Matthew 9

Matthew 9:1

এজন জঠৰ ৰোগীক যীচুৱে সুস্থ কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

যীচুৱে এখন নাৱত প্ৰবেশ কৰিলে

শিষ্যবিলাকেও সম্ভৱ তেওঁৰ লগত গৈছিল (UDB চাওক)।

এখন নাও

সম্ভৱ ৮:২৩ পদত থকা একেখন নাওৱেই হব পাৰে। যদি খেলিমেলি হয় তাক আতৰাবলৈ হলেহে নিৰ্দিষ্ট কৰিব।

তেওঁৰ নিজৰ নগৰলৈ আহিল

“যিখন নগৰত তেওঁ বাস কৰি আছিল।” (UDB)

চোৱা

এইটো হৈছে এটা ডাঙৰ কাহিনীত আন এটা ঘটনাৰ আৰম্ভণ। আগৰ ঘটনাটোৰ মানুহবোৰৰ বাহিৰে বেলেগ মানুহ এইটোত জড়িত হব পাৰে। এইটো কৰিবলৈ আপোনাৰ ভাষাত কিবা উপায় থাকিব পাৰে।

তেওঁলোক... তেওঁলোকৰ

যিসকলে সেই জঠৰ ৰোগীজনক যীচুৰ কাষলৈ আনিছিল। ইয়াত সেই জঠৰ ৰোগীজনো নিজে ভুক্ত হব পাৰে।

পুত্ৰ

সেই মানুহজন যীচুৰ নিজৰ প্ৰকৃত পুতেক নাছিল। যীচুৱে তাক ভদ্ৰতাৰে কৈ আছিল। যদি এইটো খেলিমেলি হৈছে, ইয়াক এইদৰেও অনুবাদ কৰিব পাৰি “হেৰা বন্ধু” নাইবা “হে ডেকা মানুহ” নাইবা মচি দিবও পাৰি।

তোমাৰ পাপ ক্ষমা কৰা হ’ল

“ ঈশ্বৰে তোমাৰ পাপ ক্ষমা কৰিলে” নাইবা “ মই তোমাৰ পাপ ক্ষমা কৰিলোঁ”

Matthew 9:3

এজন জঠৰ ৰোগীক যীচুৱে সুস্থ কৰাৰ বৰ্ণনা এইটোত চলি আছে।

চোৱা

এইটো হৈছে এটা ডাঙৰ কাহিনীত আন এটা ঘটনাৰ আৰম্ভণ। আগৰ ঘটনাটোৰ মানুহবোৰৰ বাহিৰে বেলেগ মানুহ এইটোত জড়িত হব পাৰে। এইটো কৰিবলৈ আপোনাৰ ভাষাত কিবা উপায় থাকিব পাৰে।

তেওঁলোকৰ মাজত

এইটো এনে অৰ্থ কৰিব পাৰে হয়তু তেওঁলোকৰ মনত “তেওঁলোকলৈ,” নাইবা তেওঁলোকৰ মুখ ব্যৱহাৰ কৰি “ইজনে সিজনক”

”ঈশ্বৰ নিন্দা কৰি” কেৱল ঈশ্বৰে কৰিব পৰা বুলি অধ্য়াপকসকলে ভবা কথাটো যীচুৱে কৰিবলৈ সমৰ্থ।

সিহঁতৰ মনৰ ভাৱনা জানিছিল

সিহঁতে কি ভাবি আছিল তাক যীচুৱে জানিছিল হয়তু অলৌকিক ভাবে নাইবা তেওঁলোকক পৰস্পৰে কথা পাতি থকা যীচু দেখিছিল হয়তু সেই কাৰণে।

তোমালোকৰ অন্তৰত কিয় কুকথা ভাবিছা ?

যীচুৱে অধ্যাপকসকলক গালি দিবলৈ এইটো প্ৰশ্ন কৰিছিল। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তুমি... তোমাৰ

বহুবচন

দুষ্টতা

এইটো হৈছে নৈতিক কুকথা বা দুষ্টতা, সাধাৰণভাবে আচল ত্ৰূতি নহয়।

কোনটো সহজ...? যীচুৱে এই প্ৰশ্নটো অধ্যাপকসকলক মনত পেলাবলৈ কৰিছে, কিয়নো পাপৰ কাৰণে সেই মানুহজনৰ জঠৰ ৰোগ আছিল আৰু যদি তেওঁৰ পাপবোৰ ক্ষমা কৰা হয় তেওঁ চলাফুৰা কৰিবলৈ সমৰ্থ হব, সেয়ে যেতিয়া তেওঁ সেই জঠৰ ৰোগীজনক সুস্থ কৰিলে, এই অধ্যাপকসকলে জ্ঞাত হওক যে তেওঁ পাপ ক্ষমা কৰিব পাৰে।(অলঙ্কাৰীক প্ৰশ্ন চাওক)

কোনটো কবলৈ সহজ, “ তোমাৰ পাপবোৰ ক্ষমা কৰা হ’ল” নাইবা “উঠা, খোজ কাঢ়ি ফুৰা” বুলি কোৱা”?

এইটো কবলৈ সহজ নে যে ‘তোমাৰ পাপবোৰ ক্ষমা কৰা হ’ল’ ? নাইবা ‘ এইদৰে কবলৈ সহজ নে যে উঠা খোজ কাঢ়ি ফুৰা’”” ?

তোমাৰ পাপবোৰ ক্ষমা কৰা হ’ল

এইটো এনে অৰ্থ কৰিব পাৰে ১) “মই তোমাৰ পাপ ক্ষমা কৰিলোঁ” নাইবা ২) “ঈশ্বৰে তোমাৰ পাপবোৰ ক্ষমা কৰিলে” এই “তোমাৰ” শব্দটো একবচন। (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

কিন্তু তোমালোকে যেন জানিব পাৰা

“ মই তোমালোকলৈ প্ৰমাণ কৰি দিম।” এই “তোমাৰ” শব্দটো একবচন।

তোমাৰ... তোমাৰ

একবচন

তোমাৰ ঘৰলৈ যোৱা

যীচুৱে মানুহজনক কৰবালৈ যোৱাটো বাধা কৰা নাই। তেওঁ মানুহজনক ঘৰলৈ যাবলৈ সুযোগ দিছে।

Matthew 9:7

যীচুৱে এজন জঠৰ ৰোগীক সুস্থ কৰাৰ সামৰণীৰে এইটো সামৰা হৈছে। যীচুৱে তেতিয়া কৰ তোলোতা এজনক তেওঁৰ এজন শিষ্য হবলৈ নিমন্ত্ৰণ দিছে।

প্ৰশংসা কৰা

৫:১৬ পদত ব্যৱহাৰ কৰা একে শব্দ ব্যৱহাৰ কৰক।

এনে ক্ষমতাৰে

পাপ ক্ষমা কৰিবলৈ ঘোষণা কৰা ক্ষমতা

মথি... তেওঁক... তেওঁ

মণ্ডলীৰ পৰম্পৰাই কয় যে মথি হৈছে শুভবাৰ্ত্তাৰ লিখক, কিন্তু এই পাঠবোৰে “তেওঁক”, “তেওঁ” আৰু “তেওঁ মো”লৈ আৰু “মই” এই শব্দবোৰৰ কোনো সৰ্ব্বনাম পদ দিয়া নাই।

তেওঁ তেওঁক কলে

“যীচুৱে মথিক ক’লে”

যীচুৱে তাৰ পৰা আতৰি যাওঁতে

এই বাক্যাংশটো ইয়াত ৯:৮ ৰ এই ঘটনাটোত “চোৱা” শব্দটোৰে পৰিচয় কৰাই দিবলৈ ব্যৱহাৰ কৰা হৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিলে, ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

আতৰি যোৱা

যাবৰ বাবে এক সাধাৰণ শব্দ ব্যৱহাৰ কৰা হয়। যীচুৱে পৰ্ব্বতৰ ওপৰলৈ বা নামনিলৈ বা কফৰনাহুমলৈ বা তাৰ পৰা আতৰি গৈছে নে সেই ইয়াত স্পষ্ট নহয়।

তেওঁ উঠিল আৰু তেওঁৰ পাছে পাছে গ’ল

এজন শিষ্য হিচাপে “মথি উঠিল আৰু যীচুৰ পাছে পাছে গ’ল” (UDB) মাত্ৰ যীচুৰ পিছৰ গন্তব্যস্থানলৈ সাধাৰণ বাবে নহয়।

Matthew 9:10

কৰ তোলোতা মথিৰ ঘৰত এই ঘটনাটো ঘটিছিল।

সেই ঘৰত

এইটো সম্ভৱ মথিৰ ঘৰ(UDB চাওক), কিন্তু এইটো যীচুৰ ঘৰো হব পাৰে( যীচুৰ সৈতে আৰু তেওঁৰ শিষ্যবিলাকে ৰাতিৰ ভোজন কৰিছিল)। খেলিমেলি দুৰ কৰিবলৈ প্ৰয়োজন সাপেক্ষে নিৰ্দিষ্ট কৰিব।

চোৱা

এই “চোৱা” শব্দটোৱে ইয়াত কাহিনীটোত নতুন মানুহলৈ মনোযোগ দিবলৈ আমাক সজাগ কৰিছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিব পাৰে। ইংৰাজী ব্যৱহাৰ “এজন মানুহ আছিল যি জনে...”

যেতিয়া ফৰীচীবিলাকে এইটো দেখিলে

“যীচুৱে কৰ তোলোতা আৰু পাপীবিলাকে সৈতে ভোজন কৰা ফৰীচীবিলাকে যেতিয়া দেখিলে”

Matthew 9:12

কৰ তোলোতা মথিৰ ঘৰত এই ঘটনাটো ঘটিছিল।

যেতিয়া যীচুৱে এইটো শুনিলে

“এইটো” শব্দই কৰ তোলোতা আৰু পাপীবিলাকে সৈতে যীচুৱে ভোজন কৰাৰ বিষয়ে অধ্যাপক সকলে কৰা প্ৰশ্ন শুনাটো বুজাইছে

যিবিলাক মানুহ শাৰীৰিকভাবে বলৱান

“যিবিলাক মানুহ স্বাস্থ্যবান(প্ৰকাশভঙ্গী চাওক)

বেজ

“চিকিৎসক”

যিবিলাক মানুহ ৰোগীয়া তেওঁলোকক এজন লাগে

“যিবিলাক মানুহ ৰোগীয়া তেওঁলোকক এজন চিকিৎসকৰ দৰকাৰ”

তুমি যোৱা এইটোৱে কি বুজাই তাক শিকাগৈ

“তুমি এইটোৰ অৰ্থ শিকা উচিত”

তুমি যাব লাগে

এই “তোমালোক” সৰ্ব্বনাম পদটো ফৰীচীবিলাকক বুজাইছে।

Matthew 9:14

যীচুৰ শিষ্যবিলাকে লঘোন নিদিয়া আচল কথাটো যোহন বাপ্তাইজকৰ শিষ্যবিলাকে প্ৰশ্ন কৰিছে।

বিয়ালৈ যোৱা লোকসকলে বেজাৰ কৰিব পাৰে নে... তেওঁলোক ?

যেতিয়া দৰা তেওঁলোকৰ লগত থাকে বিয়ালৈ যোৱা কোনেও লঘোন নিদিয়ে। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

বিয়া ঘৰৰ অতিথিসকল

যীচুৰ শিষ্যবিলাকৰ বাবে এক আওপকীয়া প্ৰকাশভঙ্গী।(প্ৰকাশভঙ্গী চাওক)

সেই দৰা তেওঁলোকৰ লগত এতিয়াও আছে...যেতিয়া দৰাক লৈ যোৱা হব

সেই “দৰা” হৈছে যীচু, যিজনা এতিয়াও জীৱিত আৰু সেয়ে এতিয়াও শিষ্যবিলাকৰ লগত আছে। (প্ৰকাশভঙ্গী চাওক)

দৰাক লৈ যোৱা হব

“কোনোবাই সেই দৰাজনক লৈ যাব।” বধ কৰাৰ বিষয়লৈ এইটো এটা প্ৰকাশভঙ্গী। (প্ৰকাশভঙ্গী চাওক, সক্ৰিয়তা বা নিস্ক্ৰিয়তা)

দুখী হোৱা

“শোক কৰা... দুখিত হোৱা” (UDB)

Matthew 9:16

যীচুৱে যোহনৰ শিষ্যবিলাকে সোধা প্ৰশ্নৰ উত্তৰ দি আছে।

পুৰণি কাপোৰত কোনেও নতুন কাপোৰেৰে টাপলি নামাৰে

যিবোৰ মানুহে কেৱল পুৰণি পৰম্পৰাহে জানে নতুনবোৰ গ্ৰহণ কৰিবলৈ আগ্ৰহী নহয়। (প্ৰকাশভঙ্গী চাওক)

কাপোৰ

“সাজ পোছাক”

ডোখৰ

“নতুন কাপোৰৰ টুকুৰা” ফটা কাপোৰ ঢাকিবলৈ ব্যৱহাৰ কৰা হয়।

Matthew 9:17

যীচুৱে যোহনৰ শিষ্যবিলাকে সোধা প্ৰশ্নৰ উত্তৰ দি আছে।

কোনো মানুহে পুৰণি মোটত নতুন দ্ৰাক্ষাৰস নথয়

“এইটো এটা প্ৰকাশভঙ্গী বা যোহনৰ শিষ্যহবিলাকৰ প্ৰশ্নৰ উত্তৰ, যিটো আছিল আমি আৰু ফৰীচীবিলাকে প্ৰায়ে লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্যবিলাকে লঘোন নিদিয়ে”(প্ৰকাশভঙ্গী চাওক)

কোনো মানুহে নভৰাই

“কোনেও নেবাকে” (UDB) বা “মানুহে কেতিয়াও নভৰাই”

নতুন দ্ৰাক্ষাৰস

“আঙুৰৰ ৰস।” এইটোৱে ইয়াকে বুজায় যে সেই দ্ৰাক্ষাৰস এতিয়াও ৰাগীয়াল হোৱা নাই। যদি আঙুৰ আপোনাৰ অঞ্চলত অপৰিচিত, সাধাৰণ শব্দ ফল বুলি ব্যৱহাৰ কৰিব পাৰে।

পুৰণি মোট

এইটোৱে দ্ৰাক্ষাৰসৰ মোট বুজাইছে যিটো বহুতবাৰ ব্যৱহাৰ কৰা হৈছে।

মোটবোৰ

এই মোনাবোৰ জন্তুৰ ছালৰ পৰা প্ৰস্তুত কৰা হয়। সেইবোৰক “দ্ৰাক্ষামোনা” বা “ছালৰ মোনা” বুলি কব পাৰি (UDB)

সেই ছামৰা ফাটি যাব

যেতিয়া নতুন দ্ৰাক্ষাৰস ৰাগীয়াল হয় আৰু ই সম্প্ৰসাৰণ হয়স এইবোৰে ইয়াক ফালি পেলাই কাৰণ এই মোনা বাঢ়ি যাব নোৱাৰে।

নষ্ট হয়

“ধ্বংস হয়”(UDB)

নতুন মোট

“নতুন দ্ৰাক্ষামোট” বা “নতুন ছামৰাৰ মোট।” এইটোৱে কেতিয়াও ব্যৱহাৰ নকৰা দ্ৰাক্ষামোট বুজাইছে।

Matthew 9:18

যিহুদী বিষয়া এগৰাকীৰ জীয়েকক অলৌকিক ভাবে যীচুৱে সুস্থ কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

এই কথা

লঘোণৰ বিষয়ে যোহনৰ শিষ্যবিলাকে সোধা প্ৰশ্নৰ উত্তৰটো ইয়াক বুজায়।

চোৱা

এই “চোৱা” শব্দটোৱে ইয়াত কাহিনীটোত নতুন মানুহলৈ মনোযোগ দিবলৈ আমাক সজাগ কৰিছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিব পাৰে।

তেওঁক মুৰ দোৱালে

যিহুদী সংস্কৃতিত কোনোবা এজনে কাৰোবাক এই উপায়েৰে সন্মান দেখুৱাই।

আহক আৰু তাইৰ ওপৰত হাত থওক, আৰু তাই জীব

এইটোৱে দেখুৱাই যে যিহুদী বিষয়াজনে এইটো বিশ্বাস কৰিছিল যে যীচুৱে তেওঁৰ জীয়েকক জীৱনলৈ ঘুৰাই আনিব পাৰে।

তেওঁৰ শিষ্যবিলাকে

যীচুৰ শিষ্যবিলাক

Matthew 9:20

যিহুদী বিষয়াজনৰ ঘৰলৈ যোৱা বাটত আন এগৰাকী মহিলাক যীচুৱে সুস্থ কৰাৰ কথা এইটোৱে বৰ্ণনা কৰিছে।

চোৱা

এই “চোৱা” শব্দটোৱে ইয়াত কাহিনীটোত নতুন মানুহলৈ মনোযোগ দিবলৈ আমাক সজাগ কৰিছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিব পাৰে।

তাইৰ অত্যধিক ৰক্তক্ষৰণ হৈছিল

“এক অধিক পৰিমাণে তেজ হৈ আছিল।” তাই সম্ভৱত তাইৰ গৰ্ভৰ পৰা তেজ বে আছিল যদিও এইটোৰ বাবে নিয়মীয়া সাধাৰণ সময় নাছিল। কোনো কোনো সংস্কৃতিত এইটো অৱস্থাক বুজাবলৈ এক ভদ্ৰ উপায় আছে।(আওপকীয়া প্ৰকাশ চাওক)

যদি মই তেওঁৰ কামিজটোকে চুবলৈ পাওঁ, মই সুস্থ হম

সেই কামিজটোৱে তাইক সুস্থ কৰিব বুলি বিশ্বাস কৰা নাছিল। যীচুৱেহে তাইক সুস্থ কৰিব বুলি বিশ্বাস কৰিছিল। (বৈক্তিকতা চাওক)

কামিজ

“দীঘল চোলা”

কিন্তু

“তাৰ পৰিৱৰ্তে।” মানুহ গৰাকীয়ে যি আশা কৰিছিল, সেইটো ঘটা নাছিল।

আইটি

সেই মহিলা গৰাকী যীচু জীয়েক নাছিল। যীচুৱে তাইক মৰমেৰে কথা কৈছিল। যদি এইটো খেলিমেলি লগাইছে, এইটোক এইদৰে অনুবাদ কৰিব পাৰি “যুৱতী মহিলা” বা আওকাণ কৰিব পাৰি।

Matthew 9:23

যিহুদী বিষয়াজনৰ জীয়েকক যীচুৱে সুস্থ কৰাৰ বৰ্ণনা এইটোত চলি আছে

বিষয়াজনৰ ঘৰ

এইটো হৈছে যিহুদী নেতাজনৰ ঘৰ

বাঁহী

এইটো এটা দীঘল ফোপোলা বাদ্যযন্ত্ৰ. যিটোত এফালে বা এটা মুৰত বতাহ ফুৱাই দি বজোৱা হয়।

বাঁহী

বজোৱাবিলাকে “যিবিলাক মানুহে বাঁহী বজায়”

আতৰি গৈছিল

যীচুৱে বহুতো মানুহক কৈ আছিল, সেয়ে আপোনাৰ ভাষাত আদেশৰ কথা থাকিলে বহুবচন ব্যৱহাৰ কৰক।

সেই ছোৱালীজনী মৰা নাই, কিন্তু টোপনিত আছে

যীচুৱে শুই থকাৰ প্ৰতিৰূপ ব্যৱহাৰ কৰিছে কাৰণ তাইৰ মৃত্যু ক্ষন্তেকৰ বাবেহে, তেওঁ জানে যে তেওঁ তাইক মৃত্যুৰ পৰা পুনৰ জীয়াই তুলিব (আওপকীয়া প্ৰকাশ চাওক)

Matthew 9:25

যীচুৱে যিহুদী বিষয়াজনৰ জীয়েকক সুস্থ কৰাৰ বৰ্ণনা এইটোত সম্পুৰ্ণ হৈছে।

যেতিয়া সেই ভীৰৰ মানুহবিলাকক বাহিৰ কৰা হল

“যীচুৱে সেই মানুহৰ ভীৰটোক বাহিৰ কৰা পাছত” নাইবা “পৰিয়ালে মানুহবিলাকক বাহিৰ কৰা পাছত”

উঠিল

“বিছনাৰ পৰা উঠিল” এইটো ৮:১৫ত পোৱা দৰে একে ধাৰণা।

এই বিষয়লৈ এইটো বাতৰিটো গোটেই অঞ্চলত ব্যাপি পৰিল

এই বৈক্তিকতা অৰ্থ হৈছে যে এই বাতৰিটো বিয়পি পৰিল কাৰণ মানুহবিলাকে আন মানুহবিলাকক কৈছিল।“সেই অঞ্চলৰ গোটেই মানুহবিলাকে এই বিষয়ে শুনিছিল”(UDB) নাইবা “যিবোৰ মানুহে ছোৱালীজনী সুস্থ হোৱা দেখিছিল সেই অঞ্চলৰ গোটেই মানুহবোৰক এই বিষয়ে কৈছিল।”(বৈক্তিকতা চাওক)

Matthew 9:27

দুজন অন্ধ মানুহক যীচুৱে সুস্থ কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

যীচুৱে তাৰ পৰা আতৰি যাওঁতে

যীচুৱে সেই ঠাইৰ পৰা গৈ থাকোঁতে।

আতৰি যাওঁতে

যীচুৱে পৰ্ব্বতৰ ওপৰলৈ নাইবা নামনিলৈ গৈছে নে সেইটো ইয়াত স্পষ্ট নহয়। সাধাৰণ ভাবে গৈ থকা শব্দ ব্যৱহাৰ কৰক।

দায়ুদৰ সন্তান

আক্ষৰিকভাবে যীচু দায়ুদৰ সন্তান নহয়, সেয়ে এইটো “দায়ুদৰ বংশধৰ” বুলি অনুবাদ কৰিব পাৰি(UDB)। যিয়েই নহওক মছীহজনাক “দায়ুদৰ সন্তান” এই পদবীটোও দিয়া দিব পাৰি(২:১৯), আৰু মানুহে তেওঁক সম্ভৱ সেই নামেৰে মাতিব পাৰে।

যেতিয়া যীচুৱে সেই ঘৰলৈ আহিল

এইটো সম্ভৱ যীচুৰ নিজৰ ঘৰ(UDB) নাইবা ৯:১০ পদত দিয়া ঘৰটোও হব পাৰে।

হয়, প্ৰভু,

“হয়, প্ৰভু, আপুনি যে আমাক সুস্থ কৰিব পাৰে তাক আমি বিশ্বাস কৰিছোঁ।

Matthew 9:29

দুজন অন্ধ মানুহক যীচুৱে সুস্থ কৰাৰ বৰ্ণনাৰে এইটোত সম্পুৰ্ণ কৰা হৈছে।

সিহঁতৰ চকুকেইটা চুইছিল আৰু কৈছিল

তেওঁ দুয়োজন মানুহৰ চকুবোৰ একে সময়তে চুইছিল নে বা তেওঁ তেওঁৰ কেৱল সোঁ হাত মেলি এজনৰ চকু চুই তাৰ পাছত আনজনৰ চকু চুইছিল সেইটো ইয়াত স্পষ্ট নহয়।সাধাৰণতে বাওঁহাতখন অশুচিতা কামত ব্যৱহাৰ কৰা হয়, যথাসম্ভৱ তেওঁ কেৱল সোঁহাত ব্যৱহাৰ কৰিছিল। তেওঁ সিহঁতক চুই থাকোঁতে কথা কৈছিল নে নাইবা প্ৰথমে চুইছে তাৰ পাছত সিহঁতক কথা কৈছিল সেইটো ইয়াত স্পষ্ট নহয়।

সিহঁতৰ দৃষ্টি মুকলি হ’ল

“ঈশ্বৰে সিহঁতৰ চকুবোৰ সুস্থ কৰিলে” নাইবা “দুজন অন্ধ মানুহে দেখিবলৈ পালে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক, বাক্যাংশ)

কিন্তু

“তাৰ পৰিৱৰ্ত্তে।” যীচুৱে সিহঁতক কি কৰিবলৈ কৈছিল সেই অন্ধ মানুহ দুজনে নকৰিলে।

সেই বাৰ্ত্তা প্ৰচাৰ কৰিলে

“সিহঁতলৈ কি ঘটিছিল সেইবোৰ বহুতো মানুহক কৈছিল”

Matthew 9:32

যীচুৱে তেওঁৰ নিজৰ নগৰত মানুহক সুস্থ কৰাৰ কথা এইটোত চলি আছে।

চোৱা

এই “চোৱা” শব্দটোৱে ইয়াত কাহিনীটোত নতুন মানুহলৈ মনোযোগ দিবলৈ আমাক সজাগ কৰিছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিব পাৰে।

বোবা

কথা কব নোৱাৰা

সেই বোবা মানুহে কথা ক’লে

“সেই বোবা মানুহজনে কথা কবলৈ আৰম্ভ কৰিলে” নাইবা “যিজন মানুহ বোবা আছিল কথা কৈছিল” নাইবা “সেই মানুহ জন আৰু বোবা হোৱা নাছিল, কথা কৈছিল”

সেই ভীৰৰ মানুহবোৰে অতি আচৰিত হৈছিল

“সেই মানুহবোৰে আশ্চৰ্য্য হৈছিল”

এইদৰে কেতিয়াও দেখা নাই

এইটোৰ অৰ্থ হৈছে “এইটো কেতিয়া ঘটা নাই” নাইবা “ আগতে এইদৰে ঘটা কোনেও দেখা নাই।”

তেওঁ ভুত বাহিৰ কৰে

“তেওঁ ভুতবিলাকক জোৰ কৰি বাহিৰ কৰে।” ইয়াত এই সৰ্ব্বনাম পদটো “তেওঁ” যীচুক বুজাইছে।

Matthew 9:35

এই অংশটোত গালীলীয়া অঞ্চলত যীচুৰ শিক্ষা, প্ৰচাৰ আৰু সুস্থ কৰাৰ পৰিচৰ্য্যাৰ সাৰাংশ কৰা হৈছে।

সকলো নগৰত

“নগৰ বিলাকৰ বহুততে”(অতিৰঞ্জন চাওক)

নগৰবোৰ... গাওঁবোৰ

“ডাঙৰ ডাঙৰ গাওঁবোৰ... সৰু সৰু গাওঁবোৰ” নাইবা “ডাঙৰ ডাঙৰ নগৰবোৰ... সৰু সৰু নগৰবোৰ”

সকলো প্ৰকাৰৰ ৰোগবিলাক আৰু সকলো প্ৰকাৰৰ বেমাৰবিলাক

“প্ৰতিবিধ ৰোগ আৰু প্ৰতিবিধ বেমাৰ”। এই শব্দবোৰ “ৰোগবিলাক” আৰু “বেমাৰ হোৱা” অতি ঘনিষ্ঠভাবে সংযুক্ত কিন্তু সম্ভৱ হলে দুটা বেলেগ শব্দৰে অনুবাদ কৰিব লাগে।“ৰোগ” হৈছে যিটোৱে এজন মানুহক বেমাৰী কৰি পেলায়। “বেমাৰ” হৈছে শাৰীৰিক দুৰ্ব্বলতা বা দুখ কষ্ট ৰোগ হোৱাৰ ফলস্বৰূপে হয়।

সিহঁত ৰখীয়া নোহোৱা মেৰৰ দৰে আছিল

“মানুহবিলাকৰ কোনো নেতা নাছিল” (সাদৃশ্যতা চাওক)

Matthew 9:37

যীচুৱে আগৰ অংশটোত শস্যচপোৱাৰ বিষয়ে শিষ্যবিলাকক ভীৰৰ মাজত কেনেকৈ প্ৰত্যুত্তৰ দিছিল সেইটোৰ বিষয়ে যীচুৱে বাৰ্ত্তাৰ এক অলঙ্কাৰ ব্যৱহাৰ কৰিছে।

শস্য অতি সৰহ, কিন্তু বনুৱা তাকৰ

এই প্ৰকাশভঙ্গীটোৱে এইটো তুলনা কৰিছে যে এক বৃহৎ সংখ্যক মানুহে ঈশ্বৰত বিশ্বাস কৰিব আৰু শস্যক্ষেত্ৰৰ নিচিনা খাদ্য বৃদ্ধিৰ দৰে ৰাজ্যত যোগ কৰা হব, যিবিলাকে ঈশ্বৰৰ বাৰ্ত্তাআনক কয় সিহঁত হৈছে কৰ্ম্মী।এই প্ৰকাশভঙ্গীটো হৈছে অতি কম সংখ্যক মানুহে ঈশ্বৰৰ কথা আন মানুহক কব। (প্ৰকাশভঙ্গী চাওক)

শস্য চপোৱা

“পকা শস্য সংগ্ৰহ কৰা”

বনুৱা

“কৰ্ম্মীবিলাক”

শস্যৰ গৰাকীত প্ৰাৰ্থনা কৰা

“প্ৰভুত প্ৰাৰ্থনা কৰা। তেওঁ এই শস্যৰ দায়িত্ত্বত থকাজন”