Matthew 26

Matthew 26:1

যীচুৱে কেনেকৈ দুখভোগ কৰিব আৰু মৰিব সেইটো শিষ্যবিলাকক কবলৈ আৰম্ভ কৰিছে।

এইটো হবলৈ ধৰিছিল

আপোনাৰ ভাষাত কাহিনী এটাৰ নতুন অংশৰ আৰম্ভণীৰ চিন দিয়া উপায় থাকিলে, ইয়াত ব্যৱহাৰ কৰিব পাৰে।

এই সকলোবোৰ কথা

২৪:৪ ২৫ :৪৬ৰ সকলোবোৰ কথা

মানুহৰ পুত্ৰক ক্ৰূচবিদ্ধ কৰিবলৈ শোধাই দিয়া হব

“কিছুমান মানুহে মানুহৰ পুত্ৰক আন মানুহৰ হাতত শোধাই দিব যিবিলাকে তেওঁক ক্ৰূচবিদ্ধ কৰিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 26:3

যিহুদী নেতাবিলাকে যীচুক বন্দী কৰিবলৈ আৰু বধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল।

গোপনে

“গুপুতে”

পৰ্ব্বৰ সময়ত

বছেৰেকীয়া নিস্তাৰ পৰ্ব্বৰ সময়ত

Matthew 26:6

এগৰাকী মহিলাই যীচুৰ ওপৰত তেওঁৰ মৃত্যুৰ আগেয়ে তেল ঢালি দিছিল।

আওজি থাকা

একটিয়াকৈ পৰি থকা। মানুহবিলাকে যেতিয়া আহাৰ খায় সাধাৰণতে কেনে অৱস্থানত থাকে সেইটোত আপুনি আপোনাৰ ভাষা ব্যৱহাৰ কৰক।

এগৰাকী মহিলা তেওঁৰ ওচৰলৈ আহিছিল

এগৰাকী মহিলা যীচুৰ ওচৰলৈ আহিছিল।

ফটিকৰ টেমা

কোমল শিলেৰে প্ৰস্তুত কৰা অতি মুল্যৱান এটি পাত্ৰ।

সুগন্ধি দ্ৰব্য

মনোমোহা সুগন্ধ থকা তেল।

এনে হানি কৰাৰ কাৰণটো কি?

“এই সুগন্ধি দ্ৰব্য হানি কৰি এই মহিলা গৰাকীয়ে এটি বেয়া কাম কৰিলে!” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

Matthew 26:10

যি গৰাকী মহিলাই তেওঁক অভিষেক কৰিলে সেই মহিলা গৰাকীক যীচুৱে প্ৰশংসা কৰিছে।

এই মহিলা গৰাকীক কিয় আমনি কৰিছা ?

AT: “তোমালোকে এই মহিলা গৰাকীক আমনি কৰা উচিত নহয়!” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তোমালোক...তোমালোক...তোমালোক

শিষ্যবিলাক

Matthew 26:12

যি গৰাকী মহিলাই তেওঁক অভিষেক কৰিলে সেই মহিলা গৰাকীক যীচুৱে প্ৰশংসা কৰিয়েই আছে।

Matthew 26:14

শিষ্যবিলাকৰ মাজৰ এজনে যীচুক ধৰি বন্দী কৰি আৰু তেওঁক বধ কৰাবলৈ যিহুদী নেতাবিলাকৰ লগত সহমত হৈছিল।

তোমালোকৰ হাতত তেওঁক শোধাই দিম

“যীচুক তোমালোকৰ হাতত দিম” বা “যীচুক বন্দী কৰিবলৈ তোমালোকক সহায় কৰিম”

ত্ৰিশটা ৰূপৰ মুদ্ৰা

যিহেতু এই কথাবিলাক পুৰঁণি নিয়মৰ ভাববাণীৰ লগত একেই আছে, আধুনিক টকা পইচালৈ ৰূপ সলনি নকৰি এই ৰূপতেই ৰাখক।

তেওঁক সিহঁতৰ হাতত শোধাই দিবলৈ

“যীচুক বন্দী কৰিবলৈ প্ৰধান পুৰোহিতবিলাকক সহায় কৰা”

Matthew 26:17

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে নিস্তাৰ পৰ্ব্বৰ ভোজন কৰিবলৈ যুগুত হৈছে।

তেওঁ কৈছিল

“নগৰখনৰ এজন নিৰ্দিষ্ট মানুহৰ ওচৰলৈ যোৱা আৰু তেওঁক কোৱা, ‘গুৰুৱে কৈছে, “মোৰ সময় ওচৰ চাপিছে; মোৰ শিষ্যবিলাকৰ সৈতে তোমাৰ ঘৰত নিস্তাৰ পৰ্ব্বৰ ভোজন কৰিম।”’” যীচুৱে তেওঁৰ শিষ্যবিলাকক আন এজন মানুহক তেওঁৰ বাৰ্ত্তাটো কবলৈ কৈছে। AT: ‘গুৰুৱে কৈছে, “মোৰ সময় ওচৰ চাপিছে; মোৰ শিষ্যবিলাকৰ সৈতে তোমাৰ ঘৰত নিস্তাৰ পৰ্ব্বৰ ভোজন কৰিম।” বা “তেওঁ তেওঁৰ শিষ্যবিলাকক নগৰখনৰ এজন নিৰ্দিষ্ট মানুহ ওচৰলৈ গৈ কবলৈ দিছে যে গুৰুৱে কৈছে তেওঁৰ সময় ওচৰ চাপিছে আৰু তেওঁ তেওঁৰ শিষ্যবিলাকৰ সৈতে সেই মানুহজনৰ ঘৰত নিস্তাৰ পৰ্ব্বৰ ভোজন পালন কৰিব”

মোৰ সময়

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “মই তোমালোকক সেই সময়ৰ বিষয়ে (UDB চাওক) ” বা ২) “ঈশ্বৰে মোৰ বাবে নিৰূপণ কৰা সময়”(বাক্যাংশ চাওক)

ওচৰ চাপা

সাম্ভাব্য অৰ্থবোৰ: ১) “একেবাৰে ওচৰ” (UDB) বা ২) “আহি পালে” (বাক্যাংশ চাওক)

নিস্তাৰ পৰ্ব্ব পালন কৰিম

“নিস্তাৰ পৰ্ব্বৰ ভোজন কৰিম” বা “বিশেষ ভোজন কৰাৰ দ্বাৰাই নিস্তাৰ পৰ্ব্ব পালন কৰিম”

Matthew 26:20

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে নিস্তাৰ পৰ্ব্বৰ ভোজন কৰোঁতে তেওঁলোকক শিক্ষা দিছে।

তেওঁ ভোজন কৰিবলৈ বহিল

মানুহবিলাকে যেতিয়া আহাৰ খায় সাধাৰণতে কেনে অৱস্থানত থাকে সেইটোত আপুনি আপোনাৰ ভাষা ব্যৱহাৰ কৰক।

প্ৰভু, নিশ্চয়কৈ মই নহয় নে?

“মই সেইজন নিশ্চয়কৈ নহয়, মই নে, প্ৰভু? ” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

Matthew 26:23

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে নিস্তাৰ পৰ্ব্বৰ ভোজন কৰোঁতে তেওঁলোকক শিক্ষা দিয়েই আছে।

সেই মানুহজন যাৰ দ্বাৰা মানুহৰ পুত্ৰক প্ৰবঞ্চনা কৰা হয়

“সেই মানুহজন যিয়ে মানুহৰ পুত্ৰক প্ৰবঞ্চনা কৰে”

তুমি এইটো নিজকে ক’লা

“তুমি যেনেদৰে ক’লা, তুমিয়েই সেই জন” বা “তুমি এই মাত্ৰ তাক মানি ল’লা” (বাক্যাংশ চাওক)

Matthew 26:26

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে নিস্তাৰ পৰ্ব্বৰ ভোজন কৰোঁতে তেওঁলোকক শিক্ষা দিয়েই আছে।

লৈছিল... আশীৰ্ব্বাদ কৰিছিল...ভাঙিছিল

১৪:১৯ পদত অনুবাদ কৰাৰ দৰে এইটো কৰক।

Matthew 26:27

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে নিস্তাৰ পৰ্ব্বৰ ভোজন কৰোঁতে তেওঁলোকক শিক্ষা দিয়েই আছে।

লৈছিল

১৪:১৯ পদত অনুবাদ কৰাৰ দৰে এইটো কৰক।

এইবোৰ সিহঁতক দিছিল

“শিষ্য়বিলাকক এইবোৰ দিছিল”

নিয়মৰ তেজ(ৰক্ত)

“সেই নিয়ম যে কাৰ্য্যকৰী হৈছে তেজেই তাক দেখুৱাই” বা “তেজেহে সেই নিয়ম সম্ভব কৰি তোলে”

বাকি দিয়া হৈছে

“মৃত্যুত সেইটো বাকি দিয়া হৈছে” বা “অতি সোনকালে মোৰ শৰীৰৰ পৰা বৈ যাব” বা “যেতিয়া মই মৰিম মোৰ আঘাতৰ পৰা বৈ যাব”

দ্ৰাক্ষালতাৰ ফল

“দ্ৰাক্ষাৰস” (বাক্যাংশ চাওক)

Matthew 26:30

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে জৈতুন পৰ্ব্বতলৈ খোজেৰে গৈ থাকোঁতে তেওঁলোকক শিক্ষা দিয়েই আছে।

প্ৰশংসা গীত

ঈশ্বৰৰ প্ৰশংসাৰ এক গীত

পৰি যাব

“এৰি যাব”

সেই জাকৰ ভেড়া (মেৰ) বোৰ ছেদেলি

ভেদেলি হব AT: ১) “মেৰৰ জাকৰ সকলো মোৰ সিহঁতে ছেদেলি ভেদেলি কৰিব” (UDB) বা ২) “জাকৰ সেই মেৰবোৰ সকলো দিশলৈ পলাই যাব।”

জাকৰ মেৰ

শিষ্যবিলাক (প্ৰকাশভঙ্গী চাওক)

মই পুনৰূত্থিত হোৱাৰ পাছত

AT: “ঈশ্বৰে মোক পুনৰ জীয়াই তোলাৰ পাছত” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

মই জীয়াই উঠিলোঁ

AT: “ঈশ্বৰে মোক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে”

Matthew 26:33

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে জৈতুন পৰ্ব্বতলৈ খোজেৰে গৈ থাকোঁতে তেওঁলোকক শিক্ষা দিয়েই আছে।

পৰি যাব

২৬:৩১ পদত কৰাৰ দৰে অনুবাদ কৰক

কুকুৰাই ডাক দিয়াৰ আগেয়ে

AT: “সুৰ্য্যোদয় হোৱাৰ আগেয়ে”

কুকুৰা

এটা চৰাই বেলি উঠিলে অতি ডাঙৰকৈ চিঞঁৰে

ডাক দিয়া

কুকুৰাই কৰা শব্দ

Matthew 26:36

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে জৈতুন পৰ্ব্বতলৈ খোজেৰে গৈ থাকোঁতে তেওঁলোকক শিক্ষা দিয়েই আছে।

দুখিত হোৱা

অতি দুখিত হোৱা

Matthew 26:39

গেৎচিমানী বাগানত (বাৰী) যীচুৱে কৰা প্ৰাৰ্থনাৰে এই বৰ্ণনাটো আৰম্ভ হৈছে।

অধোমুখ কৰি পৰিল

প্ৰাৰ্থনা কৰিবলৈ উদ্দেশ্যগত ভাবে ভুমিলৈ মুখ কৰিলে।(বাক্যাংশ চাওক)

Matthew 26:42

গেৎচিমানী বাগানত (বাৰী) যীচুৱে কৰা প্ৰাৰ্থনাৰে এই বৰ্ণনাটো এইটোত চলি আছে।

তেওঁ আতৰি গৈছিল

“যীচুৱে আতৰি গৈছিল”

মই পান নকৰালৈকে

“দুখভোগৰ এই পান পাত্ৰ মই পান নকৰালৈকে”

তেওঁলোকৰ চকুবোৰ (টোপনিত) ভাৰী হৈছিল

“তেওঁলোকৰ বৰ টোপনি ধৰিছিল” (বাক্যাংশ চাওক)

Matthew 26:45

গেৎচিমানী বাগানত (বাৰী) যীচুৱে কৰা প্ৰাৰ্থনাৰে এই বৰ্ণনাটো এইটোত চলি আছে।

সেই সময় একেবাৰে ওচৰ

“সেই সময় আহিল”

পাপীবিলাকৰ হাতত

“পাপময় মানুহবিলাক” (উপলক্ষণ চাওক)

চোৱা

“মই তোমালোকক যি কবলৈ ওলাইছো তাত মনোযোগ দিয়া”

Matthew 26:47

গেৎচিমানী বাগানত (বাৰী) যীচুৱে কৰা প্ৰাৰ্থনাৰে এই বৰ্ণনাটো এইটোত চলি আছে।

তেওঁ যেতিয়া কথা কৈ আছিল

“যীচুৱে যেতিয়া কথা কৈ আছিল”

কৈছিল, “মই যিজনক চুমা দিম, তেওঁৱেই সেইজন। তেওঁকেই ধৰিবা।”

“কৈছিল যে তেওঁ যিজনক চুমা দিব তেওঁকেই তেওঁলোকে ধৰিব লাগে।” (বাক্যৰ উদ্ধৃতিবোৰ চাওক)

যিজনক মই চুমা দিম

“যিজনক মই চুমা দিম” বা “ যিজন মানুহক মই চুমা দিম” (UDB)

চুমা

কোনো এজনৰ শিক্ষকক সম্ভাষণ জনোৱাৰ এক সন্মানীয় উপায়।

Matthew 26:49

গেৎচিমানী বাগানত (বাৰী) যীচুৱে কৰা প্ৰাৰ্থনাৰে এই বৰ্ণনাটো এইটোত চলি আছে।

তেওঁ যীচুৰ ওচৰলৈ আহিছিল

“যিহুদা যীচুৰ ওচৰলৈ আহিল।”

তেওঁক চুমা দিলে

“এটা চুমা দি তেওঁক লগ কৰিলে”

যীচুৰ ওপৰত হাত দিলে

যীচুৰ ধৰি ললে তেওঁক হানি কৰিবলৈ আঁচনি কৰিলে।( বাক্যালঙ্কাৰ চাওক)

তেওঁক ধৰিলে

তেওঁক এজন বন্দী কৰি পেলালে।

Matthew 26:51

গেৎচিমানী বাগানত (বাৰী) যীচুৱে কৰা প্ৰাৰ্থনাৰে এই বৰ্ণনাটো এইটোত চলি আছে।

চোৱা

লিখকে কাহিনীটোত এজন নতুন মানুহক আনিছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ এক উপায় থাকিব পাৰে।

তুমি ভাবা নে কি যে মই মোৰ পিতৃ মাতিব নোৱাৰো, আৰু তেওঁ মোলৈ বাৰ বাহিনীতকৈ অধিক স্বৰ্গদূত পঠাই দিব?

AT: “তুমি এইটো জানিব লাগে যে মই মোৰ পিতৃক মাতিব পাৰো, আৰু তেওঁ মোলৈ বাৰ বাহিনীতকৈ অধিক স্বৰ্গদূত পঠাই দিব। ” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

বাৰ বাহিনীতকৈ অধিক স্বৰ্গদূত

স্বৰ্গদূতৰ সঠিক সংখ্যাটো গুৰুত্বপুৰ্ণ নহয়। (সাংখ্যিক অনুবাদ চাওক)

বাহিনীবোৰ

ৰোমীয়া সৈন্যৰ বিভাগবোৰৰ প্ৰায় ছয় হাজাৰ সৈন্য। (অজ্ঞাত অনুবাদ চাওক)

Matthew 26:55

গেৎচিমানী বাগানত (বাৰী) যীচুৱে কৰা প্ৰাৰ্থনাৰে এই বৰ্ণনাটো এইটোত চলি আছে।

তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ আহিছা নে? AT : “তোমালোকে জানা যে মই এজন ডকাইত নহয়, সেয়ে এইদৰে তৰোৱাল আৰু টাঙোন লৈ মোৰ ওচৰলৈ ওলাই অহাটো তোমালোকৰ ভুল হৈছে”(অলঙ্কাৰীক প্ৰশ্ন চাওক)

টাঙোন

মানুহক আঘাত কৰা কাঠৰ টান ডাঙৰ টুকুৰা।

তেওঁ এৰি গ’ল

যদি আপোনাৰ ভাষাত তেওঁক এৰি যোৱা অৰ্থ বুজাবলৈ শব্দ আছে যি ক্ষেত্ৰত তেওঁলোকে তেওঁৰ লগত থাকিব লাগিছিল, ইয়াত ব্যৱহাৰ কৰক।

Matthew 26:57

মহা পুৰোহিতৰ দ্বাৰা যীচুক প্ৰশ্ন কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

মহা পুৰোহিতৰ চোতাল

মহা পুৰোহিতৰ ঘৰৰ ওচৰৰ এখন মুকলি ঠাই।

Matthew 26:59

মহা পুৰোহিতৰ দ্বাৰা যীচুক প্ৰশ্ন কৰাৰ বৰ্ণনা এইটোত চলি আছে।

দুজন আগুৱাই আহিল

“দুজন মানুহ আগুৱাই আহিল” (UDB) বা “দুজন সাক্ষী আগুৱাই আহিল”

কৈছিল, “এই মানুহজনে কৈছিল, ‘মই এই ঈশ্বৰৰ মন্দিৰ ধ্বংস কৰিব আৰু ইয়াক তিনি দিনত পুনৰ সাজিব পাৰো।’”

AT: “সাক্ষ্য দিছিল যে যীচুৱে ঈশ্বৰৰ এই মন্দিৰ ভাঙি পেলাব আৰু এইটো তিনি দিনত পুনৰ সাজিব পাৰে বুলি কোৱা শুনিলোঁ।” (বক্তৃতাৰ উদ্ধৃতি চাওক)

এই মানুহজনে কৈছিল

“এই মানুহজন যীচুৱে কৈছিল”

Matthew 26:62

মহা পুৰোহিতৰ দ্বাৰা যীচুক প্ৰশ্ন কৰাৰ বৰ্ণনা এইটোত চলি আছে।

সিহঁতে তোমাৰ বিপক্ষে সাক্ষী দি আছে

“এই সাক্ষীবিলাকে তোমাৰ বিৰুদ্ধে সাক্ষ্য দি আছে”

তুমি খ্ৰীষ্ট হোৱা নে নোহোৱা তাক আমাক কোৱা

“যদি তুমি খ্ৰীষ্ট হোৱা তাক আমাক কোৱা”

তুমি নিজেই এইটো কৈছা

“মই হওঁ, তাক তুমিয়েই কৈছা” বা “এইমাত্ৰ তুমি এইটো মানি ল’লা” (বাক্যাংশ চাওক)

কিন্তু মই তোমাক কওঁ, এতিয়াৰ পৰা

যীচুৱে মহা পুৰোহিতক আৰু তাত থকা আন ব্যক্তিবিলাকক এইটো কৈছে।

এতিয়াৰ পৰা মানুহৰ পুত্ৰক তুমি দেখিবা

সাম্ভাব্য অৰ্থবোৰ হৈছে: ১) তেওঁলোকে মানুহৰ পুত্ৰক ভবিষ্যতে দেখিব(UDB চাওক) বা ২) “এতিয়া”ৰ দ্বাৰা যীচুৱে বুজাইছে যে তেওঁৰ মৃত্যুৰ সময়, মৃত্যুৰ পৰা তেওঁৰ পুনৰ আগমণ, আৰু তেওঁৰ স্বৰ্গলৈ উঠি যোৱা।

সেই পৰাক্ৰমৰ সোঁহাতে

“সেই সৰ্ব্বশক্তিমান ঈশ্বৰৰ সোঁ হাতে”

আকাশত মেঘত আহিব

“আকাশৰ মেঘত উঠি পৃথিবীলৈ আহিব”

Matthew 26:65

মহা পুৰোহিতৰ দ্বাৰা যীচুক প্ৰশ্ন কৰাৰ বৰ্ণনা এইটোত চলি আছে।

মহা পুৰোহিতে তেওঁৰ কাপোৰ ফালিলে

কপোৰ ফালি পেলোৱা খং দুখৰ চিন।

তেওঁলোকে উত্তৰ দিছিল

“যিহুদী নেতাবিলাকে উত্তৰ দিছিল”

Matthew 26:67

মহা পুৰোহিতৰ দ্বাৰা যীচুক প্ৰশ্ন কৰাৰ বৰ্ণনা এইটোত চলি আছে।

তেতিয়া তেওঁলোকে

সাম্ভাব্য অৰ্থবোৰ : “তেতিয়া মানুহবিলাকৰ কোনো কোনোৱে” বা “তেতিয়া সৈন্যবিলাকে”

তেওঁৰ মুখত থুই পেলালে

এক অপমানজনক ভাবে।

Matthew 26:69

পিতৰে যীচুক জানো বুলি কেনেকৈ তিনিবাৰ অস্বীকাৰ কৰিছে তাৰ বৰ্ণনা এইটোত আৰম্ভ হৈছে।

তোমালোকে কি কৈ আছা তাক মই নাজানো

সেই চাকৰণী ছোৱালীজনীয়ে কি কৈ আছিল পিতৰে বুজিব পাৰিছিল। তেওঁ এইবোৰ কথা ব্যৱহাৰ কৰিছে যে তেওঁ যীচুৰ লগত আছিল।

Matthew 26:71

পিতৰে যীচুক জানো বুলি কেনেকৈ তিনিবাৰ অস্বীকাৰ কৰিছে এইটোত তাৰ বৰ্ণনা চলি আছে।

যেতিয়া তেওঁ

“যেতিয়া পিতৰ”

দেৱালৰ তোৰণ

দেৱালৰ কাষৰ চোতালৰ মুকলি ঠাই।

Matthew 26:73

পিতৰে যীচুক জানো বুলি কেনেকৈ তিনিবাৰ অস্বীকাৰ কৰিছে এইটোত তাৰ বৰ্ণনা চলি আছে।

সিহঁতৰ মাজৰ এজন

“যীচুৰ লগত থকা বিলাকৰ মাজৰ এজনে”

কিয়নো তোমাৰ কথাই চিনাকী দিছে

“তুমি যে গালীলীয়া আমি কব পাৰো কাৰণ তুমি গালীলীয়া লোকৰ দৰে কথা কৈছা”

শাওঁৱে পোৱা

“নিজৰ ওপৰতে শাওঁ পৰিবলৈ দিছে”

শপত খাইছো, “মই এই মানুহজনক চিনি নাপাওঁ,”

AT: “যে তেওঁ সেই মানুহ জনক চিনি নাপায়,” (বক্তৃতাৰ উদ্ধৃতি চাওক)