Matthew 17

Matthew 17:1

যীচুৱে তেওঁৰ মহিমা তেওঁৰ তিনিজন শিষ্য দেখুৱাইছে।

পিতৰ, আৰু যাকোব, আৰু যোহন তেওঁৰ ভায়েক

“ পিতৰ, যাকোব, আৰু যাকোবৰ ভায়েক যোহন”

তেওঁৰ ৰূপ সলনি হ’ল

“ঈশ্বৰে যীচুৰ দৃশ্যমান ৰূপ সম্পুৰ্ণৰূপে সলনি কৰিছিল” বা (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

কামিজ

”পিন্ধা কাপোৰ”

পোহৰৰ দৰে অতি উজ্জল হৈছিল

“পোহৰৰ দৰে অতি উজ্জলতাৰে উজলি উঠিছিল” (সাদৃশ্যতা চাওক)

Matthew 17:3

যীচুৱে তেওঁৰ মহিমা তেওঁৰ তিনিজন শিষ্যক দেখুৱাই থকা বৰ্ণনা এইটো চলি আছে।

চোৱা

এই শব্দটোৱে ইয়াৰ পাছত আহিব লগা আচৰিত তথ্যবিলাকত মনোযোগ দিবলৈ আমাক সজাগ কৰি দিছে।

তেওঁলোকলৈ

যি কেইজন যীচুৰ লগত আছিল সেই শিষ্যকেইজন।

উত্তৰ দিছিল আৰু কৈছিল

“কৈছিল।” পিতৰে এটা প্ৰশ্নৰ প্ৰত্যুত্তৰ দিয়া নাছিল।

আমি ইয়াতে থকা ভাল

সাম্ভাব্য অৰ্থবোৰ হৈছে: ১) “আমি শিষ্যবিলাকে মোচি, এলিয়া আৰু আপোনাৰ লগত ইয়াতে থকা ভাল” বা ২) “আমি শিষ্যবিলাক সকলোৱেই একেলগে, মোচি, এলিয়া আৰু আপোনাৰ লগত ইয়াতে থকা ভাল”,(অন্তৰ্ভুক্ততা চাওক)

আশ্ৰয়স্থান

সাম্ভাব্য অৰ্থবোৰ হৈছে: ১) মানুহবিলাক আহি উপাসনাৰ কৰাৰ বাবে ঠাই (UDB চাওক), ২) মানুহে শুবলৈ অস্থায়ী ঠাই।

Matthew 17:5

যীচুৱে তেওঁৰ মহিমা তেওঁৰ তিনিজন শিষ্যক দেখুৱাই থকা বৰ্ণনা এইটো চলি আছে।

চোৱা

এই শব্দটোৱে ইয়াৰ পাছত আহিব লগা আচৰিত তথ্যবিলাকত মনোযোগ দিবলৈ আমাক সজাগ কৰি দিছে।

তেওঁলোকে উবুৰি হৈ পৰিল

“শিষ্যবিলাকে মাটিলৈ মুখ কৰি প্ৰণিপাত কৰিলে”

Matthew 17:9

যীচুৱে তেওঁৰ মহিমা তেওঁৰ তিনিজন শিষ্যক দেখুৱাই থকা বৰ্ণনা এইটো চলি আছে।

তেওঁলোকে

“যীচু আৰু শিষ্যবিলাকে”

Matthew 17:11

যীচুৱে তেওঁৰ মহিমা তেওঁৰ তিনিজন শিষ্যক দেখুৱাই থকা বৰ্ণনা এইটো চলি আছে। এই প্ৰশ্নটোৰ উত্তৰ যীচুৱে ১৭:১০ পদত দিছে।

সকলোকে পুনৰ সংস্থাপন কৰিব

“সকলোবোৰ ঠিক মতে সজাই থব”

তেওঁলোক...তেওঁলোক...তেওঁলোক

সাম্ভাব্য অৰ্থবো হৈছে: ১) যিহুদী নেতাবিলাক (UDBচাওক) বা ২) সকলো যিহুদী মানুহ।

Matthew 17:14

যীচুৱে এটি ল’ৰা যাক এক বেয়া আত্মাই ধৰিছিল তাক সুস্থ কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

আৱৰীয়া (মৃগী) ৰোগী

কেতিয়াবা অচেতন হৈ যায় আৰু নিয়ন্ত্ৰণহীন ভাবে আচৰণ কৰে।

Matthew 17:17

যীচুৱে এটি ল’ৰা যাক এক বেয়া আত্মাই ধৰিছিল তাক সুস্থ কৰাৰ বৰ্ণনা এইটোত চলি আছে।

মই তোমালোকৰ লগত কিমান দিন থাকিম? মই তোমালোকক আৰু কিমান দিন সহিম?

যীচুৱে মানুহবিলাকৰ লগত বিৰক্ত হৈছে। AT: “মই তোমালোকৰ লগত থাকি অস্বস্তি পাইছোঁ! মই তোমালোকৰ অবিশ্বাস আৰু কপটীয়া আচৰণত আমনি পাইছোঁ!” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

Matthew 17:19

যীচুৱে এটি ল’ৰা যাক এক বেয়া আত্মাই ধৰিছিল তাক সুস্থ কৰাৰ বৰ্ণনা এইটোত চলি আছে।

আমি

কওঁতাসকল, কিন্তু শুনোতাসকল নহয়। (অন্তৰ্ভুক্ততা চাওক)

এইটোক বাহিৰ কৰা

“সেই ভুতটোক বাহিৰ কৰি পেলোৱা”

তোমালোকৰ বাবে কৰিবলৈ একো অসম্ভব নহব

“তোমালোকে যিকোনো কৰিব পাৰিবা”(অতিৰঞ্জীতকৰণ চাওক)

Matthew 17:22

যীচুৱে তেওঁৰ শিষ্যবিলাকক গালীলত একেৰাহে শিকাই আছে।

তেওঁলোক থাকিল

“শিষ্যবিলাক আৰু যীচু তাতে আছিল”

মানুহৰ পুত্ৰক শোধাই দিয়া হব

AT: ”কোনোবা এজনে মানুহৰ পুত্ৰক শোধাই দিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁলোকে তেওঁক বধ কৰিব

“সেই ক্ষমতাত থকা লোকবিলাকে মানুহৰ পুত্ৰ বধ কৰিব”

তেওঁ জীয়াই উঠিব

“ঈশ্বৰে তেওঁক জীয়াই তুলিব” বা “তেওঁ জীৱনলৈ পুনৰ ঘুৰি আহিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 17:24

যীচুৱে মন্দিৰত কৰ দিয়াৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

যেতিয়া তেওঁলোকে

যেতিয়া যীচু আৰু তেওঁৰ শিষ্যবিলাকে

আধা

চেকল কৰ যিহুদী পুৰুষবিলাকৰ সকলোৰে এটি কৰ যিটো প্ৰভুৰ প্ৰতি দিবলগীয়া আছিল(বাইবেলৰ টকা পইচা চাওক)

ঘৰটো

য’ত যীচু আছিল।

পৃথিবীৰ ৰজা সকলে

সাধাৰণভাবে নেতাসকলে

প্ৰজা

এজন শাসনকৰ্ত্তা বা ৰজাৰ অধিনত থকা মানুহবিলাক।

Matthew 17:26

যীচুৱে মন্দিৰৰ কৰ দিয়াৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

প্ৰজা

এজন শাসক বা ৰজাৰ অধিনৰ মানুহবিলাক

ইয়াৰ মুখ

“সেই মাছটোৰ মুখ”

এইটো লোৱা

“সেই চেকল ৰূপ লোৱা”