Matthew 19

Matthew 19:1

যীচুৱে গালীল ত্যাগ কৰিলে আৰু যিহুদীয়াত শিক্ষা দিবলৈ আৰম্ভ কৰিছিল।

এইটো প্ৰায় হৈছিল

যদি আপোনাৰ ভাষাত এটা নতুন কাহিনী অংশ এটা চিন দিয়াত কিবা এক উপায় আছে, এইটোক ইয়াত ব্যৱহাৰ কৰিব পাৰে।

এই কথাবোৰ

১৮:১ ৩৫ পদলৈ এই কথাবোৰ

তাৰ পৰা আতৰি গৈছিল

“তাৰ পৰা গুচি গৈছিল” বা “এৰি গৈছিল”

সেই সীমাৰ ভিতৰত

“সেই অঞ্চলৰ ভিতৰত”

Matthew 19:3

যীচুৱে বিবাহ আৰু বিবাহ বিচ্ছেদৰ শিক্ষা দিবলৈ আৰম্ভ কৰিছে।

তেওঁৰ ওচৰলৈ আহিছিল

“যীচুৰ ওচৰলৈ আহিছিল”

তোমালোকে পঢ়া নাই নে...?

ফৰীচীবিলাকে লাজ পোৱাটো যীচুৱে বিচাৰিছিল। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

Matthew 19:5

যীচুৱে বিবাহ আৰু বিবাহ বিচ্ছেদৰ শিক্ষা একেৰাহে দি আছে।

আৰু তেওঁ কৈছিল...? লুপ্ততাৰ প্ৰশ্নৰ পৰা এইটো চলি আছে)

তেওঁৰ ভাৰ্য্যাৰ সৈতে থকা

“তেওঁৰ ভাৰ্য্যাৰ লগত ঘনিষ্ঠভাবে থকা”

এক দেহ

“এজন ব্যক্তি হোৱা”(প্ৰকাশভঙ্গী চাওক)

Matthew 19:7

যীচুৱে বিবাহ আৰু বিবাহ বিচ্ছেদৰ শিক্ষা একেৰাহে দি আছে।

তেওঁলোকে তেওঁক ক’লে

“ফৰীচীবিলাকে যীচুক ক’লে”

আমাক আদেশ কৰক

“আমি যিহুদীবিলাকক আদেশ কৰক”

ত্যাগ পত্ৰ

নথি পত্ৰ যে আইনগতভাবে বিবাহ সমাপ্ত হয়।

আৰম্ভণীৰ পৰা এইটো তেনে নাছিল

“যেতিয়া ঈশ্বৰে পুৰুষ আৰু মহিলা সৃষ্টি কৰিছিল তেওঁ সিহঁতক কেতিয়াও বিচ্ছেদ হোৱাটো আঁচনি কৰা নাছিল”

ব্যভিচাৰৰ বাহিৰে

“সম্ভোগৰ অবিশ্বাস্যতাৰ বাহিৰে”

আৰু এজন পুৰুষে এগৰাকী মহিলাক বিয়া কৰায় যি গৰাকী বিচ্ছেদিত তেওঁ ব্যভিচাৰ কৰে

পুৰ্ব্বৰ বহুতো পাঠত এই কথাবোৰ অন্তৰ্ভুক্ত কৰা নাছিল।

Matthew 19:10

যীচুৱে বিবাহ আৰু বিবাহ বিচ্ছেদৰ শিক্ষা একেৰাহে দি আছে।

নপুংসকবিলাক যিয়ে তেওঁলোকৰ মাতৃ গৰ্ভৰ পৰাই সেইদৰে জন্ম হৈছে

“পুৰুষবিলাক যাৰ কাৰ্য্যকৰী গুপ্তাঙ্গ হীন ভাবে জন্ম হৈছে”

নপুংসকবিলাক যিয়ে নিজে নিজে নপুংসক হৈছে

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “নপুংসকবিলাক যিয়ে সিহঁতৰ গুপ্তাঙ্গ কাটি পেলাইছে” বা ২) “পুৰুষবিলাক যিয়ে অবিবাহিত হিচাপে থাকিবলৈ থিৰাং কৰিছে আৰু বিশুদ্ধ যৌনতা হিচাপে আছে।“(প্ৰকাশভঙ্গী চাওক)

স্বৰ্গৰাজ্যৰ পৰিচৰ্য্যাৰ বাবে

“যাতে তেওঁলোকে ঈশ্বৰক ভালদৰে পৰিচৰ্য্যা কৰিব পাৰে”

এই শিক্ষাটো গ্ৰহণ কৰা...এইটোক গ্ৰহণ কৰা

১৯:১১ পদত এইটোক কেনেকৈ অনুবাদ কৰিছিল চাওক ” এই শিক্ষাটো গ্ৰহণ কৰা...এইটোক গ্ৰহণ কৰা”

Matthew 19:13

মানুহবিলাকে শিশুবিলাকক যীচুৰ ওচৰলৈ আনিছে।

সৰু সৰু ল’ৰা

ছোৱালীক তেওঁৰ ওচৰলৈ অনা হ’ল AT: “কিছুনাম মানুহে সৰু সৰু ল’ৰা ছোৱালীক যীচুৰ ওচৰলৈ আনিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

অনুমতি

“অনুমতি লোৱা”

সিহঁতক মোৰ ওচৰলৈ আহিবলৈ বাধা নিদিবা

“সিহঁতক মোৰ ওচৰলৈ আহিবলৈ বন্ধ নকৰিবা”

কিয়নো স্বৰ্গৰাজ্য এনেকুৱা বিলাকৰহে

“যিবিলাকে এনেকুৱা লোক স্বৰ্গৰাজ্য সেইবিলাকৰ বাবেহে” বা “যিবিলাক মানুহ এই সৰু সৰু শিশুবিলাকৰ নিচিনা তেওঁলোকেহে স্বৰ্গৰাজ্যত সোমাব পাৰিব”

Matthew 19:16

এই জগতৰ ধন সম্পত্তি আৰু স্বৰ্গৰাজ্যত পুৰস্কাৰৰ বিষয়ে যীচুৱে শিক্ষা দিবলৈ আৰম্ভ কৰিছে।

চোৱা

লিখকজনে কাহিনীটোত এজন নতুন ব্যক্তি সংযোগ কৰিছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ এক উপায় থাকিব পাৰে।

ভাল বস্তু

যিবোৰ বস্তুৱে ঈশ্বৰক সন্তোষ্ট কৰে।

মাত্ৰ এটাহে উত্তম

“অকল ঈশ্বৰহে সম্পুৰ্ণৰূপে উত্তম”

Matthew 19:18

এই জগতৰ ধন সম্পত্তি আৰু স্বৰ্গৰাজ্যত পুৰস্কাৰৰ বিষয়ে যীচুৱে একেৰাহে শিক্ষা দি আছে।

Matthew 19:20

এই জগতৰ ধন সম্পত্তি আৰু স্বৰ্গৰাজ্যত পুৰস্কাৰৰ বিষয়ে যীচুৱে একেৰাহে শিক্ষা দি আছে।

ইচ্ছা কৰা

"বিচাৰা"

Matthew 19:23

এই জগতৰ ধন সম্পত্তি আৰু স্বৰ্গৰাজ্যত পুৰস্কাৰৰ বিষয়ে যীচুৱে একেৰাহে শিক্ষা দি আছে।

ধনী মানুহ স্বৰ্গৰাজ্যত সোমোৱাতকৈ, বেজীৰ বিন্ধাইদি এটি উঁট সৰকি যোৱাই সহজ

স্বৰ্গৰাজ্যত ধনী মানুহ সোমোৱা একেবাৰে কঠিন।(অত্যুক্তি চাওক)

বেজীৰ বিন্ধা

বেজীৰ এটা মুৰত সুতা সৰকাবলৈ থকা বিন্ধা।

Matthew 19:25

এই জগতৰ ধন সম্পত্তি আৰু স্বৰ্গৰাজ্যত পুৰস্কাৰৰ বিষয়ে যীচুৱে একেৰাহে শিক্ষা দি আছে।

তেওঁলোক অতি আচৰিত হ’ল

“শিষ্যবিলাকে অতিশয় বিস্ময় মানিলে”

তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে?

সাম্ভাব্য অৰ্থবোৰ হৈছে: ১) তেওঁলোকে এটা উত্তৰ বিচাৰি আছিল বা ২) AT: “তেন্তে কোনেও পৰিত্ৰাণ পাব নোৱাৰে” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

আমি সকলোকে এৰিলো

“আমি আমাৰ সকলো সা সম্পত্তি এৰিলোঁ” বা “আমি আমাৰ সকলো বয় বস্তু ত্যাগ কৰি আহিলোঁ”

তেতিয়া হ’লে আমাক কি থাকিব

“ঈশ্বৰে আমাক কি উত্তম বস্তু দিব”

Matthew 19:28

এই জগতৰ ধন সম্পত্তি আৰু স্বৰ্গৰাজ্যত পুৰস্কাৰৰ বিষয়ে শিষ্যবিলাকক যীচুৱে একেৰাহে শিক্ষা দি আছে।

নতুন জন্মত

“যেতিয়া সকলোবোৰ নতুনকৈ নিৰ্ম্মাণ কৰি হব” বা “নতুন যুগত” # বাৰ খন সিংহাসনত বহি, বিচাৰ কৰিব “ৰজা হব আৰু বিচাৰ কৰিব”(বাক্যালঙ্কাৰ চাওক)

Matthew 19:29

এই জগতৰ ধন সম্পত্তি আৰু স্বৰ্গৰাজ্যত পুৰস্কাৰৰ বিষয়ে যীচুৱে একেৰাহে শিক্ষা দি আছে।

এশগুণ পাব

“তেওঁলোকে যিমান উত্তম বস্তু ত্য়াগ কৰিলে তাৰ এশগুণকৈ পাব”

এতিয়া যিবিলাক প্ৰথম হৈ আছে তেওঁলোক পাছ পৰিব

জগতৰ দৃষ্টিত যিবিলাক এতিয়া প্ৰথম হৈ আছে, যেনে যিবিলাক ধনী আৰু যিবিলাকে আনক শাসন কৰে, ঈশ্বৰৰ ৰাজ্যত এদিন পাছ পৰিব।