Matthew 4

Matthew 4:1

এই অংশটোত চয়তানে যীচুক কেনেকৈ পৰীক্ষাত পেলাইছিল তাৰ বৰ্ণনা আছে

সেই চয়তানে... পৰীক্ষক

এইবোৰে একেজনকেই বুজাইছে। আপুনি দুয়োটা বুজাবলৈ একেটাকে ব্যৱহাৰ কৰিব পাৰে

তেওঁ লঘোনে আছিল

তেওঁৰ ভোক লাগিছিল এইটো যীচুক বুজাইছে।

যদি তুমি ঈশ্বৰৰ পুত্ৰ হোৱা, এক আদেশ কৰা

এইটো হব পাৰে ১) তেওঁৰ নিজৰ উপকাৰৰ বাবে এক আচৰিত কাৰ্য্য় কৰিবলৈ এক পৰীক্ষা, " তুমি ঈশ্বৰৰ পুত্ৰ হোৱা, সেয়ে তুমি আদেশ কৰিব পাৰা" নাইবা ২) এক প্ৰত্যাহ্বান বা এক অভিযোগ কৰা, "আদেশ কৰাৰ দ্বাৰা তুমি যে ঈশ্বৰৰ পুত্ৰ প্ৰমাণ কৰা" (UDB চাওক) এইটোৰ পৰা ভালদৰে জানিব পাৰি যে চয়তানে জানে যে যীচু ঈশ্বৰৰ পুত্ৰ।

এই শিলবোৰক পিঠা হবলৈ আদেশ কৰা

" এই শিলবোৰক কোৱা , পিঠা হৈ যা !"

Matthew 4:5

চয়তানে কেনেকৈ যীচুক পৰীক্ষাত পেলাইছিল সেই বৰ্ণনা চলি আছে

যদি তুমি ঈশ্বৰৰ পুত্ৰ হোৱা, নিজকে তললৈ পেলাই দিয়া

এইটো এনে হব পাৰে, ১) তেওঁৰ নিজৰ উপকাৰৰ বাবে এটা আচৰিত কাম কৰিবলৈ কৰা পৰাক্ষা, " যিহেতু তুমি সচাঁকৈ ঈশ্বৰৰ পুত্ৰ হোৱা, তুমি নিজকে তললৈ পেলাই দিব পাৰা" নাইবা ২) এক প্ৰত্যাহ্বান বা এক অভিযোগ কৰা, তুমি নিজকে তললৈ পেলাই দিয়াৰ দ্বাৰা প্ৰমাণ কৰা যে তুমি সচাঁয়ে ঈশ্বৰৰ পুত্ৰ।" (UDB চাওক) এইটোৰ পৰা ভালদৰে জানিব পাৰি যে চয়তানে জানে যে যীচু ঈশ্বৰৰ পুত্ৰ।

তললৈ

ভুমিলৈ / মাটিলৈ

তেওঁ আদেশ দিব...

"ঈশ্বৰে তেওঁৰ দূতবিলাকক তোমাৰ প্ৰতি চোৱাচিতা কৰিবলৈ আদেশ দিব, নাইবা ঈশ্বৰে তেওঁৰ দূকবিলাকক ক'ব, তেওঁৰ চোৱাচিতা কৰা"

Matthew 4:7

চয়তানে কেনেকৈ যীচুক পৰীক্ষাত পেলাইছিল সেই বৰ্ণনা চলি আছে

পুনৰ এইটো লিখা আছে

এইটোক এইদৰে অনুবাদ কৰিব পৰা যায় " আকৌ মই কওঁ, শাস্ত্ৰত কিবা এটা লিখা আছে।"

তেওঁ তেওঁক ক'লে, "চয়তানে যীচুক ক'লে"

এই সকলোবোৰ বস্তু মই তোমাক দিম

" মই এই সকলোবোৰ বস্তু তোমাক দিম।" পৰীক্ষকে এইটো জোৰ দি কৈছে যে তেওঁ "এই সকলোবোৰ বস্তু," সেইবোৰৰ কিছুমান মাত্ৰ নহয়।

Matthew 4:10

চয়তানে কেনেকৈ যীচুক পৰীক্ষাত পেলাইছিল সেই বৰ্ণনা চলি আছে

এই তৃতীয়বাৰ যীচুৱে চয়তানক শাস্ত্ৰৰ দ্বাৰা ধমকি দিছে # দুষ্ট আত্মা

মথিয়ে বেলেগ এটা পদবী ব্য়ৱহাৰ কৰিছে যিটোক "চয়তান" য়েই বুজাই।

চোৱা

এই "চোৱা " শব্দটো ইয়াত আমাক মনোযাগ দিবলৈ কৈছে কিবা এটা নতুন গুৰুত্ত্বপুৰ্ণ কথা মনোযাগ দিয়া।

Matthew 4:12

এই অংশটোৱে গালীলত যীচুৰ পৰিচৰ্য্যা কৰাৰ বৰ্ণনা কৰিছে।

যোহনক বন্দী কৰা হ'ল

" ৰজাই যোহনক বন্দীশালত থলে" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক।

Matthew 4:14

এইটোৱে গালীলত যীচুৰ পৰিচৰ্য্যা কৰি থকাৰ কথা বৰ্ণনা কৰি আছে।

Matthew 4:17

এইটোৱে গালীলত যীচুৰ পৰিচৰ্য্যা কৰি থকাৰ কথা বৰ্ণনা কৰি আছে।

স্বৰ্গ ৰাজ্য তোমালোকৰ ওটৰ পালেহি

আপুনি এইটো ৩:২ পদত কৰা ধাৰণাৰে একে উপায়েৰে অনুবাদ কৰা উচিত।

Matthew 4:18

এইটোৱে গালীলত যীচুৰ পৰিচৰ্য্যা কৰি থকাৰ কথা বৰ্ণনা কৰি আছে।

জাল পেলাই আছিল

" এখন জাল দলিওৱা"

মোৰ পাছত আহাঁ,

যীচুৱে চিমোন আৰু আন্দ্ৰিয়ক তেওঁৰ পাছত আহিবলৈ নিমন্ত্ৰণ দিছে, তেওঁৰ লগত থাকিবলৈ কৈছে, আৰু তেওঁৰ শিষ্য হবলৈ কৈছে। বিকল্প অনুবাদ :"মোৰ শিষ্য হোৱা।"

মই তোমালোকক মানুহ ধৰা মাছুৱৈ কৰিম

বিকল্প অনুবাদ : " তোমালোকে মাছ ধৰাৰ দৰে মই তোমালোকক ঈশ্বৰলৈ মানুহ আনিবলৈ শিকাম" (প্ৰকাশভঙ্গী চাওক)

Matthew 4:21

এইটোৱে গালীলত যীচুৰ পৰিচৰ্য্যা কৰি থকাৰ কথা বৰ্ণনা কৰি আছে।

তেওঁলোকে জাল গুঠি আছিল

" তেওঁলোক" বুলি কওঁতে দুই ককাই ভাই আৰু চিবদিয় হব পাৰে বা মাত্ৰ দুজন ককাই ভাই হব পাৰে।

তেওঁ তেওঁলোকক মাতিলে

" যীচুৱে যোহন আৰু যাকোবক মাতিলে।" এই বাক্যাংশটো এইদৰেও বুজাব পাৰে যে যীচুৱে তেওঁৰ অনুগমণ কৰিবলৈ, তেওঁৰ লগত থাকিবলৈ, আৰু তেওঁৰ শিষ্য হবলৈ তেওঁলোকক নিমন্ত্ৰণ কৰিছিল।

তৎক্ষণাতে

" সেই মুহুৰ্ত্ততে"

নাওখন এৰি আহিল... আৰু তেওঁৰ পাছে পাছে গ'ল

এইটো স্পষ্ট হোৱা কথা যে এইটো এটা জীৱন পৰিৱৰ্ত্তনৰ কথা। এই মানুহবোৰ মাছ ধৰিবলৈ আৰু যোৱা নাছিল আৰু নিজৰ পৰিয়াল ব্যৱসায় এৰি তেওঁলোকৰ জীৱনৰ বাকী সময় খিনি যীচুৰ অনুগমণ কৰিছিল।

Matthew 4:23

এইটোৱে গালীলত যীচুৰ পৰিচৰ্য্যা কৰি থকাৰ কথা বৰ্ণনা কৰি আছে।

সকলো প্ৰকাৰৰ ৰোগ

নৰীয়া আৰু সকলো প্ৰকাৰৰ বেমাৰ ব্যাধি " প্ৰতিটো ৰোগ আৰু প্ৰতিটো বেমাৰ।" এই "ৰোগ" আৰু "বেমাৰ" দুয়োটা সমাৰ্থক সন্নিহিত শব্দ কিন্তু যদি সম্ভব হয় দুটা বেলেগ বেলেগ শব্দত অনুবাদ কৰা উচিত। "ৰোগ" হৈছে এজন ব্যক্তিক বেমাৰী কৰাৰ কাৰণ। " বেমাৰ" হৈছে শাৰীৰিক দুৰ্ব্বলতা বা ৰোগ হোৱাৰ পৰা হোৱা দুখ কষ্ট।

সেই দিকাপলি দেশ

" সেই দহখন নগৰ" (UDB চাওক) গালীল সাগৰৰ দক্ষিণ পূব অঞ্চলত থকা ঠাই।