Matthew 22

Matthew 22:1

এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক কবলৈ আৰম্ভ কৰিছে।

স্বৰ্গৰাজ্যখন এনেকুৱা

১৩:২৪ পদত আপুনি কেনেদৰে অনুবাদ কৰিছিল তাক চাওক।

যিবিলাকক নিমন্ত্ৰণ কৰা হ’ল

AT: “যিবিলাক মানুহক ৰজাই নিমন্ত্ৰণ কৰিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 22:4

এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কৈ আছে।

চোৱা

AT: “চোৱা” বা “শুনা” বা “মই তোমালোকক যি কবলৈ ওলাইছোঁ তাত মনোযোগ দিয়া”

Matthew 22:5

এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কৈ আছে।

সেইবোৰ মানুহ

“সেই নিমন্ত্ৰিত অতিথিসকল” (২২:৪)

তেওঁৰ নিমন্ত্ৰণ গম্ভীৰভাবে নললে

“তেওঁৰ নিমন্ত্ৰণ অৱহেলা কৰিছিল”

Matthew 22:8

এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কৈ আছে।

সেই মুলপথ লগ হোৱা ঠাই

“য’ত ৰাস্তাবোৰ লগ হয়”

হল

এটা ডাঙৰ কোঠা

Matthew 22:11

এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কৈ আছে।

Matthew 22:13

এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কৈ আছে।

Matthew 22:15

ধৰ্ম্মীয় নেতাবিলাকে যীচুক ফান্দত পেলাবলৈ চেষ্টা কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

তেওঁলোকে যীচুক তেওঁৰ নিজৰ কথাত কেনেকৈ ফান্দক পেলাব

“তেওঁলোকে তেওঁৰ বিৰুদ্ধে কিবা কোৱাটো কেনেকৈ ব্যৱহাৰ কৰিব তাৰ কাৰণ বিচাৰি আছিল“

হেৰোডীয়াবিলাক

যিহুদীবিলাকৰ ৰজা হেৰোডৰ বিষয়া কৰ্ম্মচাৰী আৰু অনুগামীবিলাক, যিজন ৰোমান সম্ৰাজ্যৰ মিত্ৰ আছিল।(অনুবাদিত নামবোৰ চাওক)

আপুনি মানুহবিলাকৰ মাজত কোনো পক্ষপাত নেদেখুৱাই

“আপুনি কিছুমান মানুহক বিশেষ আদৰ নেদেখুৱাই” বা “বেছি গুৰুত্বপুৰ্ণ মানুহক আপুনি মনোযোগ দিয়াটো নেদেখুৱাই”

Matthew 22:18

কৰ দিয়া ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।

এক ডিনাৰী

এদিনৰ মজুৰিৰ ৰোমীয়া মুদ্ৰা(বাইবেলৰ টকা পইচা চাওক)

Matthew 22:20

কৰ দিয়া ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।

কৈচৰৰ যিবোৰ বস্তু

“যিবোৰ বস্তু কৈচৰৰ” (বাক্যালঙ্কাৰ চাওক)

ঈশ্বৰৰ যিবোৰ বস্তু

“যিবোৰ বস্তু ঈশ্বৰৰ”

Matthew 22:23

বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।

হে গুৰু, মোচিয়ে কৈছিল, ‘যদি এজন মানুহ মৰে...’

মোচিয়ে শাস্ত্ৰত কি লিখিছিল সেইটো সুধিছিল। আপোনাৰ ভাষাত যদি উদ্ধৃতিৰ ভিতৰত উদ্ধৃতি দিয়া অনুমিত নহয়, এইটো এইদৰে উল্লেখ কৰিব পাৰি: “মোচিয়ে কৈছিল যে যদি এজন মানুহ মৰে...” (বাক্যৰ উদ্ধৃতি চাওক)

তেওঁৰ ভায়েক... তেওঁৰ ভাৰ্য্যা...তেওঁৰ ভায়েক

সেই মৃত মানুহজনৰ।

Matthew 22:25

বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।

তেওঁলোক সকলোৰ পাছত

“প্ৰতিজন ভায়েকে তাইক বিয়া কৰোৱাৰ পাছত” বা “প্ৰতি ভায়েক মৰাৰ পাছত”

Matthew 22:29

ঈশ্বৰৰ পৰাক্ৰম

“ঈশ্বৰে যি কৰিবলৈ সমৰ্থ” বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।

Matthew 22:31

বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।

তোমালোকে পঢ়া নাই নে কি...যাকোব ?

AT: “মই জানো তোমালোকে এইটো পঢ়িচা, কিন্তু তোমালোকে বুজি পোৱা নাই যেন লাগিছে কি...যাকোব।”(অলঙ্কাৰীক প্ৰশ্ন চাওক)

ঈশ্বৰৰ দ্বাৰা তোমালোকলৈ যি কোৱা হ’ল

AT: “ঈশ্বৰে তোমালোকক যি কৈছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

ঈশ্বৰে, কৈছে, ‘মই... যাকোব’ ?

এইটো উদ্ধৃতিৰ ভিতৰত দিয়া উদ্ধৃতি। “ঈশ্বৰে মোচিক কৈছিল যে তেওঁ, ঈশ্বৰ হৈছে, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” (বাক্যৰ উদ্ধৃতি চাওক)

Matthew 22:34

বিধি বিধানৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।

বিধান পণ্ডিত

এজন ফৰীচী যিজনৰ মোচিৰ বিধানৰ ওপৰত বোধগম্যতাৰ বিশেষ নিপুণতা আছিল।

Matthew 22:37

বিধি বিধানৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।

Matthew 22:39

বিধি বিধানৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।

এইটো ভাল পাই

২২:৩৭ এই আদেশবোৰ ভাল পাই।

Matthew 22:41

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক মছীহৰ বিষয়ে একেৰাহে প্ৰশ্ন কৰি আছে।

Matthew 22:43

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক মছীহৰ বিষয়ে একেৰাহে প্ৰশ্ন কৰি আছে।

মোৰ সোঁহাতে

এই “সোঁহাত” খন প্ৰায়ে সন্মানৰ ঠাই বুজাবলৈ ব্যৱহাৰ কৰি হয়। (বাক্যালঙ্কাৰ চাওক)

তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি পীৰা নকৰোমানে

“তোমাৰ শত্ৰুবোৰক মই জয় নকৰোমানে” (বাক্যাংশ চাওক)

Matthew 22:45

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক মছীহৰ বিষয়ে একেৰাহে প্ৰশ্ন কৰি আছে।