Matthew 25

Matthew 25:1

যীচুৱে জ্ঞানী আৰু মুৰ্খ কুমাৰী ছোৱালীৰ এটি উপমাৰ বিষয়ে কবলৈ আৰম্ভ কৰিছে।(উপমা চাওক)

চাকি

এইটো এনে হব পাৰে ১) চাকিবোৰ (UDB চাওক) ২)এডাল লাখুটিৰ এটা মুৰে কাপোৰেৰে মেৰিয়াই লোৱা হয় আৰু সেই কাপোৰ তেলত জুবুৰিয়াই ভটা বনোৱা হয়।

সিহঁতৰ পাঁচজনী

“কুমাৰীবিলাকৰ পাঁচগৰাকী”

সিহঁতৰ লগত আৰু তেল নললে

“সিহঁতৰ চাকিতহে তেল আছিল”

Matthew 25:5

যীচুৱে জ্ঞানী আৰু মুৰ্খ কুমাৰী ছোৱালীৰ এটি উপমাৰ বিষয়ে একেৰাহে কৈ আছে।

সিহঁত সকলোৱেই কলমতিয়াই টোপনি গ’ল

“এই গোটেই দহ গৰাকী কুমাৰীয়ে কলমতিয়াই টোপনি গ’ল।”

Matthew 25:7

যীচুৱে জ্ঞানী আৰু মুৰ্খ কুমাৰী ছোৱালীৰ এটি উপমাৰ বিষয়ে একেৰাহে কৈ আছে।

সিহঁতৰ চাকিৰ শলিতা বঢ়ালে

“সিহঁতৰ চাকিৰ শলিতা মিলাই ললে যাতে সেইবোৰে উজ্জলতাৰে জ্বলে”

মুৰ্খ কেইজনীয়ে জ্ঞানী কেইজনীক ক’লে

“মুৰ্খ কুমাৰী ছোৱালী কেইজনীয়ে জ্ঞানী কুমাৰী ছোৱালী কেইজনীক কলে”

আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে

“ আমাৰ চাকিবোৰৰ জুই আৰু উজ্জলতাৰে জ্বলি থকা নাই” (বাক্যাংশ চাওক)

Matthew 25:10

যীচুৱে জ্ঞানী আৰু মুৰ্খ কুমাৰী ছোৱালীৰ এটি উপমাৰ বিষয়ে একেৰাহে কৈ আছে।

সিহঁত আতৰি গৈছিল

“সেই পাঁচ গৰাকী মুৰ্খ কুমাৰী ছোৱালী ওলাই গৈছিল”

যিসকল সাজু হৈ আছিল

সেই কুমাৰী ছোৱালী কেইগৰাকী যাৰ অতিৰিক্ত তেল আছিল

সেই দুৱাৰ খন বন্ধ কৰা হ’ল

AT: “কোনোবা এজনে দুৱাৰ খন বন্ধ কৰিলে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

আমাৰলৈ খুলি দিয়ক

“আমি ভিতৰলৈ আহিবলৈ আমাৰ বাবে দুৱাৰ মুকলি কৰি দিয়ক” (স্পষ্টতা আৰু সৰলতা চাওক)

মই তহঁতক চিনি নাপাওঁ

“তহঁত কোন মই তহঁতক চিনি নাপাওঁ”

Matthew 25:14

যীচুৱে বিশ্বাসী আৰু অবিশ্বাসী চাকৰৰ এটি উপমাৰ বিষয়ে কৈ আৰম্ভ কৰিছে।

এইটো এনেকুৱা

“স্বৰ্গ ৰাজ্যখন এনেকুৱা” (২৫:১ পদ চাওক)

প্ৰায় যাবলৈ ওলাইছিল

“যাবলৈ সাজু হৈছিলেই” বা “অতি সোনকালে যাব”

তেওঁৰ সা

সম্পত্তি সিহঁতৰ হাতত দিছিল “তেওঁৰ সা সম্পত্তিৰ দায়িত্ত্ব সিহঁতৰ হাতত দিছিল”

তেওঁ সম্পত্তি

“তেওঁৰ সা সম্পত্তি”

পাঁচ গাগৰি

এক “গাগৰি” আছিল বিশ বছৰৰ মজুৰিৰ মুল্য। এইটো আধুনিক টকা পইচালৈ অনুবাদ কৰাটো এৰি দিয়ক। এই উপমাটোত সংযুক্ত পৰিমাণ তুলনা কৰিছে, পাঁচ, দুই আৰু এক জড়িত হোৱাৰ লগতে এক বিশাল পৰিমাণৰ সম্পত্তি যুক্ত হৈ আছে‘(UDB,পাঁচ মোনা সোণ আৰু বাইবেলৰ টকা পইচা চাওক)

তেওঁ নিজৰ যাত্ৰাত গুচি গৈছিল

“সেই গৰাকীজন তেওঁৰ যাত্ৰাত ওলাই গৈছিল” # আৰু আন পাঁচ গাগৰি উলিয়ালে “আৰু আন পাঁচ গাগৰি উপাৰ্জন কৰিলে”

Matthew 25:17

যীচুৱে বিশ্বাসী আৰু অবিশ্বাসী চাকৰৰ এটি উপমাৰ বিষয়ে কৈয়েই আছে।

আৰু আন দুই গাগৰি উলিয়ালে

“আৰু আন দুই গাগৰি উপাৰ্জন কৰিলে”

Matthew 25:19

যীচুৱে বিশ্বাসী আৰু অবিশ্বাসী চাকৰৰ এটি উপমাৰ বিষয়ে কৈয়েই আছে।

মই আৰু আন পাঁচ গাগৰি কৰিলোঁ

“মই আৰু আন পাঁচ গাগৰি বেছি উপাৰ্জন কৰিলোঁ”

গাগৰি

২৫:১৫ পদত এইটো কেনেকৈ অনুবাদ কৰিছিল চাওক।

ঠিক কৰিলা

“তুমি ঠিক কাম কৰিলা” বা “তুমি সঠিক কৰিলা।” এজন মালিকে (বা ক্ষমতাত থকা কোনোবা এজনে) দেখুৱাবৰ কাৰণে ব্যৱহাৰ কৰে যে তেওঁৰ চাকৰজনে (বা তেওঁৰ অধিনত থকা কোনোবা এজনে)ভাল কৰাটোত অনুমোদন জনায়, এইটোৰ বাবে আপোনাৰ সংস্কৃতিত প্ৰকাশ থাকিব পাৰে।

Matthew 25:22

যীচুৱে বিশ্বাসী আৰু অবিশ্বাসী চাকৰৰ এটি উপমাৰ বিষয়ে কৈয়েই আছে।

মই কৰিলে...অধিক গাগৰি

এইটো ২৫:২০ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক

ঠিক কৰিলা... তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা

এইটো ২৫:২১ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক

Matthew 25:24

যীচুৱে বিশ্বাসী আৰু অবিশ্বাসী চাকৰৰ এটি উপমাৰ বিষয়ে কৈয়েই আছে।

য’তে আপুনি সিচাঁ নাই তাতে আপুনি কাটে, আৰু য’ত আপুনি সিচাঁ নাই তাতে চপায়

“আপুনি বাগানৰ আহাৰ বাগানৰ পৰা গোটাই যিটো আপুনি আন কোনোবা এজনক বেতন দি ভুমিত বীজ ৰুইছিল”(মিল থকা সমান্তৰালতা চাওক)

সিচিঁ দিয়া

সেই দিনবিলাকত বীজবোৰ শাৰী শাৰীকে ৰোৱাৰ পৰিৱৰ্তে কম পৰিমাণৰ বীজ প্ৰায়ে দলিয়াই ছটিয়াই দিছিল।

চাওক, আপোনাৰ যি আছে সেইয়া ইয়াতেই আছে

“চাওক, আপোনাৰ যি সেইয়া এইখিনি”

Matthew 25:26

যীচুৱে বিশ্বাসী আৰু অবিশ্বাসী চাকৰৰ এটি উপমাৰ বিষয়ে কৈয়েই আছে।

তই দুষ্ট আৰু এলেহুৱা চাকৰ

“তই হৈছ এটা দুষ্ট চাকৰ যিয়ে কাম কৰিবলৈ নিবিচাৰে”

মই য’তে নিসিচোঁ তাতে কাটোঁ আৰু মই য’তে গুটি নিসিচোঁ তাতে চপাওঁ

এই ধাৰণাটো ২৫:২৪ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক।

মোৰ নিজৰ যি তাক পালোঁ

“মোৰ নিজৰ সোণ মই ঘুৰাই পালোঁ” (লুপ্ততা চাওক)

সুদ

গৰাকীৰ ধন বেঙ্কে অস্থায়ীভাবে ব্যৱহাৰ কৰাৰ বাবদ পোৱা ধন

Matthew 25:28

যীচুৱে বিশ্বাসী আৰু অবিশ্বাসী চাকৰৰ এটি উপমাৰ বিষয়ে কৈয়েই আছে।

আনকি অতি প্ৰচুৰকৈ

“আনকি অতি বেছিকৈ”

য’ত ক্ৰন্দন আৰু দাঁত কৰচনি হব

“য’ত মানুহে কান্দিব আৰু সিহঁতৰ দাঁত কৰচিব”

Matthew 25:31

শেষকালত যীচুৱে মানুহবিলাকক কেনেকৈ বিচাৰ কৰিব যীচুৱে তেওঁৰ শিষ্যবিলাকক কবলৈ আৰম্ভ কৰিছে।

তেওঁৰ আগত সকলো জাতিক গোটোৱা হব

AT : “সকলো জাতিক তেওঁ তেওঁৰ আগত গোট খুৱাব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁৰ আগত

“তেওঁৰ সন্মূখত”

সকলোবোৰ জাতিক

“প্ৰতি দেশৰ পৰা সকলো মানুহক” (বাক্যালঙ্কাৰ চাওক)

ছাগলীবোৰ

ছাগলীবোৰ হৈছে চাৰি ঠেঙীয়া স্তন্যপায়ী জন্তু যে ভেড়াৰ লগত প্ৰায় একে, প্ৰায়ে পোহনীয়া বা ভেড়াৰ দৰে চৰোৱা হয়।

তেওঁ স্থাপন কৰিব

“মানুহৰ পুত্ৰই স্থাপন কৰিব”

Matthew 25:34

শেষকালত যীচুৱে মানুহবিলাকক কেনেকৈ বিচাৰ কৰিব যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

সেই ৰজাজন

“মানুহৰ পুত্ৰ”(২৫:৩১)

তেওঁ সোঁফালে থকা বোৰক

সেই “ভেড়া(মেৰবোৰ)” (২৫:৩৩)

মোৰ পিতৃৰ দ্বাৰা যিবিলাক আশীৰ্ব্বাদ প্ৰাপ্তসকল আহাঁ

AT: “আহাঁ, যিবিলাকক মোৰ পিতৃৰ দ্বাৰা আশীৰ্ব্বাদ কৰা হ’ল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তোমালোকৰ বাবে প্ৰস্তুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱাহি

AT: “ৰাজ্য অধিকাৰ কৰাহি যিখনক ঈশ্বৰে তোমালোকৰ বাবে যুগুত কৰি থৈছিল”

Matthew 25:37

শেষকালত যীচুৱে মানুহবিলাকক কেনেকৈ বিচাৰ কৰিব যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

সেই ৰজাজন

“মানুহৰ পুত্ৰ”(২৫:৩১)

সিহঁতক কব

“তেওঁৰ সোঁফালে থকাবোৰক কব”

ভাইসকল

যদি আপোনাৰ ভাষাত পুৰুষ আৰু মহিলাক একেলগ কৰি ব্যৱহাৰ কৰা কিবা শব্দ আছে, ইয়াত ব্যৱহাৰ কৰক।

তোমালোকে মোৰ বাবেই কৰিলা

“মই বিবেচনা কৰিছোঁ যে তোমালোকে মোৰ বাবেই কৰিছিলা”

Matthew 25:41

শেষকালত যীচুৱে মানুহবিলাকক কেনেকৈ বিচাৰ কৰিব যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

তহঁত শাওৱে পোৱাহঁত

“তহঁত মানুহবিলাক যাক ঈশ্বৰে শাও দিছিল”

যি অনন্ত কলীয়া জুই প্ৰস্তুত কৰি থোৱা হৈছে

AT: “ঈশ্বৰে প্ৰস্তুত কৰি থোৱা অনন্ত কলীয়া জুই” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁৰ স্বৰ্গদূতবিলাক

তেওঁৰ সহায়কাৰীবিলাক

তহঁতে মোক বস্ত্ৰ নিপিন্ধালি

“তহঁতে মোক কাপোৰ নিদিলি”

বেমাৰ আৰু বন্দীশালত

“মই ৰোগীয়া আছিলো আৰু বন্দীশালত আছিলো”

Matthew 25:44

শেষকালত যীচুৱে মানুহবিলাকক কেনেকৈ বিচাৰ কৰিব যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

সিহঁতেও উত্তৰ দিব

“যিবিলাকে তেওঁৰ বাওঁফালে (২৫:৪১) আছিল সিহঁতেও উত্তৰ দিব”

এই সৰুবিলাকৰ এটিলৈকো

“মোৰ মানুহবিলাকৰ একেবাৰে গুৰুত্ত্বহীন জনৰ এটিলৈকো”

তহঁতে মোৰ বাবে নকৰিলি

“মই বিবেচনা কৰিছোঁ যে তহঁতে মোৰ বাবে নকৰিলি” বা “আচলতে ময়েই সেইবোৰৰ মাজৰ এজন আছিলো যাক তহঁতে সহায় নকৰিলি”

অনন্তকলীয়া শাস্তি

“এনে শাস্তি যি কেতিয়াও শেষ নহয়”

ধাৰ্ম্মিকবিলাক অনন্তজীৱনলৈ যাব

“ধাৰ্ম্মিক মানুহবিলাক অনন্তজীৱনলৈ যাব”