয়া

আপোনাৰ ভাষাত কাহিনীটো খণ্ড খণ্ড হোৱাটো আৰু নতুন কাহিনী এটা আৰম্ভ হোৱা দেখুৱাবলৈ উপায় থাকিলে, ইয়াত ব্যৱহাৰ কৰিব পাৰে।

ত্ৰিশটো ৰূপৰ মুদ্ৰা

যীচুক প্ৰবঞ্চনা কৰিবলৈ মহা পুৰোহিতবিলাকে যিহুদাক দিয়া টকা(২৬:১৫)

নিৰ্দোষীৰ ৰক্তপাত

“এজন ব্যক্তি যি মৰিবলগীয়া নহয়” (বাক্যালঙ্কাৰ চাওক)

Matthew 27:6

যিহুদাই কেনেকৈ নিজকে বধ কৰিলে সেইটোৰ বিৱৰণ ইয়াত চলি আছে।

এইটো ইয়াত ৰখা বিধিগত নহয়

“আমাৰ বিধানে এইটো ইয়াত থোৱাটো অনুমোদন নিদিয়ে”

এইটো ভৰোৱা

“এই ৰূপখিনি ভৰোৱা”

তেজৰ মুল্য

এজন মানুহ মৰিবলৈ টকা দিয়া হৈছিল (বাক্যালঙ্কাৰ আৰু UDB চাওক)

কুমাৰৰ পথাৰ(মাটি)

যিৰূচালেমত যিবিলাক বিদেশী মৰে সেইবিলাকক কবৰ দিবলৈ এইখন পথাৰ কিনা হৈছিল (UDB চাওক)

আজিলৈকে

লিখকে এইটো লিখালৈকে সেই সময়।

Matthew 27:9

যিহুদাই কেনেকৈ নিজকে বধ কৰিলে সেইটোৰ বিৱৰণ ইয়াত চলি আছে।

তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰা যিটো কোৱা হৈছিল সেইটো পৰিপুৰ্ণ হ’ল, কৈছিল

“যিৰিমিয়া ভাববাদীয়ে এই ভাববাণী কৈছিল, আৰু এইটো পুৰ্ণ হ’ল;তেওঁ কৈছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

ইস্ৰায়েল মানুহবিলাক

ইস্ৰায়েলীয়া ধৰ্ম্মীয় নেতাবিলাক (বাক্যালঙ্কাৰ চাওক)

মোক নিৰ্দেশ দিছিল

“যিৰিমিয়া ভাববাদীক” নিৰ্দেশ দিছিল (২৭:৯)

Matthew 27:11

২৭:২ পদৰ পৰা ৰোমীয়া ৰাজ্যপালৰ আগত যীচুক বিচাৰ কৰা কাহিনীৰ বৰ্ণনা এইটো চলি আছে।

এতিয়া

আপোনাৰ ভাষাত কাহিনীৰ খণ্ড এটা শেষ হোৱাৰ পাছত পুনৰ চলাই যাবলৈ উপায় থাকিলে ইয়াত ব্যৱহাৰ কৰিব পাৰে।

ৰাজ্যপালে

পীলাত (২৭:১)

তুমিয়েই কৈছা

“তুমি এইটো মানি লৈছা” (বাক্যাংশ চাওক)

কিন্তু যেতিয়া প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে তেওঁক দোষ দি আছিল

AT: “কিন্তু যেতিয়া প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলো তেওঁক দোষ দি আছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তোমাৰ বিৰুদ্ধে এই সকলোবোৰ অভিযোগ শুনা নাইনে?

“তুমি কৰা বেয়া কামবোৰৰ যি বিলাকে এই তোমাক দি আছে তুমি তাৰ উত্তৰ নিদিয়াত মই অতি আচৰিত হৈছোঁ!” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

এটা কথা, যিটোত ৰাজ্যপালজন অতিশয় আচৰিত হৈছিল

AT: “এটা কথা; এইটোত ৰাজ্যপালজন অতিশয় আচৰিত হ’ল”

Matthew 27:15

ৰোমীয়া ৰাজ্যপালৰ আগত যীচুক বিচাৰ কৰা কাহিনীৰ বৰ্ণনা এইটো চলি আছে।

এতিয়া

মুল কাহিনীৰ লগত চিন হিচাপে বিৰতিৰ এই কথাটো ইয়াত ব্যৱহাৰ হৈছে যাতে লিখনিৰ গঠনশৈলীৰ আৰম্ভণীত কি ঘটিছিল তাৰ তথ্য লিখকে পঢ়ুৱৈসকলক দিব পাৰে নেপথ্যৰ তথ্য

পৰ্ব্বত(উৎসৱত)

নিস্তাৰ পৰ্ব্ব (২৬:২) পালন কৰাৰ সময়ত যি উৎসৱ কৰা হয়।

ভীৰৰ মানুহবিলাকৰ দ্বাৰা মনোনীত কৰা বন্দী

AT: “ ভীৰৰ মানুহবিলাকে যিজন বন্দীক মনোনীত কৰে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

অতি জঘন্য

কিবা বেয়া কাম কৰাত অতি পৰিচিত।

Matthew 27:17

ৰোমীয়া ৰাজ্যপালৰ আগত যীচুক বিচাৰ কৰা কাহিনীৰ বৰ্ণনা এইটো চলি আছে।

তেওঁক শোধাই দিয়া হ’ল

“যীচুক তেওঁৰ ওচৰলৈ লৈ অনা হ’ল” যাতে পীলাতে যীচুক বিচাৰ কৰিব পাৰে

যেতিয়া তেওঁ বহি আছিল

“যেতিয়া পীলাত বহি আছিল”

বিচাৰৰ আসনত বহি আছিল

এজন বিষয়া হিচাপে তেওঁৰ নিজা কৰ্তব্য কৰি আছিল (প্ৰকাশভঙ্গী চাওক)

বাৰ্ত্তা পঠালে

“এটা বাতৰি পঠালে”

Matthew 27:20

ৰোমীয়া ৰাজ্যপালৰ আগত যীচুক বিচাৰ কৰা কাহিনীৰ বৰ্ণনা এইটো চলি আছে।

সিহঁতক সুধিলে

“ভীৰৰ মানুহবিলাকক সুধিলে”

Matthew 27:23

ৰোমীয়া ৰাজ্যপালৰ আগত যীচুক বিচাৰ কৰা কাহিনীৰ বৰ্ণনা এইটো চলি আছে।

তেওঁ কি কৰিলে

“যীচুৱে কি কৰিলে”

সিহঁতে চিঞঁৰি উঠিল

“ভীৰৰ মানুহবিলাকে চিঞঁৰি উঠিল”

সেই তেজ

“সেই মৃত্যু” (বাক্যালঙ্কাৰ চাওক)

Matthew 27:25

ৰোমীয়া ৰাজ্যপালৰ আগত যীচুক বিচাৰ কৰা কাহিনীৰ বৰ্ণনা এইটো চলি আছে।

তাৰ তেজ আমাৰ ওপৰত আৰু আমাৰ সন্তানবিলাকৰ ওপৰত পৰক!

“হয়! আমি আৰু আমাৰ বংশধৰবিলাকে তাক দিয়া মৃত্যুদণ্ডটোৰ আনন্দেৰে দায়িত্বশীল হম” (বাক্যালঙ্কাৰ চাওক)

Matthew 27:27

ৰোমীয়া সৈন্যবিলাকে যীচুক অপমান কৰাৰ বৰ্ণনা এইটোত আৰম্ভ হৈছে।

প্ৰিটৰিয়ম

সাম্ভাব্য অৰ্থবোৰ: ১) য‘ত সৈন্যবিলাক থাকে (UDB চাওক) বা ২) য‘ত ৰাজ্যপাল থাকে

তেওঁক বখলিয়ালে

“তেওঁৰ কাপোৰ টানি খুলি পেলালে”

ৰঙা বৰণ

উজ্জল ৰঙা

জয় জয়

“আমি তোমাক সন্মান কৰিছো” বা “ তুমি দীৰ্ঘজীৱি হোৱা”

Matthew 27:30

ৰোমীয়া সৈন্যবিলাকে যীচুক অপমান কৰাৰ বৰ্ণনা এইটোত চলি আছে।

সিহঁতে... সিহঁতে... সিহঁতে

পীলাতৰ সৈন্যবিলাকে

তেওঁক... তেওঁক... তেওঁক... তেওঁক... তেওঁৰ... তেওঁক... তেওঁক... তেওঁক

যীচু

Matthew 27:32

যীচুক যেতিয়া ক্ৰূচত দিয়া হৈছিল তাৰ বিৱৰণেৰে এইটো আৰম্ভ হৈছে।

তেওঁলোক ওলাই আহোঁতে

“ তেওঁলোকে যিৰূচালেমৰ পৰা ওলাই আহোঁতে” (স্পষ্টতা আৰু সৰলতো চাওক)

যিজনক তেওঁলোকে তেওঁলোকৰ লগত যাবলৈ জোৰ কৰিছিল যাতে সি তেওঁৰ ক্ৰূচডাল কঢ়িয়াই নিব পাৰে

“যিজনক সৈন্যবিলাকে তেওঁলোকৰ লগত যাবলৈ জোৰ কৰিছিল যাতে সি যীচুৰ ক্ৰূচডাল কঢ়িয়াই নিব পাৰে”

গলগথা বুলি কোৱা ঠাই

“সেই ঠাইডোখৰক মানুহে গলগথা বুলি কৈছিল”

তিতা পিত্ত

শৰীৰে হজম কৰাত ব্যৱহাৰ কৰা হালধীয়া তিতা জুলীয়া পদাৰ্থ।

Matthew 27:35

যীচুক যেতিয়া ক্ৰূচত দিয়া আৰু মৃত্যুহোৱা হোৱাৰ বিৱৰণ এইটোত চলি আছে।

পিন্ধা কাপোৰ

যীচুৱে পিন্ধি থকা কাপোৰ (স্পষ্টতা আৰু সৰলতা চাওক)

Matthew 27:38

যীচুক যেতিয়া ক্ৰূচত দিয়া আৰু মৃত্যুহোৱা হোৱাৰ বিৱৰণ এইটোত চলি আছে।

দুজন ডকাইতক তেওঁৰ লগত ক্ৰূচত দিয়া হৈছিল

AT : “সৈন্যবিলাকে দুজন ডকাইতক যীচুৰ লগত ক্ৰূচত দিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

সিহঁতৰ মুৰ জোকাৰিছিল

যীচুক ঠাট্টা কৰিবলৈ।

Matthew 27:41

যীচুক যেতিয়া ক্ৰূচত দিয়া আৰু মৃত্যুহোৱা হোৱাৰ বিৱৰণ এইটোত চলি আছে।

সি আনক ৰক্ষা কৰিছিল, কিন্তু সি নিজকে ৰক্ষা কৰিব নোৱাৰে

সাম্ভাব্য অৰ্থবোৰ হৈছে: ১) যীচুৱে আনক ৰক্ষা কৰিব পাৰে বুলি বা তেওঁ নিজকে ৰক্ষা কৰিব পাৰে বুলি যিহুদী নেতাবিলাকে বিশ্বাস কৰা নাছিল, (ব্যঙ্গ কৰা আৰু UDB চাওক) বা ২) তেওঁ আনক ৰক্ষা কৰিছিল বুলি তেওঁলোকে বিশ্বাস কৰিছিল কিন্তু এতিয়া তেওঁক হাঁহিছে কাৰণ তেওঁ এতিয়া নিজক ৰক্ষা কৰিব নোৱাৰে।

তেওঁ যিহুদীবিলাকৰ ৰজা

যীচু যিহুদীবিলাকৰ ৰজা বুলি সেই নেতাবিলাকে বিশ্বাস কৰা নাছিল।(ব্যঙ্গ কৰা চাওক)

Matthew 27:43

যীচুক যেতিয়া ক্ৰূচত দিয়া আৰু মৃত্যুহোৱা হোৱাৰ বিৱৰণ এইটোত চলি আছে।

আৰু সেই ডকাইত কেইজনক তেওঁৰ লগত ক্ৰূচত দিয়া হ’ল

“আৰু সেই ডকাইত কেইজনকো সৈন্যবিলাকে তেওঁৰ লগত ক্ৰূচত দিলে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 27:45

যীচুক যেতিয়া ক্ৰূচত দিয়া আৰু মৃত্যুহোৱা হোৱাৰ বিৱৰণ এইটোত চলি আছে।

চিঞঁৰিছিল

“চিঞঁৰি উঠিছিল” বা “বৰকৈ আটাহ পাৰিছিল”

এলী, এলী, লামা চাবাক্তানী

অনুবাদকে সাধাৰণতে এই শব্দবিলাক তেওঁলোকৰ থলুৱা ইব্ৰী ভাষাতে এৰিছে। (নামৰ অনুবাদ চাওক)

Matthew 27:48

যীচুক যেতিয়া ক্ৰূচত দিয়া আৰু মৃত্যুহোৱা হোৱাৰ বিৱৰণ এইটোত চলি আছে।

সিহঁতৰ এজন

সাম্ভাব্য অৰ্থবোৰ: ১) সৈন্যবিলাকৰ এজনে বা ২) তাত থিয় হৈ থকা আৰু চাই থকাবিলাকৰ এজনে

স্পঞ্জ

সাগৰীয়া জন্তু চপোৱা হয় আৰু পাছত জুলীয়া পদাৰ্থ ধৰি ৰাখি চেপি উলিয়াবলৈ ইয়াক তুলি ৰখা হয়।

এইটো তেওঁক দিলে

“এইটো যীচুক দিলে”

Matthew 27:51

যেতিয়া যীচু মৰিল সেই ঘটনাৰ বিৱৰণ এইটোত আৰম্ভ হৈছে।

চোৱা

লিখকে পঢ়ুৱৈক ইয়াৰ পাছত ঘটিব লগা আচৰিত কথাবোৰত মনোযোগ দিবলৈ কৈছে।

কবৰবোৰ মুকলি হ’ল, আৰু যিসকল সাধুসন্ত নিদ্ৰিত হৈছিল তেওঁলোকৰ দেহবোৰ জীয়াই তোলা হ’ল

“ঈশ্বৰে কবৰবোৰ মুকলি কৰিছিল আৰু নিদ্ৰিত হোৱা সাধু সন্তবিলাকৰ অনেক শৱ তোলা হ’ল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক) # নিদ্ৰিত হৈ থকা “মৰি থকা”(শুৱলা বৰ্ণনা চাওক)

কবৰবোৰ মুকলি হ’ল...অনেকক দেখা দিলে

এই ঘটনাৰ ধাৰাক্ৰমটো অস্পষ্ট। সাম্ভাব্য অৰ্থবোৰ: ভুমিকম্পৰ পাছত যেতিয়া যীচু মৰিল আৰু কবৰবোৰ মুকলি হ’ল ১) সাধু সন্তবিলাক জীয়াই উঠিল, যীচু পুনৰূত্থিত হ’ল,আৰু সাধু সন্তবিলাকে নগৰত প্ৰবেশ কৰিলে আৰু অনেক মানুহৰ দ্বাৰা দেখা গ’ল নাইবা ২) যীচু পুনৰূত্থিত হৈছিল, আৰু সাধু সন্তবিলাকক তোলা হ’ল, নগৰত প্ৰবেশ কৰিলে, আৰু বহুতো মানুহৰ দ্বাৰা দেখা গ’ল।

Matthew 27:54

যেতিয়া যীচু মৰিল সেই ঘটনাৰ অলৌকিক বিৱৰণ এইটোত চলি আছে।

Matthew 27:57

এইটোত যীচুৰ অন্তেষ্টিক্ৰিয়াৰ বিৱৰণেৰে আৰম্ভ হৈছে।

তেতিয়া পীলাতে এইটোত তেওঁক দিবলৈ আদেশ দিলে।

“তেতিয়া পীলাতো যীচুৰ দেহটো যোচেফক দিবলৈ সৈন্যবিলাকক আদেশ দিলে।”

Matthew 27:59

এইটোত যীচুৰ অন্তেষ্টিক্ৰিয়াৰ বিৱৰণ চলি আছে।

শণ

কিনিবলৈ অতি দামী এখন সুন্দৰ কাপোৰ

কবৰৰ বিপৰীতে

“কবৰটোৰ পৰা মাজেদি”

Matthew 27:62

যীচুৰ অন্তেষ্টিক্ৰিয়াৰ পিছৰ ঘটনাৰ বিৱৰণ এইটোত চলি আছে।

আয়োজনৰ দিন

নিস্তাৰ পৰ্ব্বৰ বাবে সাজু হবলৈ থকা দিনটো

সেই প্ৰবঞ্চক যেতিয়া জীয়াই আছিল

“যীচু, সেই প্ৰবঞ্চক যেতিয়া জীয়াই আছিল”

Matthew 27:65

যীচুৰ অন্তেষ্টিক্ৰিয়াৰ পিছৰ ঘটনাৰ বিৱৰণ এইটোত চলি আছে।

এক পহৰা

৪ ৰ পৰা ১৬ জন ৰোমীয়া সৈন্য

শিলটো মোহৰ মাৰা

সাম্ভাব্য অৰ্থবোৰ: ১) কবৰটোৰ প্ৰবেশ স্থানৰ শিলৰ দেৱালত দুয়োফালে সিহঁতে শিলটো ৰছীৰে বান্ধি সংযোগ কৰি ৰাখিছিল (UDB চাওক) বা ২) সিহঁতে শিলটো আৰু দেৱালৰ মাজত মোহৰ মাৰি দিছিল।

পহৰা দিয়া ৰাখিছিল

“ মানুহবিলাকে য’ত কবৰটো চুব পাৰে তাতে সৈন্যবিলাকক থিয় হৈ থাকিবলৈ কৈছিল”