Matthew 23

Matthew 23:1

যীচুৱে তেওঁৰ অনুগামী সকলক ধৰ্ম্মীয় নেতাবিলাকৰ নিচিনা নহবলৈ সাৱধান কৰি দিছে।

মোচিৰ আসনত বহি আছে

“মোচিৰ দৰে ক্ষমতা থকাৰ নিচনাকৈ” বা “মোচিৰ বিধান মানে কি তাক কবলৈ থকা ক্ষমতা” (প্ৰকাশভঙ্গী চাওক)

যি যি

“যিকোনো” বা “ সকলোবোৰ”

Matthew 23:4

যীচুৱে তেওঁৰ অনুগামী সকলক ধৰ্ম্মীয় নেতাবিলাকৰ নিচিনা নহবলৈ একেৰাহে সাৱধান কৰি আছে।

তেওঁলোকে গধুৰ বোজা বান্ধি দিয়ে যিবোৰ বহন কৰিবলৈ অতি কঠিন

“তেওঁলোকে বহুতো নীতি নিয়ম বান্ধি দিয়ে যিবোৰ পালন কৰিবলৈ অতি কঠিন” (প্ৰকাশভঙ্গী চাওক)

তেওঁলোকে নিজে এটা আঙুলিৰেও তাক নুচুৱে

“তেওঁলোকে সহায়ৰ নামত একো এটা নকৰে” (প্ৰকাশভঙ্গী চাওক)

ৰক্ষা কবচ

শাস্ত্ৰ লিখিত কাগজ ৰখা চামৰাৰ সৰু বাকচ।

Matthew 23:6

যীচুৱে তেওঁৰ অনুগামী সকলক ধৰ্ম্মীয় নেতাবিলাকৰ নিচিনা নহবলৈ একেৰাহে সাৱধান কৰি আছে।

Matthew 23:8

যীচুৱে তেওঁৰ অনুগামী সকলক ধৰ্ম্মীয় নেতাবিলাকৰ নিচিনা নহবলৈ একেৰাহে সাৱধান কৰি আছে।

এই পৃথিবীত কোনো মানুহক পিতৃ বুলি নামাতিবা

“যিকোনো মানুহ এই পৃথিবীখনত তোমাৰ পিতৃ বুলি সম্বোধন নকৰিবা” বা “এই পৃথিবীত যিকোনো মানুহক পিতৃ বুলি নকবা”

Matthew 23:11

যীচুৱে তেওঁৰ অনুগামী সকলক ধৰ্ম্মীয় নেতাবিলাকৰ নিচিনা নহবলৈ একেৰাহে সাৱধান কৰি আছে।

নিজকে উত্তোলিত কৰে

“নিজকে গুৰুত্বপুৰ্ণ বুলি সজায়”

উত্তোলিক কৰা

“গুৰুত্বতাত তুলি লোৱা”

Matthew 23:13

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ কপটতাৰ কাৰণে সিহঁতৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

তোমালোকে ইয়াত প্ৰবেশ নকৰা

“ঈশ্বৰে তোমালোকক চলাবলৈ এৰি নিদিয়া”

বিধৱা বিলাকৰ ঘৰ

বাৰী গ্ৰাস কৰা “তিৰোতাৰ পৰা সকলোবোৰ চুৰ কৰা যাৰ সুৰক্ষা দিবলৈ কোনো পুৰুষ নাই”

নৰকৰ সন্তান

“যিজন ব্যক্তি নৰকৰ হয়” বা “ বা যিজন ব্যক্তি নৰকলৈ যাব” (বাক্যাংশ চাওক)

Matthew 23:16

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ কপটতাৰ কাৰণে সিহঁতৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

অন্ধ পথপ্ৰদৰ্শক...মুৰ্খবিলাক

যদিও সেই নেতাবিলাক শাৰীৰিকভাবে অন্ধ নহয়, তেওঁলোকে যে ভুল কৰিছে সেইটো বুজিব নোৱাৰে। (প্ৰকাশভঙ্গী চাওক) # তেওঁ নিজৰ শপতত বন্ধা হৈ আছে AT: “তেওঁ যি প্ৰতিজ্ঞা কৰিছে সেই তেওঁ কৰিব লাগে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

কোনটো প্ৰধান, সেই সোণ, বা সোণক পবিত্ৰ কৰা সেই মন্দিৰ?

ফৰীচীবিলাকক গালি দিবলৈ যীচুৱে এই প্ৰশ্নটো ব্য়ৱহাৰ কৰিছে। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

Matthew 23:18

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ কপটতাৰ কাৰণে সিহঁতৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

অন্ধ মানুহবিলাক

আধ্যাত্মিকভাবে অন্ধ মানুহবিলাক। (প্ৰকাশভঙ্গী চাওক)

কোনটো প্ৰধান, সেই উপহাৰ, বা উপহাৰক পবিত্ৰ কৰা সেই বেদি?

তেওঁলোকে ইতিমধ্যে পৰিচিত কিবা এটা বিষয় দেখুৱাই দিবলৈ যীচুৱে এইটো প্ৰশ্ন কৰিছে। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

সেই উপহাৰ

বেদিৰ ওপৰত উচৰ্গা কৰাৰ আগতে এটা জন্তুৰ বলিদান, বা ভুমিত হোৱা শস্য। এবাৰ ইয়াক উচৰ্গা কৰাৰ পাছত, এইটো এটা উৎসৰ্গ উপহাৰ হয়। (বাক্যালঙ্কাৰ চাওক)

Matthew 23:20

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ কপটতাৰ কাৰণে সিহঁতৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

Matthew 23:23

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ কপটতাৰ কাৰণে সিহঁতৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

তোমালোকৰ সন্তাপ হব

২৩:১৩ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক)

পদিনা, গুৱামুৰি,আৰু জীৰা

খাদ্য উত্তম সোৱাদ লগা কৰিবলৈ ব্যৱহাৰ কৰা পাত আৰু বীজবোৰ। (অজ্ঞাত অনুবাদ চাওক)

তোমালোক অন্ধ পথপ্ৰদৰ্শক

এই মানুহবিলাক শাৰীৰিক ভাবে অন্ধ নহয়। যীচুৱে আত্মিক অন্ধতাক শাৰীৰিক অন্ধতাৰ লগত তুলনা কৰিছে। (প্ৰকাশভঙ্গী চাওক)

তোমালোকে মহ এটাকে চেকি পেলাই এটা উঁটকে গিলাহঁক

কম গুৰুত্বপুৰ্ণ বিধান পালন কৰাত সাৱধান হোৱা আৰু অতি গুৰুত্বপুৰ্ণ বিষয় অৱহেলা কৰাটো হৈছে মুৰ্খতা যিটো এটা সৰু অশুচি জন্তুক নিগিলাৰ দৰে কিন্তু উদ্দেশ্যগত বাবে বা অজ্ঞাত ভাবে অশুচি জন্তুৰ মাংস খোৱাৰ দৰে কৰা কাৰ্য্য। AT: “তোমালোক এনে মুৰ্খ ব্যক্তি যে যিয়ে খোৱা পানীয়ত পৰা মহ এটাকে চেকি পেলোৱা কিন্তু সেই পানীয়ত এটা উঁট পৰিলেও তাকে পি পেলোৱা।” (প্ৰকাশভঙ্গী আৰু অত্যুক্তি চাওক)

মহ এটাকে চেকি পেলোৱা

কাপোৰেৰে চেকি মুখৰ ভিতৰলৈ নোযোৱাকৈ মহ ৰাখি পি পেলোৱা।

মহ

এটা সৰু উৰণীয়া পতঙ্গ

Matthew 23:25

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ কপটতাৰ কাৰণে সিহঁতৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

তোমালোকৰ সন্তাপ হব

২৩:১৩ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক)

কিয়নো তোমালোকে কাঁহী আৰু বাতিৰ বাহিৰ ফাল চাফা কৰা

এই “অধ্যাপক” আৰু “ফৰীচীবিলাক” আনৰ পৰা “বাহিৰৰ ফালে দেখিবলৈ“ নিৰ্ম্মল যেন লাগে। (প্ৰকাশভঙ্গী চাওক)

ভিতৰফালে তেওঁলোক অপহৰণ আৰু অপৰিমিততাৰে পৰিপুৰ্ণ

“তেওঁলোকে বলপুৰ্ব্বকভাবে আনৰ পৰা বস্তুবোৰ লয় যাতে তেওঁলোকে তেওঁলোকৰ প্ৰয়োজনতকৈ বেছি বস্তু হয়।”

তোমালোক অন্ধ ফৰীচীবিলাক

এই ফৰীচীবিলাকে সেই সত্যটো বুজি নাপায়। তেওঁলোক শাৰীৰিক বাবে অন্ধ নহয়। প্ৰকাশভঙ্গী চাওক)

প্ৰথমে কাঁহী আৰু বাতিৰ ভিতৰফাল চাফা কৰা,যাতে বাহিৰফালো নিকা হব

যদি তেওঁলোকৰ অন্তৰ ঈশ্বৰৰ লগত সঠিক হয় তেতিয়া তেওঁলোকৰ জীৱনে সেইদৰেই সেইটো দেখুৱাব। (প্ৰকাশভঙ্গী চাওক)

Matthew 23:27

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ কপটতাৰ কাৰণে সিহঁতৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

Matthew 23:29

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ কপটতাৰ কাৰণে সিহঁতৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

Matthew 23:32

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ কপটতাৰ কাৰণে সিহঁতৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

তোমালোকৰ পুৰ্ব্বপুৰুষবিলাকৰ পাপৰ জোখ পৰিমাণ কৰিছা

“তোমালোকে পুৰ্ব্বপুৰুষ বিলাকে আৰম্ভ কৰা পাপৰ যৱনিকা তোমালোকে কৰিছা” (বাক্যালঙ্কাৰ চাওক)

তোমালোক সৰ্পগণ,কালসৰ্পৰ বংশ

“তোমালোক বিপদজ্জনক আৰু বিষাক্ত সাপৰ দৰে অতি বেয়া” (প্ৰকাশভঙ্গী চাওক)

তোমালোকে নৰকৰ বিচাৰৰ পৰা কেনেকৈ হাত সাৰিবা?

“নৰকৰ দণ্ডৰ পৰা সাৰিবলৈ তোমালোকৰ কোনো উপায় নাই!”(অলঙ্কাৰীক প্ৰশ্ন চাওক)

Matthew 23:34

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ কপটতাৰ কাৰণে সিহঁতৰ বিপক্ষে কবলৈ আৰম্ভ কৰিছে।

হেবলৰ... পৰা... জখৰিয়া...লৈ

প্ৰথম নৰবধীৰ অনাহক বলি হেবল আছিল আৰু যিহুদীবিলাকৰ দ্বাৰা মন্দিৰত নৰবধ কৰাত সম্ভৱত জখৰিয়া অন্তিমজন আছিল।

জখৰিয়া

যোহন বাপ্তাইজকৰ পিতৃ জনা নহয়।

Matthew 23:37

যীচুৱে কৈছে যে তেওঁ অতি দুখী কাৰণ যিৰূচালেমৰ মানুহবিলাকে ঈশ্বৰক অগ্ৰাহ্য কৰিলে।

যিৰূচালেম, যিৰূচালেম

যদিও এইখন নিজেই এখন নগৰ যীচুৱে যিৰূচালেমৰ মানুহবিলাকক কৈছে। (উৰ্দ্ধকমা আৰু বাক্যালঙ্কাৰ চাওক)

তোমাৰ সন্তান

ইস্ৰায়েলৰ সকলো (উপলক্ষণ চাওক)

তোমাৰ ঘৰ নিৰ্জ্জন হবলৈ তোমালৈ ত্যক্ত হৈছে

AT: “ঈশ্বৰে তোমাৰ ঘৰ এৰি যাব, আৰু এইটো খালী হৈ পৰিব” (বাক্যালঙ্কাৰ চাওক)

তোমাৰ ঘৰ

সাম্ভাবয অৰ্থবোৰ হৈছে: ১) যিৰূচালেম নগৰ (UDB চাওক) বা ২) মন্দিৰটো। (বাক্যালঙ্কাৰ চাওক)