Matthew 6

Matthew 6:1

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। এই সকলোবোৰ “তুমি” আৰু “তোমাৰ” শব্দবোৰ বহুবচন ।

তোমাৰ সন্মুখত কোনো ঢোল নোকোবাবা

মানুহৰ ভীৰৰ মাজত কোনোবাই ডাঙৰকৈ তুৰী বজোৱাৰ দৰে তোমাৰ প্ৰতি কোনো মনোযোগ আকৰ্ষিত নকৰিবা।(প্ৰকাশভঙ্গী চাওক)

প্ৰশংসা

আপুনি ৫:১৬ পদত ব্যৱহাৰ কৰাৰ দৰে একে শব্দ ব্যৱহাৰ কৰক।

Matthew 6:3

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

তোমাৰ বাওঁ হাতে কি কৰিছে তাক সোঁ হাতক জানিবলৈ নিদিবা

এইটো সম্পুৰ্ণ গোপনীয়তাৰ বাবে এক প্ৰকাশভঙ্গী। যিদৰে হাত দুখনে একেলগে কাম কৰে আৰু সকলো সময়তে কি কৰে দুয়োখনে জানে, তুমি যেতিয়া দুখীয়াবিলাকক দান কৰা তুমি কি দিছা তাক তোমাৰ ঘনিষ্ঠ জনকো জানিবলৈ নিদিবা। (প্ৰকাশভঙ্গী চাওক)

তোমাৰ দান ব্যক্তিগতভাবে দিয়া হওক

“ আন মানুহবিলাকে নজনাকৈ তুমি দুখীয়াবিলাকক দান কৰা”

Matthew 6:5

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” আদিবোৰ বহুবচন; ৬ পদত সেইবোৰ একবচন, কিন্তু তুমি সেইবোৰক বহুবচনৰূপত অনুবাদ কৰিব লাগে।

মই সচাঁকৈ কওঁ

AT:" মই তোমালোকক সত্যকৈ কওঁ।"

তোমাৰ ভিতৰ কোঠালিত সোমোৱা

AT: “তোমাৰ ব্যক্তিগত ঠাইলৈ যোৱা” নাইবা “তোমাৰ অন্তেষপুৰত সোমাৱা” তোমাৰ পিতৃয়ে যিজনাই তোমাক গুপুতে দেখিব এইটোক এইদৰে অনুবাদ কৰিব কৰিব পাৰি “মানুহবিলাকে গুপুতে কি কৰে তাক তোমাৰ পিতৃয়ে দেখে।”

অনৰ্থক পুনৰাবৃত্তি

কোনো অৰ্থ নোহোৱা শব্দ পুনৰাবৃত্তি কৰা।

অনেক কথা

“দীঘলীয়া প্ৰাৰ্থনা” নাইবা “ বহুত কথা”

Matthew 6:8

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন। তেওঁ তেওঁলোকক এটা দল হিচাপে বহুবচনত যিমান পাৰে সিমানকৈ আছে, “ এইদৰে প্ৰাৰ্থনা কৰা”। “তোমাৰ” শব্দৰ পাছত পোৱা “ স্বৰ্গীয় পিতৃ” এই সকলোবোৰ বহুবচন।

তোমাৰ নাম পবিত্ৰ হওক

“তুমি যে পবিত্ৰ সেইটো সকলোৱে জনাটো আমি বিচাৰো”

তোমাৰ ৰাজ্য আহক

“ তুমি সকলোৰে ওপৰত আৰু সকলোকে সম্পুৰ্ণকৈ শাসন কৰাটো আমি বিচাৰোঁ।”

Matthew 6:11

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

এই সকলো ঘটনাত “আমি”, “আমাক” আৰু “আমাৰ” এইবোৰে যীচুৱে সম্বোধন কৰি থকা মানুহৰ ভীৰটোক বুজাইছে। এইটো হৈছে পাপৰ বাবে কৰা এটা প্ৰকাশভঙ্গী। (অন্তৰ্ভুক্ততা চাওক)

ধাৰবোৰ

এক ধাৰ হৈছে এজন মানুহে আন এজনক দিবলৈ থকা ঋণ। এইটো হৈছে পাপীবিলাকৰ বাবে এক প্ৰকাশভঙ্গী (প্ৰকাশভঙ্গী চাওক)।

ধৰোৱাসকলক

এজন ধৰোৱা হৈছে এনে এজন মানুহ যিজনে আনক দিবলৈ থাকে। এইটো হৈছে পাপীবিলাকৰ বাবে এক প্ৰকাশভঙ্গী

Matthew 6:14

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

Matthew 6:16

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” আদিবোৰ বহুবচন; ১৭ আৰু ১৮ পদত সেইবোৰ একবচন, কিন্তু তুমি সেইবোৰক বহুবচন ৰূপত ১৬ পদত মিলাই লৈ "তুমি" শব্দটো বহুবচন ৰূপত অনুবাদ কৰিব বিচাৰিলে কৰিব পাৰা।

তদুপৰি

" লগতে, ও "

মুৰত তেল ঘহাঁ

“সাধাৰণতে যেনে দেখা যায় তেনে একে হৈ থাকক।” মুৰত “তেল ঘহাঁ” অৰ্থটো হৈছে চুলিৰ সাধাৰণ যত্ন লোৱা। এইটোত “খ্ৰীষ্ট” অৰ্থৰ লগত “অভিষিক্ত জনাৰ কোনো লেন দেন” নাই।

Matthew 6:19

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” কেৱল ২১ পদৰ বাহিৰে বাকী সকলো বহুবচন।

তুমি নিজৰ বাবে ধন

ৰত্ন জমা কৰা এই ধন ৰত্নবোৰ হৈছে জাগতিক বিষয়বস্তু যিয়ে আমাক সন্তাষ দিয়ে।

Matthew 6:22

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন। ইয়াত পোৱা সকলোবোৰ “তুমি” আৰু “ তোমাৰ” এইবোৰ এক বচন শব্দ, কিন্তু আপোনাৰ ভাষাত সেইবোৰক প্ৰয়োজন সাপেক্ষে বহুবচন হিচাপে অনুবাদ কৰক।

চকু শৰীৰৰ প্ৰদীপ স্বৰূপ

“বন্তিৰ নিচিনা, চকুৱে আমাক বস্তুবোৰ স্পষ্টকৈ চাবলৈ দিয়ে।” (প্ৰকাশভঙ্গী চাওক)

যদি তোমাৰ চকু ভালে থাকে, গোটেই শৰীৰেই পোহৰেৰে পুৰ হব

যদি তোমাৰ চকু ভালে থাকে, যদি তুমি দেখা পাব পাৰা, তেতিয়া তোমাৰ গোটেই শৰীৰেই ভালদৰে কাৰ্যক্ষম হব। সেইয়ে তুমি চলা ফুৰা কৰিব পাৰা, কাম বন কৰিব পাৰা ইত্যাদি। ঈশ্বৰে যেনেদেৰে বস্তুবোৰ চায় সেইদৰে চাবলৈ এইটোৱেই উপায়, বিশেষকৈ দানশীলতা আৰু লোভৰ ক্ষেত্ৰত (UDB চাওক)

চকু

তুমি এইটো বহুবচন ৰূপত অনুবাদ কৰিব লাগে।

পোহৰে পুৰ হব

এক বোধগম্যতা হবলৈ এইটো এটা প্ৰকাশভঙ্গী।

যদি তোমাৰ চকু বেয়া

এইটো কোনো এক যাদু বুজোৱা নাই। বিকল্প অনুবাদ “ঈশ্বৰে যেনেদৰে সেইবোৰক দেখে তুমি সেইদৰে দেখা নাই।“ এইটো লোভ বুজাবলৈ এক প্ৰকাশভঙ্গী (UDB চাওক “তুমি কিমান লোভীয়া হবা”)

তোমাত যি পোহৰ আছে আচলতে সেইয়া আন্ধাৰহে

“তুমি যি ভাবিছা আচলতে সেইয়া আন্ধাৰহে।” ঈশ্বৰে তেওঁলোকক যেনেদৰে দেখে সেইদৰে কোনো এজনে দেখাটো নহয় সেয়ে এইটো এটা প্ৰকাশভঙ্গী।

সেই আন্ধাৰ কিমান গভীৰ

আন্ধাৰত থকা অতি বেয়া। আন্ধাৰত থকা আৰু পোহৰৰ বিষয়ে চিন্তা কৰা আনকি তাতকৈ অতি বেয়া।

কিয়নো তেওঁ এজনক ঘিণ কৰিব আৰু আন জনক প্ৰেম কৰিব, নাইবা তেওঁ এজনৰ প্ৰতি বেচি মনোযাগ দিব আৰু আনজনক অৱহেলা কৰিব

এই দুয়োটা বাক্যাংশই একেটা বিষয়কে বুজাইছে একে সময়তে ঈশ্বৰক প্ৰেম কৰা আৰু ধন সম্পত্তি এই দুয়োটাতে মনোযোগ দিয়াটো অসমৰ্থ। (সমান্তৰালতা চাওক)

তুমি ঈশ্বৰ আৰু ধন এই উভয়তে খাটিব নোৱাৰা

“ তুমি একে সময়তে ঈশ্বৰ আৰু ধন সম্পত্তি খাটিব নোৱাৰা”

Matthew 6:25

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

জীৱন আহাৰতকৈ শ্ৰেষ্ঠ, আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয়নে ?

জীৱনত আহাৰ আৰু বস্ত্ৰ আটাইতকৈ দৰকাৰী বস্তু নহয়। এই আওঁপকীয়া প্ৰশ্নটোৰ অৰ্থ হৈছে “তুমি যি খোৱা বা যি পিন্ধা তাতকৈ তোমাৰ জীৱন অতি গুৰুত্বপুৰ্ণ।” বিকল্প অনবাদ: “জীৱন খাদ্যতকৈ অধিক মুল্য, নহয় নে? আৰু বস্ত্ৰতকৈ শৰীৰৰ মুল্য অতি অধিক, নহয় নে?” (আওঁপকীয়া প্ৰশ্ন চাওক)

ভৰাঁল

য’ত খাদ্য জমা কৰি ৰাখা হয়।

তুমি সেইবোৰতকৈ বহু মুলীয়া নোহোৱা নে

এই আওঁপকীয়া প্ৰশ্নটোৰ অৰ্থ হৈছে “তুমি এই চৰাইবোৰতকৈ অতি বহুমুলীয়া।” বিকল্প অনুবাদ: ”তোমালোক এই চৰাইবোৰতকৈ অতি বেছি মুল্যৱান, তোমালোক নোহোৱা নে?”

Matthew 6:27

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

এক গজ

এক “গজ” হৈছে আধা মিটাৰতকৈ অলপ কম। এই ক্ষেত্ৰত এইটোক জীৱনৰ আয়ুসৰ কালত যোগ কৰাত প্ৰকাশভঙ্গী হিচাপে ব্যৱহাৰ কৰা হৈছে। (বাইবেলৰ দুৰত্ব আৰু প্ৰকাশভঙ্গী চাওক)

তোমালোক বস্ত্ৰ বাবে কিয় চিন্তা কৰা ? এইটো এক আওঁপকীয়া প্ৰশ্নৰ অৰ্থ হৈছে “ তুমি কি পিন্ধিবা সেই বিষয়ে চিন্তিত নহবা।

ভাবি চোৱা

“বিবেচনা কৰা”

কনাৰী ফুল

এক প্ৰকাৰৰ বনৰীয়া ফুল

Matthew 6:30

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

ঘাঁহ

তোমাৰ ভাষাত ঘাঁহ আৰু কনাৰী ফুলৰ বাবে কিবা শব্দ থাকিলে তাক ইয়াত ব্যৱহাৰ কৰিব পাৰা।

জুইশালত পেলোৱা হব

যীচুৱে শাৰীৰিক ভাবে থকা সময়ত যীহুদীবিলাকে তেওঁলোকৰ খাদ্য ৰান্ধিবলৈ ঘাঁহ বা খেৰ ব্যৱহাৰ কৰিছিল (UDB চাওক) বিকল্প অনুবাদ: “ জুইত পেলোৱা হব” নাইবা “জ্বলাই পেলোৱা হব”

হে অল্পবিশ্বাসী

যীচুৱে মানুহবিলাকক গালি দিছে কাৰণ ঈশ্বৰত তেওঁলোকৰ বিশ্বাস অলপীয়া। বিকল্প অনুবাদ: “তোমালোক যি এনে অলপীয়া বিশ্বাস আছে” নাইবা এক নতুন বাক্য হিচাপে, “ তোমালোকৰ এনে অলপীয়া বিশ্বাস কিয়?”

সেই কাৰণে

বিকল্প অনুবাদ: “এইটোৰ কাৰণে”

Matthew 6:32

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ ত আৰম্ভ হৈছে।

যীচুৱে মানুহৰ এটা দলক তেওঁলোকৰ বৈক্তিক হিচাপে কি ঘটিব পাৰে সেই কথা কৈ আছিল। ইয়াত এই সকলো “তুমি” আৰু “তোমাৰ” বহুবচন।

কিয়নো.... কিয়নো

এই প্ৰতিটো বাক্যই ৬:৩১ৰ বাক্যৰ এক পৰিচয় কৰাই দিয়ে। সেইটো হৈছে, পৰজাতিবিলাকেও এইবোৰ বস্তু বিচাৰে, সেয়ে “তোমালোক চিন্তিত নহবা”; তোমালোকৰ সেইবোৰ প্ৰয়োজন আছে বুলি “তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে”, সেয়ে “চিন্তিত নহবা”

সেই কাৰণে

বিকল্প অনুবাদ: “এইসকলোবৰৰ কাৰণে”

কাইলৈ ই তাৰ বাবে চিন্তা কৰিব

এই ব্যৈক্তিককৰণ আচলতে মানুহজনক বুজাইছে যিজন পিছৰ দিনাখনলৈ জীয়াই থাকিব, (UDB চাওক)। (বৈক্তিককৰণ চাওক)

দিনটোৰ দুখ কষ্ট দিনটোৰ বাবে যথেষ্ট

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “এই দিনটোত যথেষ্ট বেয়া বস্তু পোৱা হ’ল”