Matthew 18

Matthew 18:1

শিষ্যবিলাকৰ বাবে এটা উদাহৰণ স্বৰূপে যীচুৱে এটি সৰু ল’ৰাক ব্যৱহাৰ কৰিছে।

এই সৰু শিশুবিলাকৰ দৰে হোৱা

“সৰু শিশুবিলাকে ভবাৰ দৰে ভাবা”(সাদৃশ্যতা চাওক)

Matthew 18:4

শিষ্যবিলাকৰ বাবে এটা উদাহৰণ স্বৰূপে যীচুৱে একেৰাহে এটি সৰু শিশুক ব্যৱহাৰ কৰিছে।

যি কোনোৱে এই শিশুটোৰ দৰে নিজকে নম্ৰ কৰে

“এই সৰু শিশুটিৰ দৰে যি কোনোৱে নিজকে নম্ৰ কৰে” (সাদৃশ্যতা চাওক)

এক বিশাল জাঁতশিল তাৰ ডিঙিত ওলোমাই দিয়া উচিত, আৰু তাক সাগৰৰ গভীৰ জলত ডুবাই দিয়া উচিত

“যদি সিহঁতে তাৰ ডিঙিত এটা জাঁত শিল বান্ধি দিয়া আৰু তাক সাগৰৰ গভীৰ জলত দলিয়াই পেলোৱা উচিত” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

জাঁতশিল

ঘেঁহু গুড়ি কৰি পাউদাৰ কৰিবলৈ ব্যৱহাৰ কৰা এটা প্ৰকাণ্ড, ঘুৰণীয়া আকৃতিৰ গধুৰ শিল। AT: “এটা গধুৰ শিল”

Matthew 18:7

শিষ্যবিলাকৰ বাবে এটা উদাহৰণ স্বৰূপে যীচুৱে একেৰাহে এটি সৰু শিশুক ব্যৱহাৰ কৰিছে।

তোমাৰ হাতে

যীচুৱে তেওঁৰ শ্ৰোতাসকলক এজন মানুহক কোৱাৰ দৰে কৈ আছে।

Matthew 18:9

শিষ্যবিলাকৰ বাবে এটা উদাহৰণ স্বৰূপে যীচুৱে একেৰাহে এটি সৰু শিশুক ব্যৱহাৰ কৰিছে।

এইটোক উঠাই পেলোৱা আৰু ইয়াক দলিয়াই দিয়া

এই বাক্যাংশই অবিশ্বাসৰ জৰুৰী অৱস্থা আৰু সকলো প্ৰকাৰে ইয়াক দিবলগীয়া মুল্যৰ পৰা আতৰি থকা আৱশ্যকতা দেখুৱাইছে

জীৱনত সোমোৱা

“অনন্ত জীৱনত প্ৰবেশ কৰা”

Matthew 18:10

শিষ্যবিলাকৰ বাবে এটা উদাহৰণ স্বৰূপে যীচুৱে একেৰাহে এটি সৰু শিশুক ব্যৱহাৰ কৰিছে।

ঘিণ কৰা

“একেবাৰে ভাল নলগা” বা “ গুৰুত্ত্বহীন বুলি ভাবা”

সিহঁতৰ স্বৰ্গদূতবিলাকে

“সেই শিশুবিলাকৰ স্বৰ্গদূতবিলাক”

সদায়েই সেই মুখ দেখা পায়

“সদায়েই অতি ঘনিষ্ঠ”

Matthew 18:12

শিষ্যবিলাকৰ বাবে এটা উদাহৰণ স্বৰূপে যীচুৱে একেৰাহে এটি সৰু শিশুক ব্যৱহাৰ কৰিছে।

আপুনি কি ভাবে?

“মানুহবিলাকে কেনে আচৰণ কৰে তাক চিন্তা কৰা” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তেওঁ এৰি নাযাব... আৰু তাক বিচাৰি নাযাব নে...?

”তেওঁ সদায়েই তাক এৰি যাব... তাক বিচাৰি যাব...”

নিৰানব্বৈ

“৯৯”

এই সৰুবিলাকৰ এটিও নষ্ট হোৱাটো তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ইচ্ছা নাই

“এই সকলোবোৰৰ সৰু এটিও যেন জীয়াই থাকে তাকেই তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে বিচাৰে।“ (অতিৰঞ্জিতকৰণ চাওক)

Matthew 18:15

মন পালটন আৰু ক্ষমাৰ বিষয়ে শিকাবলৈ যীচুৱে এটা উপমাৰ ব্যৱহাৰেৰে আৰম্ভ কৰিছে।

তুমি তোমাৰ ভায়েৰাক পালা

“তুমি তোমাৰ ভাইৰ লগত তোমাৰ সম্বন্ধ আকৌ ভাল হৈ পৰিল”

মুখৰ দ্বাৰা

“মুখৰ পৰা ওলাই অহা” সেই সাক্ষীবোৰৰ দ্বাৰা কোৱা কথা (বাক্যাংশ চাওক)

Matthew 18:17

মন পালটন আৰু ক্ষমাৰ বিষয়ে শিকাবলৈ যীচুৱে একেৰাহে এটা উপমা ব্যৱহাৰ কৰিছে।

তেওঁলোকৰ কথা শুনিবা

সেই সাক্ষীবোৰৰ কথা শুনিবা (১৮:১৬)

তেওঁক পৰজাতি আৰু এজন কৰতোলাৰ নিচিনা হবলৈ দিয়ক

“তুমি এজন পৰজাতি বা এজন কৰতোলাক যেনে ব্যৱহাৰ কৰা তেওঁক তেনে ব্যৱহাৰ কৰিবা”

Matthew 18:18

মন পালটন আৰু ক্ষমাৰ বিষয়ে শিকাবলৈ যীচুৱে একেৰাহে এটা উপমা ব্যৱহাৰ কৰিছে।

বান্ধা... বান্ধি থোৱা... মুকলি কৰা...মুকলি কৰি দিয়া

১৬:১৯ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক

বান্ধি পেলোৱা হব...মুকলি কৰা হব

AT: “ঈশ্বৰে বান্ধিব...ঈশঅবৰে মুকলি কৰিব”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁলোক...তেওঁলোকক

“তোমালোকৰ এই দুয়োটা”

দুই বা তিনি

“দুটা বা অধিক” বা “কমেও দুটা”

গোট খায়

“ লগ হয়”

Matthew 18:21

মন পালটন আৰু ক্ষমাৰ বিষয়ে শিকাবলৈ যীচুৱে একেৰাহে এটা উপমা ব্যৱহাৰ কৰিছে।

সাত গুণ

“৭ গুণ”(সংখ্যাৰ অনুবাদ চাওক)

সত্তৰ গুণ সাতবাৰ

সাম্ভাব্য অৰ্থবোৰ হৈছে: ১) “৭০ গুণ ৭” (ULB বা ২) ৭৭ গুণ” (UDB)। যদি সংখ্যা ব্যৱহাৰ কৰাত দোমোজা লাগিছে, আপুনি কব পাৰে, “ আপুনি হিচাপ কৰিব পৰাতকৈ অধিক গুণ”(UDB আৰু অতিৰঞ্জন চাওক)

Matthew 18:23

মন পালটন আৰু ক্ষমাৰ বিষয়ে শিকাবলৈ যীচুৱে এটা উপমা ব্যৱহাৰ কৰিছে।

এজন চাকৰক অনা হ’ল

AT: “কোনোবা এজনে ৰজাৰ চাকৰবিলাকৰ এজনক আনিলে”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

দহ হাজাৰ গাগৰি

“১০,০০০ গাগৰি” বা “সেই চাকৰজনে কেতিয়াও পৰিশোধ কৰিব নোৱাৰা টকা” (বাইবেলৰ টকা পইচা চাওক)

তেওঁৰ গৰাকীয়ে তাক বিক্ৰি কৰিবলৈ আদশ দিলে... আৰু সেই ধন পৰিশোধ কৰিব লাগে

“সেই মানুহজনক বিক্ৰি কৰিবলৈ ৰজাই তেওঁৰ চাকৰবিলাকক ক’লে... আৰু সেই নিলামৰ টকাৰে সেই ধাৰ পৰিশোদ কৰিবলৈ ক’লে”

Matthew 18:26

মন পালটন আৰু ক্ষমাৰ বিষয়ে শিকাবলৈ যীচুৱে এটা উপমা ব্যৱহাৰ কৰিছে।

তললৈ পৰিল, প্ৰণিপাত কৰিলে

“তেওঁ আঠু কাঢ়ি পৰিল, আৰু তেওঁৰ মুৰ দোঁৱালে”

তেওঁৰ আগত

“ৰজাৰ আগত”

তাক মুক্তি দিলে

“তাক যাবলৈ দিলে”

Matthew 18:28

মন পালটন আৰু ক্ষমাৰ বিষয়ে শিকাবলৈ যীচুৱে এটা উপমা ব্যৱহাৰ কৰিছে।

এশ ডিনাৰী

“১০০ ডিনাৰী” বা “এশ দিনৰ মজুৰি” (বাইবেলৰ টকা পইচা চাওক)

ধৰি ল’লে

“খামুচি ধৰি ল’লে” বা “ টানকৈ ধৰি ল’লে” (UDB)

তললৈ পৰিল...মোলৈ ধৈৰ্য্য ধৰক, আৰু মই পৰিশোধ কৰিম

আপুনি অনুবাদ কৰাৰ দৰে এইটো ব্যঙ্গোক্তিত অনুবাদ কৰক “তললৈ পৰিল...মোলৈ ধৈৰ্য্য ধৰক, আৰু মই পৰিশোধ কৰিম”

Matthew 18:30

মন পালটন আৰু ক্ষমাৰ বিষয়ে শিকাবলৈ যীচুৱে এটা উপমা ব্যৱহাৰ কৰিছে।

Matthew 18:32

মন পালটন আৰু ক্ষমাৰ বিষয়ে শিকাবলৈ যীচুৱে এটা উপমা ব্যৱহাৰ কৰিছে।

তেতিয়া সেই চাকৰজনৰ মালিকে তাক মাতিলে

“সেই ৰজাজনে সেই প্ৰথম চাকৰজনক মাতিলে”

তুমি কৰা উচিত নাছিল নে

“ তোমাৰ উচিত আছিল”(অতিৰঞ্জন চাওক)

Matthew 18:34

মন পালটন আৰু ক্ষমাৰ বিষয়ে শিকাবলৈ যীচুৱে এটা উপমা ব্যৱহাৰ কৰিছে।