Matthew 16

Matthew 16:1

যীচু আৰু ধৰ্ম্মীয় নেতাবিলাকৰে সৈতে মুখামুখী কথা বতৰাৰে এইটো আৰম্ভ হৈছে।

আকাশ...আকাশখন

যিহুদী নেতাবিলাকে ঈশ্বৰৰ পৰা এটা চিন বিচাৰিছিল (বাক্যালঙ্কাৰ চাওক), কিন্তু সিহঁতে চাব পৰা আকাশখনকে যীচুৱে চাবলৈ কৈছিল। যদি পঢ়ুৱৈয়ে বেলেগ অৰ্থ বুজিব পাৰে দুয়োটাৰ বাবে একে শব্দ ব্যৱহাৰ কৰক য’ত ঈশ্বৰ জীৱিত আৰু আকাশখন মাত্ৰ।

যেতিয়া সন্ধ্যা হয়

দিনটোৰ এটা সময় যেতিয়া বেলি ডুবে

ফৰকাল বতৰ

পৰিস্কাৰ আৰু শান্ত, মনোমোহা

আকাশ ৰঙা

ৰঙা বেলি ডুবাত আকাশখন উজ্জল আৰু ফৰকাল হৈছে।

Matthew 16:3

যীচু আৰু ধৰ্ম্মীয় নেতাবিলাকৰে সৈতে মুখামুখী কথা বতৰাৰে এইটো আৰম্ভ হৈছে।

বতৰ বেয়া

“ডাৱৰীয়া আৰু গোমা বতৰ”

অৱনমিত কৰা

“আন্ধাৰ আৰু ভয় লগা”

কোনো চিন দিয়া নহব

AT: “ঈশ্বৰে কোনো চিন এই মানুহবিলাকক নিদিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা আৰু স্পষ্টতা আৰু সৰলতা চাওক)

Matthew 16:5

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ লগত মুখামুখী হোৱাৰ পাছত তেওঁৰ শিষ্যবিলাকক সাৱধান কৰি দিছে।

খমীৰ

বেয়া ধাৰণাবিলাক আৰু ভুল শিক্ষাবিলাক(প্ৰকাশভঙ্গী চাওক)

কাৰণ

“যুক্তি ” বা “বিবাদ”

Matthew 16:9

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ লগত মুখামুখী হোৱাৰ পাছত তেওঁৰ শিষ্যবিলাকক সাৱধান কৰি দিছে।

তোমালোকে বুজা নাইনে তোমালোকৰ মনত পৰা নাইনে পাঁচ হাজাৰ মানুহৰ বাবে পাঁচোটা পিঠা আৰু তোমালোকে কেইটা পাচি তুলি লৈছিলা? সাতোটা পিঠা চাৰি হাজাৰ মানুহৰ বাবে , আৰু তোমালোকে কেইটা পাচি তুলি লৈছিলা?

যীচুৱে তেওঁলোকক গালি দি আছিল। AT : “তোমালোকে বুজা উচিত আৰু মনক ৰাখা উচিত যে ৫টা পিঠা ৫,০০০ মানুহৰ বাবে আৰু তোমালোকে কেইটা পাঁচি তুলি লৈছিলা! তোমালোকে মনত ৰাখা উচিত যে ৭টা পিঠা ৪,০০০ মানুহৰ বাবে আৰু তোমালোকে কেইটা পাঁচি তুলি লৈছিলা!” (অলঙ্কাৰীক প্ৰশ্ন আৰু অনুবাদ কৰা নামবোৰ চাওক)

Matthew 16:11

যীচুৱে ধৰ্ম্মীয় নেতাবিলাকৰ লগত মুখামুখী হোৱাৰ পাছত তেওঁৰ শিষ্যবিলাকক সাৱধান কৰি দিছে।

এইটো কেনে কথা যে তোমালোকে বুজি পোৱা নাই মই তোমালোকক পিঠাৰ বিষয়ে কৈ থকা নাই?

“ তোমালোকে বুজা উচিত যে মই আচলতে পিঠাৰ বিষয়ে তোমালোকক কৈ থকা নাই।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

খমীৰ

বেয়া ধাৰণাবিলাক আৰু ভুল শিক্ষাবিলাক(প্ৰকাশভঙ্গী চাওক)

তেওঁলোক...তেওঁলোকক

“শিষ্যবিলাকক”

Matthew 16:13

যীচুৱেই যে ঈশ্বৰৰ পুত্ৰ তাক পিতৰে স্বীকাৰ কৰিছে।

কিন্তু তোমালোকে মোক কোন বুলি কোৱা?

“কিন্তু মই তোমালোকক সুধিছোঁ: মোক তোমালোকে কোন বুলি কোৱা?”

Matthew 16:17

ঈশ্বৰৰ পুত্ৰ বুলি পিতৰ স্বীকাৰ কৰাত যীচুৰ প্ৰত্যুত্তৰ।

চিমোন বাৰযোনা

“যোনাৰ পুতেক, চিমোন”

তেজ আৰু মাংসই এইটো তোমাৰ আগত প্ৰকাশ কৰা নাই

“কোনো মনুষ্যই এইটো তোমাৰ আগত প্ৰকাশ কৰা নাই” (বাক্যালঙ্কাৰ চাওক)

নৰক কুণ্ডৰ দ্বাৰ ইয়াৰ বিৰুদ্ধে প্ৰবল নহব

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “মৃত্যুৰ পৰাক্ৰমে ইয়াক পাৰজয় কৰিব নোৱাৰিব”(UDB চাওক) বা ২) শত্ৰুৱে এখন নগৰ ধ্বংস কৰাৰ দৰে এইটোৱে মৃত্যুৰ পৰাক্ৰম ভাঙি পেলাব (প্ৰকাশভঙ্গী চাওক)

Matthew 16:19

ঈশ্বৰৰ পুত্ৰ বুলি পিতৰে উল্লেখ কৰা বাক্যৰ যীচুৰ প্ৰত্যুত্তৰ।

স্বৰ্গৰাজ্যৰ চাবিবোৰ

এজন চাকৰে আলহীবোৰক ঘৰলৈ আদৰণি জনোৱাৰ দৰে ঈশ্বৰৰ লোক হবলৈ পথ মুকলি কৰাৰ সামৰ্থতা।(প্ৰকাশভঙ্গী চাওক)

পৃথিবীত বন্ধ কৰা...স্বৰ্গত মুকলি কৰা

স্বৰ্গত কৰাৰ নিচিনাকৈ মানুহবিলাকক ক্ষমা কৰা বা দোষী কৰা বুলি ঘোষণা কৰা। (প্ৰকাশভঙ্গী চাওক)

Matthew 16:21

যীচুৱে তেওঁক অনুগমণ কৰাৰ মুল্য তেওঁৰ শিষ্যবিলাকক কবলৈ আৰম্ভ কৰিছে।

সেই সময়ৰ পৰা

যীচুৱেই যে খ্ৰীষ্ট হয় সেই কথা তেওঁৰ শিষ্যবিলাকক কাকো নকবলৈ আদেশ দিয়াৰ পাছত, তেওঁৰ বাবে থকা ঈশ্বৰৰ পৰিকল্পনা কবলৈ আৰম্ভ কৰিছিল।

বধ কৰা হব

AT: “তেওঁলোকে তেওঁক বধ কৰিব” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক) # তৃতীয় দিনা তেওঁ পুনৰ জীৱনলৈ উঠি আহিব “তৃতীয় দিনা, ঈশ্বৰে তেওঁক পুনৰ জীয়াই তুলিব”

Matthew 16:24

যীচুৱে তেওঁক অনুগমণ কৰাৰ মুল্য তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

মোক অনুগমণ কৰা

“শিষ্য হিচাপে মোৰ পাছত চলা”

নিজকে অস্বীকাৰ কৰা

“নিজৰ ইচ্ছা আকাংক্ষা পুৰ কৰা নহয়” বা “নিজৰ আকাংক্ষা ত্যাগ কৰা”

তেওঁৰ ক্ৰূচ তুলি লওক, আৰু মোৰ পাছত আহক

“তেওঁৰ ক্ৰূচ তুলি লওক, তাক বহন কৰক, আৰু মোৰ পাছে পাছে আহক” খ্ৰীষ্টই মৃত্যু হোৱাৰ দৰে দুখভোগ কৰিবলৈ ইচ্ছা কৰা। প্ৰকাশভঙ্গী চাওক)

কিয়নো যিয়ে বিচাৰে

“কিয়নো যিকোনোৱে বিচাৰে”

যদি গোটেই জগতখন পায়

“যদি এই জগতৰ সকলোবোৰ পায়”

কিন্তু তেওঁৰ জীৱন হানি কৰে

“তেওঁ নিজে হেৰাই বা নষ্ট হয়”

Matthew 16:27

যীচুৱে তেওঁক অনুগমণ কৰাৰ মুল্য তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।

মানুহৰ পুত্ৰ তেওঁৰ ৰাজ্যলৈ অহা নেদেখালৈকে তেওঁলোকে মৃত্যুৰ আস্বাদ নাপাব

“তেওঁলোকে মৃত্যু হোৱাৰ আগতেই মানুহৰ পুত্ৰক তেওঁৰ ৰাজ্যলৈ অহা দেখিব”

মৃত্যুৰ আস্বাদ নাপাব

“মৃত্যুৰ অভিজ্ঞতা নাপাব” বা “মৃত্যু নহব”

মানুহৰ পুত্ৰ তেওঁৰ ৰাজ্যলৈ আহিব

“মই মোৰ ৰাজ্যলৈ অহা তেওঁলোকে নেদেখে মানে”(প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰুষ চাওক)