Matthew 20

Matthew 20:1

যীচুৱে তেওঁৰ শিষ্যবিলাকক এজন মানুহে তেওঁৰ কৰ্ম্মচাৰীবিলাকক দিয়া মজুৰিৰ উপমাৰ বিষয়ে কবলৈ আৰম্ভ কৰিছে।

কিয়নো স্বৰ্গৰাজ্য মাটিৰ মালিকৰ নিচিনা

মাটিৰ মালিক এজনে তেওঁৰ মাটিৰ ওপৰত কেনে শাসন চলায় সেইদৰেই ঈশ্বৰে সকলোৰ ওপৰত শাসন চলায়। (সাদৃশ্যতা চাওক)

স্বৰ্গৰাজ্য এনেকুৱা

১৩:২৪ পদত এইটো কেনেদৰে অনুবাদ কৰিছিল চাওক।

তেওঁ সন্মত হোৱাৰ পাছত

“মাটিৰ মালিকে সন্মত হোৱাৰ পাছত”

এক ডিনাৰী

“এদিনৰ মজুৰি” (বাইবেলৰ টকা পইচা চাওক)

Matthew 20:3

যীচুৱে তেওঁৰ শিষ্যবিলাকক এজন মানুহে তেওঁৰ কৰ্ম্মচাৰীবিলাকক দিয়া মজুৰিৰ উপমাৰ বিষয়ে একেৰাহে কৈ আছে।

তেওঁ আকৌ ওলাই গ’ল

“সেই মাটিৰ মালিক জন আকৌ ওলাই গৈছিল”

এনেয়ে থিয় হৈ আছিল

“একোৱেই কৰা নাছিল” বা “যাৰ কোনো কাম নাছিল”

Matthew 20:5

যীচুৱে তেওঁৰ শিষ্যবিলাকক এজন মানুহে তেওঁৰ কৰ্ম্মচাৰীবিলাকক দিয়া মজুৰিৰ উপমাৰ বিষয়ে একেৰাহে কৈ আছে।

তেওঁ আকৌ ওলাই গ’ল

“সেই মাটিৰ মালিক জন আকৌ ওলাই গৈছিল”

এনেয়ে থিয় হৈ আছিল

“একোৱেই কৰা নাছিল” বা “কোনো কাম নাছিল”

Matthew 20:8

এজন মানুহে তেওঁৰ কৰ্ম্মচাৰীবিলাকক দিয়া মজুৰিৰ উপমাৰ বিষয়ে যীচুৱে একেৰাহে কৈ আছে।

সিহঁতৰ প্ৰতিজনেই

“একেবাৰে অন্তিম সময়ত যিবিলাকে কাম আৰম্ভ কৰিছিল তেওঁলোকৰ প্ৰতিজনক”

এক ডিনাৰী

“এদিনৰ মজুৰি” (বাইবেলৰ টকা পইচা চাওক)

সিহঁতে ভাবিছিল

“যিবিলাক কৰ্ম্মচাৰীয়ে আটাইতকৈ বেছি সময় কাম কৰিছিল সিহঁতে ভাবিছিল”

Matthew 20:11

এজন মানুহে তেওঁৰ কৰ্ম্মচাৰীবিলাকক দিয়া মজুৰিৰ উপমাৰ বিষয়ে যীচুৱে একেৰাহে কৈ আছে।

যেতিয়া সিহঁতে পালে

“যিবিলাক কৰ্ম্মচাৰীয়ে আটাইতকৈ বেছি সময় কাম কৰিছিল সিহঁতে যেতিয়া পালে”

সম্পত্তিৰ মালিকে

“মাটিৰ মালিকে” বা “দ্ৰাক্ষাবাৰীৰ মালিকে”

আমি যিবিলাকে দিনটোৰ পুৰি যোৱা তাপ সহন কৰিলো

“আমি যিবিলাকে দিনটোৰ বেলিৰ উত্তাপত কাম কৰিলোঁ”

Matthew 20:13

এজন মানুহে তেওঁৰ কৰ্ম্মচাৰীবিলাকক দিয়া মজুৰিৰ উপমাৰ বিষয়ে যীচুৱে একেৰাহে কৈ আছে।

সিহঁতৰ মাজৰ এজনে

“আটাইতকৈ বেচি সময় কাম কৰাবিলাকৰ মাজৰ এজন কৰ্ম্মচাৰীয়ে”

হে মিত্ৰ

এনে এটা শব্দ ব্য়ৱহাৰ কৰক এজন মানুহে আন এজন মানুহক সম্বোধন কৰি ভদ্ৰভাবে গালি দিছে।

তুমি মোৰ লগত এক ডিনাৰী হিচাপত সন্মত হোৱা নাই নে?

AT: “আমি ইতিমধ্যে সন্মত হৈছো যে মই তোমাক এক ডিনাৰীকৈ দিম।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

এক ডিনাৰী

“এদিনৰ মজুৰি” (বাইবেলৰ টকা পইচা চাওক)

মই দিয়াটো মোৰ সন্তোষজনক

“দিবলৈ মই সন্তোষ পাওঁ” বা “মই সন্তোষ্ট হৈ দিছোঁ”

Matthew 20:15

এজন মানুহে তেওঁৰ কৰ্ম্মচাৰীবিলাকক দিয়া মজুৰিৰ উপমাৰ বিষয়ে যীচুৱে একেৰাহে কৈ আছে।

মোৰ নিজৰ বস্তুৰে মই যি ইচ্ছা কৰোঁ সেইদৰে মই কৰিবলৈ আইনসঙ্গত নহয় নে?

AT: “মই মোৰ বস্তুৰে যি কৰিবলৈ বিচাৰো মই কৰিব পাৰো” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

আইনগত ভাবে

“বিধিগত ভাবে” বা “ন্যায় ভাবে” বা “ সঠিককৈ”

নাইবা মই হিত কৰা দেখি তোৰ চকু পুৰিছে নেকি?

“তুমি অসুখী হোৱা উচিত নহয় কাৰণ মই মানুহৰ বাবে যিয়ে এইটো উপাৰ্জন কৰা নাই তাৰ মই ভালটো কৰিলোঁ”

Matthew 20:17

তেওঁলোক যিৰূচালেমলৈ গৈ থাকোঁতে যীচুৱে শিষ্যবিলাকক শিক্ষা দি আছিল।

আমি গৈ আছোঁ

শিষ্যবিলাকৰে সৈতে যীচুও অন্তৰ্ভুক্ত। (অন্তৰ্ভুক্ততা চাওক)

মানুহৰ পুত্ৰক শোধাই দিয়া হব

AT: “কোনোবা এজনে মানুহৰ পুত্ৰক শোধাই দিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁলোকে দোষী কৰিব...আৰু তেওঁক ইতিকিং কৰিবলৈ পৰজাতিৰ হাতত শোধাই দিব

প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে তেওঁক দোষী কৰিব আৰু তেওঁক পৰজাতিৰ হাতত গটাই দিব, আৰু পৰজাতিবিলাকে ঠাট্টা কৰিব।

তেওঁ পুনৰ জীয়াই উঠিব

AT: “ঈশ্বৰে তেওঁক জীয়াই তুলিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 20:20

শিষ্যবিলাকৰ মাজৰ দুজন শিষ্যৰ মাকে যীচুক এটা মিনতি কৰিছে।

আপোনাৰ সোঁহাতে...আপোনাৰ বাওঁহাতে

কৰ্তৃত্ত্বৰ(পদবী) ঠাইত (বাক্যালঙ্কাৰ চাওক)

Matthew 20:22

যীচুৱে শিষ্যবিলাকৰ মাজৰ দুজন শিষ্যৰ মাকক উত্তৰ দিছে।

তোমালোক

সেই মাতৃ গৰাকী আৰু সেই দুজন পুত্ৰ(“তুমি” শব্দৰ ৰূপ চাওক দ্বৈত/বহুবচন)

তোমালোকে পাৰিবানে...?

“তোমালোকৰ বাবে এইটো সম্ভব নে...?” যীচুৱে সেই পুত্ৰ দুজনকহে কৈছে।

মই পান পাত্ৰত পান কৰো তাক পান কৰিব পাৰানে

“মই যি দুখভোগ কৰিবলৈ গৈ আছোঁ সেই দুখভোগ সহন কৰা” (বাক্যাংশ চাওক)

সিহঁত

সেই দুজন পুত্ৰ

মোৰ পিতৃৰ দ্বাৰা যিবিলাকৰ বাবে এইটো যুগুত কৰা হৈছে তেওঁলোকৰ বাবেহে

“মোৰ দুয়োকাষে বহিবলৈ দিয়াটো সেই সকলৰ বাবে যিবিলাকলৈ পিতৃয়ে সেই সন্মান যুগুতাই থৈছে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

প্ৰস্তুত কৰা

সাজু কৰা

Matthew 20:25

যীচুৱে তেওঁৰ শিষ্যবিলাকক শিক্ষা দিবলৈ সেই মাতৃ গৰাকীক কি কৈছিল তাক ব্য়ৱহাৰ কৰিছে।

পৰজাতিবিলাকৰ শাসনকৰ্ত্তাসকলে তেওঁলোকৰ ওপৰত শাসন চলায়

“পৰজাতিবিলাকৰ শাসনকৰ্ত্তা বিলাকে যি বিচাৰে তাক কৰাবলৈ পৰজাতিবিলাকক জোৰ কৰে।“

সিহঁতৰ গুৰুত্বপুৰ্ণ মানুহ

যিবিলাক মানুহৰ ওপৰত শাসনকৰ্ত্তাসকলে ক্ষমতা দিয়ে।

ক্ষমতাৰ অনুশীলন কৰে

“ওপৰত নিয়ন্ত্ৰণ কৰে”

ইচ্ছা কৰে

“বিচাৰে” বা “আকাংক্ষা কৰে”

তেওঁৰ জীৱন দিবলৈ

“মৰিবলৈ ইচ্ছা কৰা”

Matthew 20:29

যীচুৱে দুজন অন্ধ মানুহক সুস্থ কৰা বৰ্ণনা এইটোত আৰম্ভ হৈছে।

তেওঁলোক গৈ থাকোঁতে

যীচু আৰু শিষ্যবিলাকৰ বিষয়ে এইটো কৈছে।

তেওঁৰ পাছে পাছে যোৱা

“যীচুক অনুসৰণ কৰা”

চোৱা

এই শব্দটোৱে ইয়াৰ পাছত আহিব লগা আচৰিত তথ্যবিলাকত মনোযোগ দিবলৈ আমাক সজাগ কৰি দিছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা এক উপায় থাকিব পাৰে।

বাটেৰে পাৰ হৈ যোৱা

“তেওঁলোকৰ কাষেৰে পাৰ হৈ যোৱা”

সিহঁতে আৰু বেছিকৈহে চিঞঁৰিবলৈ ধৰিলে

“সেই অন্ধ মানুহ দুজনে আৰু বেছিকৈহে চিঞঁৰিবলৈ ধৰিলে” বা “সিহঁতে বৰ ডাঙৰকৈ চিঞঁৰিছিল”

Matthew 20:32

যীচুৱে দুজন অন্ধ মানুহক সুস্থ কৰা বৰ্ণনা এইটোত চলি আছে।

সিহঁতক মাতিলে

সেই অন্ধ মানুহকেইজনক মাতিলে

ইচ্ছা কৰা

“বিচাৰোঁ”

যাতে আমাৰ চকু মুকলি হয়

AT: “আপুনি আমাক দেখিবলৈ দিয়াটো আমি বিচাৰো” বা “আমি দেখিবলৈ বিচাৰো”(বাক্যাংশ আৰু লুপ্ততা চাওক)

অতিশয় মৰম লাগি দয়ালু হৈ

“মৰম লাগি” বা “তেওঁলোকৰ বাবে অতিশয় মৰম লাগি”