Matthew 28

Matthew 28:1

যীচুৰ মৃত্যুৰ পৰা পুনৰূত্থানৰ বিৱৰণেৰে এইটো আৰম্ভ হৈছে।

এতিয়া বিশ্ৰাম বাৰৰ শেষৰ ফালে, সপ্তাহৰ প্ৰথম দিনৰ ওচৰ চাপিলত ধলপুৱাতে

“বিশ্ৰাম বাৰ শেষ হোৱাৰ পাছত, দেওবাৰে ৰাতিপুৱা বেলি উঠি অহাত”

আন গৰাকী মৰিয়মে

“আন গৰাকী মহিলাৰ নাম মৰিয়ম,” যাকোব আৰু যোচেফৰ মাক মৰিয়ম (২৭:৫৬)

চোৱা

লিখকে পঢ়ুৱৈক ইয়াৰ পাছত কিবা এটা আচৰিত ঘটিব লগা আছে বুলি কৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিব পাৰে।

তাতে এক ভয়ানক ভুমিকম্প হ’ল, কিয়নো প্ৰভুৰ দূত এজন নামি আহিল... আৰু শিলটো বগৰাই আতৰাই দিলে

সাম্ভাব্য অৰ্থবোৰ: ১) ভুমিকম্প হ’ল কাৰণ স্বৰ্গদূতজন নামি আহিল আৰু শিলটো বগৰাই দিলে (UDB) নাইবা ২) এই সকলোবোৰ ঘটনা একে সময়তো ঘটিছিল (UDB)

ভুমিকম্প

এক হঠাতে আৰু ভয়ঙ্কৰভাবে মাটি লৰি যোৱা

Matthew 28:3

যীচুৰ মৃত্যুৰ পৰা পুনৰূত্থানৰ বিৱৰণেৰে এইটোত চলি আছে।

তেওঁৰ চেহেৰা

“সেই স্বৰ্গদূত জনৰ চেহেৰা”

বিজুলীৰ নিচিনা আছিল

“ বিজুলীৰ নিচিনা উজ্জল আছিল”

হিমৰ দৰে বগা

“অতিশয় উজ্জল”

মৰা মানুহৰ দৰে

“লৰচৰ কৰিবলৈ অসমৰ্থ”

Matthew 28:5

যীচুৰ মৃত্যুৰ পৰা পুনৰূত্থানৰ বিৱৰণেৰে এইটোত চলি আছে। যীচুৰ মৃত্যুৰ পৰা পুনৰূত্থানৰ বিৱৰণেৰে এইটো আৰম্ভ হৈছে।

সেই মহিলাকেইগৰাকী

“মগদলীনি মৰিয়ম আৰু মৰিয়ম নামৰ আনগৰাকী মহিলা”

যিজনক ক্ৰূচবিদ্ধ কৰা হ’ল

“সেই মানুহবিলাক আৰু সেই সৈন্যবিলাকে যিজনক ক্ৰূচত দিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

কিন্তু জীয়াই উঠিল

“কিন্তু ঈশ্বৰে তেওঁক জীয়াই তুলিলে” (সক্ৰিয়তা/নিস্ক্ৰিয়তা চাওক)

Matthew 28:8

যীচুৰ মৃত্যুৰ পৰা পুনৰূত্থানৰ বিৱৰণেৰে এইটোত চলি আছে।

সেই মহিলাকেইগৰাকী

“মগদলীনি মৰিয়ম আৰু মৰিয়ম নামৰ আনগৰাকী মহিলা”

চোৱা

লিখকে পঢ়ুৱৈক ইয়াৰ পাছত কিবা এটা আচৰিত ঘটিব লগা আছে বুলি কৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিব পাৰে।

তেওঁৰ ভৰিত ধৰি ললে

“তেওঁলোক আঠুকাঢ়ি পৰিল আৰু তেওঁৰ ভৰিত ধৰিলে” # মোৰ ভাইবিলাকক “যীচুৰ শিষ্যবিলাক”

Matthew 28:11

এই বিৱৰণটো বিষয়াবিলাকৰ পুনৰূত্থানৰ বিষয়ে প্ৰতিক্ৰিয়াৰে আৰম্ভ হৈছে।

সেই মহিলাকেইগৰাকী

“মগদলীনি মৰিয়ম আৰু আনগৰাকী মৰিয়ম”

চোৱা

এটা বিশাল কাহিনীত আন এটা ঘটনাৰ চিন হিচাপে আৰম্ভণ য’ত এই মাত্ৰ বৰ্ণনা কৰাতকৈ বেলেগ মানুহ জড়িত আছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিব পাৰে।

তেওঁলোকৰ লগত আলোচনা কৰিলে

“তেওঁলোকৰ মাজতে এটা আঁচনি ঠিক কৰিলে।” পুৰোহিত আৰু বৃদ্ধসকলে সৈন্যবিলাকক ধন দিবলৈ থিৰাং কৰিলে।

আনবিলাকক ক’বা, ‘যীচুৰ শিষ্যবিলাক আহিছিল... আমি যেতিয়া শুই আছিলোঁ’

“কোনোবাই তোমালোকক সুধিলে ক’বা যে আমি যেতিয়া শুই আছিলোঁ... যীচুৰ শিষ্যবিলাক আহিছিল।”

Matthew 28:14

সেই বিষয়াবিলাকে সৈন্যবিলাকক কি কৰিব লাগে সেইটোৰ বিৱৰণ ইয়াত চলি আছে।

ৰাজ্যপাল জন

পীলাত (২৭:২)

সিহঁতক নিৰ্দেশ দিয়াৰ দৰেই কৰিছিল

“পুৰোহিতবিলাকে সিহঁতক যি কৰিবলৈ কৈছিল তাকে কৰিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

আজি

মথিয়ে এই পুস্তকখন লিখা সময়ত

Matthew 28:16

এইটোৱে তেওঁৰ পুনৰূত্থানৰ পাছত শিষ্যবিলাকৰ যীচুৰ লগ পোৱাৰ আৰম্ভণী বৰ্ণনাৰে কৰা হৈছে।

Matthew 28:18

এইটোৱে যীচুৰ পুনৰূত্থানৰ পাছত তেওঁৰ শিষ্যবিলাকৰ লগত মিলিত হোৱাৰ কথা কৈ থাকে

সেই নামত

"সেই অধিকাৰৰ দ্বাৰা"

Matthew 28:20

এইটোৱে যীচুৰ পুনৰূত্থানৰ পাছত তেওঁৰ শিষ্যবিলাকৰ লগত মিলিত হোৱাৰ কথা কৈ থাকে

তেওঁলোকক শিকোৱা

" তোমালোকে বাপ্তিস্ম দিয়াসকলক" (২৮:১৯)

চাওক

ইয়াত : " চোৱা" নাইবা " শুনা" নাইবা " মই তোমালোকক যি বিষয়ে কৈছোঁ তাত মনোযোগ দিয়া।"