Matthew 7

Matthew 7:1

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন। এই উদাহৰণত “তুমি” আৰু আজ্ঞাবোৰ বহু বচন।

তোমাক বিচাৰ কৰা হব

এইটো এক সক্ৰিয় ৰূপত উল্লেখ কৰিব পাৰি: ঈশ্বৰে তোমাক দোষী কৰিব (UDB) নাইবা “মানুহবিলাকে তোমাক দোষী কৰিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

কিয়নো

এইটো নিশ্চিত হওক যে দুই নং পদটো এক নং পদৰ ওপৰত ভিত্তি কৰিছে।

জোখ

মাখ এইটো এনে বুজাই ১)যি পৰিমাণে শাস্তি দিয়া হয় (UDB) নাইবা ২) বিচাৰ কৰিবৰ বাবে উচিত মানদণ্ড।

Matthew 7:3

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

তুমি কিয় চোৱা... তুমি কেনেকৈ কোৱা

যীচুৱে তেওঁলোকক এইটো কৈ প্ৰত্যহ্বান কৰিছে যে তোমালোকে প্ৰথমতে নিজৰ ভুলটো চোৱা (আওপকীয়া প্ৰশ্ন চাওক)

খেৰৰ একেবাৰে সৰু টুকুৰা... টুকুৰা

এইবোৰ এজন মানুহৰ বাবে একেবাৰে কম গুৰুত্বপুৰ্ণ আৰু অতি বেছি গুৰুত্বপুৰ্ণ ভুলবোৰ চোৱাৰ বাবে এক প্ৰকাশভঙ্গী

ভাই

এইটোৱে এজন সহভাইক বুজাইছে, আক্ষৰিক ভাবে এজন ভাই নাইবা এজন চুবুৰীয়া নহয়।

চকু

এইটো জীৱনৰ বাবে এক প্ৰকাশভঙ্গী

খেৰৰ সৰু টুকুৰা এটা

“একেবাৰে সৰু টুকুৰা” নাইবা “কাঠ বা গ্লাচৰ চোকা টুকুৰা” নাইবা “ধুলি কণা।” সাধাৰণতে মানুহৰ চকুত সোমাই পৰা এনে সৰু সৰু টুকুৰা।

কাঠৰ কুন্দা

এজোপা ডাঙৰ গছৰ গা গছৰ টুকুৰা, এই কাঠৰ টুকুৰাটো অতিকৈ সৰু, আক্ষৰিকভাবে কোনো এজন মানুহৰ চকুত সোমাই পৰে। (অতিৰঞ্জিতকৰণ চাওক)

Matthew 7:6

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

কুকুৰবোৰ... জন্তুবোৰ ... গচকিব.... ঘুৰিব আৰু ছিৰি পেলাব

সম্ভৱত এইবোৰ হৈছে গাহৰি যিয়ে "গচকিব" আৰু কুকুৰবোৰ যিয়ে "ঘুৰি আৰু ছিৰি পেলাব"। (UDB চাওক)

কুকুৰবোৰ... জন্তুবোৰ

এই জন্তুবোৰ লেতেৰা বুলি গণ্য কৰা হয় আৰু ঈশ্বৰে সেইবিলাকক ভক্ষণ কৰিবলে নিষেধ কৰিছিল। সেইবোৰৰ দুষ্ট মানুহৰ প্ৰকাশভঙ্গী যিয়ে পবিত্ৰ বস্তুবোৰ মুল্য নিদিয়ে। (UDB চাওক)। এই শব্দবোৰ আক্ষৰিকভাবে অনুবাদ কৰা উত্তম হব।

মুকুতা

এইবোৰ একেধৰণৰ ঘুৰণীয়া মুল্যৱান পাথৰ নাইবা শিল। সেইবোৰ ঈশ্বৰৰ জ্ঞানৰ বাবে এক প্ৰকাশভঙ্গী (UDB চাওক) নাইবা সাধাৰণতে অমুল্য বস্তু।

Matthew 7:7

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

খোজা... বিচাৰা... টুকুৰিওৱা

এইবোৰ হৈছে অবিৰত প্ৰাৰ্থনাৰ তিনিটা প্ৰকাশভঙ্গী (প্ৰকাশভঙ্গী চাওক)। যদি আপোনাৰ ভাষাত এইবোৰ কৰিবলৈ অবিৰাম ৰূপ আছে (UDB চাওক) ইয়াত ব্যৱহাৰ কৰক।

খোজা

ঈশ্বৰ পৰা কিবা বস্তু খোজা (UDB চাওক)

বিচাৰা

“আশা কৰা” (UDB) নাইবা “বিচাৰি থকা”

এখন দুৱাৰত টুকুৰিওৱা উপায়টো হৈছে ঘৰৰ ভিতৰত থকা মানুহজনক ভদ্ৰতাৰে অনুৰোধ কৰা নাইবা দুৱাৰখন মেলিবলৈ অনুৰোধ কৰা। যদি দুৱাৰত টুকুৰিওৱাটো অভদ্ৰ আচৰণ হয়, সেই শব্দটো ব্যৱহাক কৰক কেনেকৈ মানুহবোৰে ভদ্ৰতাৰে দুৱাৰ মেলিবলৈ কয় তাৰ বৰ্ণনা দিয়ক নাইবা এইটো এইদৰে অনুবাদ কৰক “ তেওঁক দুৱাৰখন মেলিবলৈ তুমি বিচাৰা বুলি ঈশ্বৰক কওক।”

নাইবা... নাইবা

যীচুৱে এই কবলৈ আৰম্ভ কৰিছে যিটো তেওঁ আন বেলেগ শব্দ কৈছে। এইটো মচি দিব লাগে।(UDB)

তাত তোমালোকৰ মাজত থকা মানুহ

এই আওঁপকীয়া প্ৰশ্নটোৰ অৰ্থ হৈছে “তোমালোকৰ মাজৰ কোনোৱেই।” (UDB,আওপকীয়া প্ৰশ্ন চাওক)

এটি যৱৰ পিঠা... শিল... মাছ... সাপ

এইবোৰক আক্ষৰিক ভাবে অনুবাদ কৰিব লাগে

এটি যৱৰ পিঠা

"কিছু খাদ্য"

Matthew 7:11

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

মানুহবিলাকে তোমালৈ কি কৰাটো বিচাৰা

"আপোনাৰ প্ৰতি আন লোকবিলাকে কেনে কাৰ্য্য কৰাটো বিচাৰা" (UDB)।

Matthew 7:13

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

যেতিয়া আপুনি অনুবাদ কৰে, বহল আৰু বিশাল যি কেইটা সাম্ভাব্য ঠেক জোৰ দিয়াটো বুজোৱাত এই দুই ধৰণৰ দুৱাৰ আৰু উপায়ৰ মাজত পাৰ্থক্য বুজাব।

ঠেক দুৱাৰেদি সোমোৱা

আপুনি এই পদটো ১৪ পদৰ শেষলৈ লৈ যাব লাগে "সেই কাৰণে ঠেক দুৱাৰেদি সোমোৱা।"

দুৱাৰ

পথ এই প্ৰকাশভঙ্গীটো খুউব সম্ভৱ মানুহবোৰে পথেদি খোজ কাঢ়ি গৈ দুৱাৰৰ ওচৰ পাই তাৰ পাছত জীৱনলৈ নাইবা বিনাশলৈ প্ৰবেশ কৰে (UDB প্ৰকাশভঙ্গী চাওক) সেয়ে আপুনি এইটো এইদৰে অনুবাদ কৰা প্ৰয়োজন, “বহল ৰাষ্টাই বিনাশলৈ লৈ যায় আৰু বহল সেই ৰাষ্টাইদি মানুহে তাত প্ৰবেশ কৰে।” আন বিলাকে এই দুৱাৰ আৰু পথক এক সংযুক্ত বিশেষ্য পদ বুলি ধৰি লয়, আৰু তাক পুনৰ সজাই তুলিবলৈ প্ৰয়োজন নাই (সংযুক্ত বিশেষ্য পদ চাওক)

দুৱাৰ বহল আৰু তাৰ বাট মুকলি... দুৱাৰ ঠেক, আৰু তাৰ বাটো চেপ

এই ULB য়ে এই বিশেষণটো বিপৰীত অৰ্থ বুজোৱাত জোৰ দিবৰ কাৰণে ক্ৰিয়া পদৰ আগত ৰাখিছে। আপোনাৰ ভাষাত বিশেষণ পদক সাধাৰণতে এনে বিপৰীত বুজাবৰ কাৰণে সেইদৰেই অনুবাদ কৰক।

ধ্বংস

এইটো হৈছে মানুহবিলাকক বিনাশ হোৱাৰ ক্ষেত্ৰত সাধাৰণ শব্দ। এই পাঠত শাৰীৰিক ধ্বংস বুজাইছে (UDB চাওক) যিটো হৈছে অনন্ত কলীয়া মৃত্যু বুজোৱা প্ৰকাশভঙ্গী। এইটো হৈছে শাৰীৰিক ভাবে থকা “জীৱন”ৰ বিপৰীত, যিটো অনন্ত জীৱনৰ প্ৰকাশভঙ্গী। (প্ৰকাশভঙ্গী চাওক)

Matthew 7:15

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে। # সাৱধান হোৱা

“বিপক্ষে পৰীয়া হোৱা”

সিহঁতৰ ফলৰ দ্বাৰা

ফল ধাৰণ কৰাৰ দ্বাৰা যীচুৱে এই ভাববাদীবিলাকৰ কাম কাজ তুলনা কৰিছে। বিকল্প অনুবাদ: “সিহঁতৰ কৰ্ম্মৰ দ্বাৰা।” (প্ৰকাশভঙ্গী চাওক) # মানুহে গোটাই নে ? মানুহে নোগোটাই ? যীচুৱে কৈ থকা মানুহবিলাকে এইটো জানে যে উত্তৰটো নহয়। (আওপকীয়া প্ৰশ্ন চাওক)

ভাল গছে ভাল বীজ ধাৰণ কৰে

ভাল ভাববাদীয়ে ভাল ফল বা কৰ্ম্ম বা বাক্য উৎপন্ন কৰাটো বুজাবলৈ যীচুৱে একেৰাহে এই প্ৰকাশভঙ্গী ব্যৱহাৰ কৰি আছে।

বিনাশ হোৱা গছে বেয়া বীজ ধাৰণ কৰে

বেয়া ভাববাদীয়ে বেয়া ফল বা কৰ্ম্ম বা বাক্য উৎপন্ন কৰাটো বুজাবলৈ যীচুৱে একেৰাহে এই প্ৰকাশভঙ্গী ব্যৱহাৰ কৰি আছে।

Matthew 7:18

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যি প্ৰতিজোপা গছে ভাল ফল ধাৰণ নকৰিলে তাক কাটি জুইত পেলোৱা হব

ভুৱা ভাববাদী বিলাকক বুজাবলৈ যীচুৱে একেৰাহে গছৰ ফল ধাৰণ কৰাৰ এই প্ৰকাশভঙ্গী ব্যৱহাৰ কৰি আছে। ইয়াত তেওঁ কেৱল এইটো উল্লেখ কৰিছে যে বেয়া গছৰ কি হব। এইটোক সেই ভুৱা ভাববাদীবিলাকৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰি। ( প্ৰকাশভঙ্গী, অন্তৰ্ভুক্ততা আৰু বৰ্হিভুক্ততা চাওক)

সিহঁতৰ ফলৰ দ্বাৰা তোমালোকে সিহঁতক চিনিবা

সিহঁতৰ ফল এইটোৱে বেয়া গছ নাইবা ভুৱা ভাববাদী বিলাকক বুজাইছে। এইটো প্ৰকাশভঙ্গীয়ে এই কথা প্ৰয়াগ কৰে যে গছৰ ফল নাইবা ভুৱা ভাববাদী দুয়োটা ভাল নে বেয়া তাক প্ৰকাশিত কৰিব। যদি সম্ভৱ হয় এইটো বুজাবলৈ যিকোনো এটাৰ অনুবাদ কৰাৰ উপায় কৰক (এটাতকৈ বেছি অৰ্থ থকা শব্দ চাওক)

Matthew 7:21

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যিজনে মোৰ পিতৃৰ ইচ্ছা পালন কৰে

"মোৰ পিতৃয়ে যি বিচাৰে তাক কৰিবলৈ যিয়ে আকাংক্ষা কৰে।"

আমি

এইটোত যীচু অন্তৰ্ভুক্ত হোৱা নাই (বাহ্যিকতা চাওক)

সেই দিনাখন

যীচুৱে কৈছিল মাত্ৰ "সেই দিনাখন" কাৰণ তেওঁ জানিছিল যে তেওঁৰ শ্ৰোতাসকলে বুজি পাব যে তেওঁ সেই সোধবিচাৰৰ কথা বুজাইছে। আপুনি এই বাস্তৱ কথাটো অন্তৰ্ভুক্ত কৰিব ((UDB ত থকাৰ দৰে) যদিহে আপোনাৰ শ্ৰোতাসকলে বুজি নাপায় যে যীচুৰ কোনটো দিনৰ বিষয়ে কৈ আছিল।

Matthew 7:24

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

সেই কাৰণে

" সেই কাৰণটোৰ বাবে"

এজন জ্ঞানী মানুহৰ নিচিনা যিজনে তেওঁ ঘৰটো এটা শিলৰ ওপৰত সাজে

যীচুৱে তেওঁৰ বাক্য পালন কৰা সেই বাধ্য লোকবিলাকৰ লগত তুলনা কৰিছে য'ত এইটোত একোহে অনিষ্ট কৰিব নোৱাৰিব। মন কৰক যদিও বৰষুণ, বতাহ, আৰু পানীৰ উচ্চ ঢৌৱে ইয়াক চুৱে, তথাপিও এইটো নপৰিব। (সাদৃশ্যতা চাওক)।

শিল

এইটো ওপৰৰ মাটিভাগ আৰু বোকাৰ তলত থকা শিলাময় ভাগ, মাটিৰ ওপৰত থকা এক প্ৰকাণ্ড শিল নাইবা শিলাময় পাহাৰ নহয়।

Matthew 7:26

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

এজন মুৰ্খ মানুহৰ নিচিনা যিয়ে তেওঁৰ নিজৰ ঘৰ বালিৰ ওপৰত সাজে

যীচুলে তেওঁৰ সাদৃশ্যতাৰ কথা আৰম্ভ কৰি এই সাদৃশ্যতালৈকে চলাই গৈছে।

পৰিল

যেতিয়া এটা ঘৰ পৰে তাৰ কি হয় তাৰবাবে এই এক সাধাৰণ শব্দ ব্যৱহাৰ কৰিছে।

আৰু তাৰ ঘোৰতৰ পতন হ'ল

সেই বৰষুণ, ঢল, আৰু বতাহে সেই ঘৰটো সম্পুৰ্ণৰূপে ধ্বংস কৰি পেলালে।

Matthew 7:28

এইটো প্ৰায় আহিছিল

এটা কাহিনীত নতুন শাখা এটা আৰম্ভ কৰাটো প্ৰকাশ কৰিবলৈ যদি উপায় আছে ইয়াত ব্যৱহাৰ কৰিব পাৰে। ( TA সংযুক্ত: আলোচনা চাওক)।