Matthew 2

Matthew 2:1

যীচুৱে যিহুদীবিলাকৰ ৰজা হিচাপে জন্ম হোৱাটো এই অধ্যায়টোৱে বৰ্ণনা কৰিছে

যিহুদীয়াৰ বৈৎলেহেম

"যিহুদীয়া প্ৰদেশৰ বৈৎলেহেম নগৰ" (UDB)।

পণ্ডিত মানুহ

"মানুহবোৰ যিয়ে তৰাবোৰ অধ্যয়ন কৰে" (UDB)

হেৰোড

এইটোৱে মহান হেৰোডক বুজাইছে।

যিহুদীবিলাকৰ ৰজা হৈ জন্ম হোৱা জন ক'ত আছে ?

যি জন ৰজা হ'ব তেওঁ যে জন্ম হ'ল সেই মানুহকেইজনে জানিছিল। তেওঁ ক'ত আছে তাকে তেওঁলোকে জানিবলৈ বিচাৰিছিল। " এটি শিশু যিয়ে যিহুদীবিলাকৰ ৰজা হ'ব তেওঁ জন্ম হ'ল, তেওঁ ক'ত আছে ? "

তেওঁৰ তৰা

" সেই তৰাটোৱে তেওঁৰ বিষয়ে কয় " নাইবা " সেই তৰাটোৱে তেওঁৰ জন্মৰ লগত জড়িত।" তেওঁলোকে এইটো কৈ থকা নাছিল যে শিশুটি তৰাটোৰ সঠিক গৰাকী ।

উপাসনা

এই শব্দটোৰ সাম্ভাব্য অৰ্থবোৰ হৈছে ১) তেওঁলোকে শিশুটিক স্বৰ্গীয়জনা হিচাপে উদ্দেশ্য কৰি লৈছে, নাইবা ২) তেওঁলোকে তেওঁক মানবীয় ৰজা হিচাপে "সন্মান" কৰিব বিচাৰিছে। যদি আপোনাৰ ভাষাত এই দুয়োটা অৰ্থ ভুক্ত কৰা শব্দ আছে, আপুনি ইয়াত ব্যৱহাৰ কৰিব পাৰে।

তেওঁ ব্যাকুল হ'ল

" তেওঁ চিন্তিত হ'ল" যে কোনোবা এজন যিহুদীবিলাকৰ ৰজা হৈ তেওঁৰ পৰিৱৰ্ত্তে ৰজা হ'ব।

গোটেই যিৰূচালেম

হেৰোড ৰজাই কি কৰিব পাৰে সেই বিষয়ে " যিৰূচালেমত অনেক মানুহে" (UDB) ভয় কৰিছিল।

Matthew 2:4

যীচুৱে যিহুদীবিলাকৰ ৰজা স্বৰূপে জন্ম হোৱাত কি ঘটিছিল তাৰ বৰ্ণনা এইটোৱে কৰি আছে

যিহুদীয়াৰ বৈৎলেহেমত

বিকল্প অনুবাদ: " যিহুদীয়াৰ বৈৎলেহেম নগৰত।"

ভাববাদীয়ে এইটো যি লিখিছিল

এইটোক এক সক্ৰিয় বাচ্য হিচাপে এইদৰে উল্লেখ কৰিব পাৰে " সেই ভাববাদীয়ে এইদৰে লিখিছিল।" (সক্ৰিয়তা নাইবা নিস্ক্ৰিয়তা চাওক)

ভাববাদীৰ দ্বাৰা লিখা হৈছিল

বিকল্প অনুবাদ : " মীখা ভাববাদীৰ লিখা হৈছিল"

তুমি, বৈৎলেহেম,

... যিহুদীয়াৰ নতেবিলাকৰ মাজত সৰু নোহোৱা " যিবিলাকে বৈৎলেহেমত নিবাস কৰে, তোমাৰ নগৰখন নিশ্চিতৰূপে অতি গুৰুত্ত্বপুৰ্ণ, ... অতি গুৰুত্ত্বপুৰ্ণ নগৰবোৰৰ মাজত অতি গুৰুত্ত্বপুৰ্ণ" (উৰ্ধকমা চাওক) (নঞাঁৰ্থকতা চাওঁক)

Matthew 2:7

যীচুৱে যিহুদীবিলাকৰ ৰজা স্বৰূপে জন্ম হোৱাত কি ঘটিছিল তাৰ বৰ্ণনা এইটোৱে কৰি আছে

হেৰোডে গুপুতে সেই পণ্ডিত কেইজনক মাতিছিল

এইটোৰ অৰ্থটো হৈছে আন মানুহে নজনাকৈ হেৰোডে সেই পণ্ডিতকেইজনৰ লগত কথা বতৰা হৈছিল।

সৰু কেঁচুৱা

এইটোৱে শিশু যীচুক বুজাইছে।

উপাসনা কৰা

এইটো আপুনি ১:২ পদত অনুবাদ কৰাৰ দৰে একে শব্দ ব্যৱহাৰ কৰক।

Matthew 2:9

যীচুৱে যিহুদীবিলাকৰ ৰজা স্বৰূপে জন্ম হোৱাত কি ঘটিছিল তাৰ বৰ্ণনা এইটোৱে কৰি আছে

তেওঁলোকে ৰজাৰ কথা শুনাৰ পাছত

"তেতিয়া" (UDB) বা "সেই পণ্ডিত কেইজনে ৰজাৰ কথা শুনাৰ পাছত"

তেওঁলোকৰ আগেয়ে গৈছিল

বিকল্প অনুবাদ : " তেওঁলোকক চলাই নিছিল।"

তাতেই থিৰ হৈ থাকিল

বিকল্প অনুবাদ : "তাতেই থাকিল।"

Matthew 2:11

যীচুৱে যিহুদীবিলাকৰ ৰজা স্বৰূপে জন্ম হোৱাত কি ঘটিছিল তাৰ বৰ্ণনা এইটোৱে কৰি আছে

তেওঁলোকে

সেই পণ্ডিতকেইজনক বুজাইছে

উপাসনা কৰা

আপুনি ১:২ পদত বিৱহাৰ কৰা একে শব্দৰে এইটো অনুবাদ কৰক।

Matthew 2:13

যীচুৱে যিহুদীবিলাকৰ ৰজা স্বৰূপে জন্ম হোৱাত কি ঘটিছিল তাৰ বৰ্ণনা এইটোৱে কৰি আছে

তেওঁলোক গুচি গৈছিল

"সেই পণ্ডিত কেইজন আতৰি গুচি গৈছিল"

উঠা, লোৱা..., পলোৱা..., থাকা... তোমালোক

ঈশ্বৰে যোচেফক কৈছে, সেয়ে এইটো এক বচনৰ ৰূপত হ'ব লাগে (' তুমি' শব্দটোৰ ৰূপ : চাওক)

হেৰোডৰ মৃত্যু নোহোৱালৈকে

২:১৯ পদলৈকে হেৰোডৰ মৃত্যু হোৱা নাছিল। মিচৰ দেশত তেওঁলোকে কৰা নিবাস এই বাক্যটোৱে বৰ্ণনা কৰে, আৰু সেই সময়ত হেৰোডৰ মৃত্যু হোৱা বুলি কোৱা নাই।

মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলো

এইটো হোচেয়া ১১:১ পদৰ পৰা উল্লেখ কৰা হৈছে। মথিত দিয়া গ্ৰীক শব্দবোৰ হোচেয়াত দিয়া ইব্ৰী শব্দৰ লগত কিছু এটা বেলেগ। "মিচৰ দেশৰ পৰা" শব্দটো জোৰ দিয়াত আন ঠাইত নাই: "এইটো হৈছে মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলো।"

Matthew 2:16

যীচুৱে যিহুদীবিলাকৰ ৰজা স্বৰূপে জন্ম হোৱাত কি ঘটিছিল তাৰ বৰ্ণনা এইটোৱে কৰি আছে

তেতিয়া হেৰোডে

যোচেফে মৰিয়ম আৰু যীচুৰ সৈতে মিচৰ দেশলৈ পলাই যোৱাত হেৰোডে কি কৰিছিল তাৰ বৰ্ণনা এইটোৱে কৰি আছে। ২:১৯ পদলৈকে হেৰোড মৰা নাছিল।

তেওঁক তাচ্ছিল্য কৰা হ'ল

"সেই পণ্ডিত কেইজনে তেওঁ প্ৰবঞ্চনা কৰাৰ দ্বাৰা তেওঁক দুখ দিছিল" (UDB চাওক)।

তেওঁ পঠাইছিল আৰু সকলো ল'ৰা শিশুক বধ কৰিছিল

বিকল্প অনুবাদ: " তেওঁ সকলোবোৰ ল'ৰাক বধ কৰিবলৈ আদেশ দিছিল" বা " তেওঁ সকলোবোৰ ল'ৰা শিশুক বধ কৰিবলৈ তালৈ সৈন্যবিলাকক পঠিয়াই দিছিল" (UDB)

Matthew 2:17

যীচুৱে যিহুদীবিলাকৰ ৰজা স্বৰূপে জন্ম হোৱাত কি ঘটিছিল তাৰ বৰ্ণনা এইটোৱে কৰি আছে। ইয়াৰ ১৮ পদটো যিৰিমিয়া ৩১:১৫ পদৰ এক উল্লেখ। মথিত কৰা গ্ৰীক শব্দৰ যিৰিমিয়াত কৰা ইব্ৰী শব্দৰ সামান্য বেলেগ হ'ব পাৰে।

Matthew 2:19

যীচুৱে যিহুদীবিলাকৰ ৰজা স্বৰূপে জন্ম হোৱাত কি ঘটিছিল তাৰ বৰ্ণনা এইটোৱে কৰি আছে

চোৱা

এইটোৱে এটা ডাঙৰ কাহিনীত আন এটা ঘটনাৰ আৰম্ভণীৰ চিন বুজাইছে। এইটোৱে আগৰ ঘটনাৰ লগত জড়িত থকা মানুহবিলাকতকৈ আন বেলেগ মানুহ জড়িত হ'ব পাৰে। আপোনাৰ ভাষাত এইটো কৰিবলৈ এক আন উপায় থাকিব পাৰে।

তোমাৰ সেই কেঁচুৱাটোৰ জীৱন কোনে ল'ব বিচাৰিছে

"সেই সৰু কেঁচুৱাটোক কোনে বধ কৰিব চেষ্টা কৰিছে" (

Matthew 2:22

যীচুৱে যিহুদীবিলাকৰ ৰজা স্বৰূপে জন্ম হোৱাত কি ঘটিছিল তাৰ বৰ্ণনা এইটোৱে কৰি আছে

কিন্তু যেতিয়া তেওঁ শুনিলে

" কিন্তু যেতিয়া যোচেফে শুনিলে"

তেওঁৰ পিতৃ হেৰোড

এইজন আৰ্খিলিয়াছৰ পিতৃ।

তেওঁ তালৈ যাবলৈ ভয় কৰিলে

এই "তেওঁ" বোলাজন যোচেফক বুজাইছে।

তেওঁক নাচৰতীয়া বোলা যাব

এই "তেওঁ" বোলাজন যীচুক বুজাইছে।