Matthew 15

Matthew 15:1

যীচু আৰু ধৰ্ম্মীয় নেতাবিলাকৰ মাজত মুখামুখী কথা বতৰাৰে এইটো আৰম্ভ হৈছে।

বৃদ্ধসকলৰ চলি অহা পৰম্পৰা উলঙ্ঘন কৰা

“পুৰ্ব্বৰ ধৰ্ম্মীয় নেতাসকলৰ দ্বাৰা দিয়া নীতি নিয়ম অমান্য কৰা”

তেওঁলোকৰ হাত ধোৱা

“আমাৰ বিধানৰ দ্বাৰা দিয়া বিধিগত ভাবে তেওঁলোকে তেওঁলোকৰ হাত নুধোৱে” (স্পষ্টতা আৰু সৰলতা চাওক)

Matthew 15:4

যীচু আৰু অধ্যাপক আৰু ফৰীচীবিলাকৰ মাজত মুখামুখী কথা বতৰা এইটোত চলি আছে।

যিকোনোৱে

“যি কোনো এজনে” বা “যদি কোনো এজনে”

তেওঁৰ পিতৃক আদৰ কৰে

তেওঁক চোৱাচিতা কৰাৰ দ্বাৰাই তেওঁৰ পিতৃক আদৰ কৰি সন্মান দেখুৱাই।

তোমালোকৰ পৰম্পৰাৰ বাবে তোমালোকে ঈশ্বৰৰ বাক্য উলঙ্ঘন কৰিছা

AT: “তোমালোকে ঈশ্বৰৰ বাক্যতকৈ পৰম্পৰাক উচ্চস্থান দিছা”

Matthew 15:7

যীচু আৰু অধ্যাপক আৰু ফৰীচীবিলাকৰ মাজত মুখামুখী কথা বতৰা এইটোত চলি আছে।

যিচয়াই এইবিষয়ে ভালদৰেই ভাববাণী প্ৰচাৰ কৰিছিল

AT: “যিচয়াই এই ভাববাণীৰ সত্য়তাৰ কথা কৈছিল”

যেতিয়া তেওঁ কৈছিল

AT: “ঈশ্বৰে যি কৈছিল যেতিয়া তেওঁ সেইটো কৈছিল”

এই মানুহবিলাকে তেওঁলোকৰ ওঁঠেৰে মোক সন্মান কৰে

AT: “সকলোবোৰ যে সঠিক এই মানুহবিলাকে এইটো কয়”

কিন্তু তেওঁলোকৰ অন্তৰ মোৰ পৰা দুৰৈত থাকে

AT: “কিন্তু তেওঁলোকে আচলতে মোক প্ৰেম নকৰে।” (বাক্যাংশ চাওক)

তেওঁলোকে মোক বৃথাই উপাসনা কৰে

AT: “তেওঁলোকৰ উপাসনাই মোৰ ওপৰত কোনো প্ৰভাব নেপেলাই” বা “তেওঁলোকে মোক কেৱল উপাসনা কৰাৰ বাও ধৰে”

মানুহবিলাকৰ আজ্ঞাবোৰ

“মানুহবিলাকে নীতি নিয়ম যুগুত কৰি লয়”

Matthew 15:10

যীচুৱে এটা উপমাৰে মানুহবিলাকক শিকাইছে।

শুনা আৰু বুজা

তাৰ পাছত উল্লেখ কৰা গুৰুত্ত্বপুৰ্ণ বাক্যত জোৰ দিছে।

Matthew 15:12

১৫:১১ পদৰ তেওঁৰ উপমাটোৰ অৰ্থ যীচুৱে তেওঁৰ শিষ্যবিলাকক বুজাইছে।

এই উল্লেখ কৰা বাক্যটো যেতিয়া ফৰীচীবিলাকে শুনিলে তেওঁলোকৰ বিৰোধ হ’ল

AT: “উল্লেখ কৰা এই বাক্যই ফৰীচীবিলাকক খং তুলিলে” বা “ এই উল্লেখ কৰা বাক্যই ফৰীচীবিলাকক বিৰোধ ভাব কৰি তুলিলে”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 15:15

১১ পদৰ তেওঁৰ উপমাটোৰ অৰ্থ যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে বুজাই আছে।

আমালৈ

“আমি শিষ্যবিলাকলৈ”

পাৰ হৈ যোৱা

“যোৱা”

শৌচালয়

শাৰীৰিক মলবিলাক যি ঠাইত পুতি পেলোৱা হয় তাৰ বাবে এক ভদ্ৰতাৰ শব্দ

Matthew 15:18

১৫:১১ পদত তেওঁৰ উপমাটোৰ অৰ্থ যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে বুজাই আছে।

মুখৰ পৰা যিবোৰ বস্তু ওলাই

“এজন ব্যক্তিয়ে কোৱা কথাবোৰ”

অন্তৰৰ পৰা ওলাই

“এজন মানুহৰ অন্তৰৰ অনুভৱ আৰু চিন্তাধাৰাৰ পৰা ওলোৱা ফলাফল”

হত্যা কৰা

নিৰ্দোষী মানুহক বধ কৰা

ইতিকিং

“কোৱা কথাবোৰেৰে আন মানুহক বিৰোধ কৰা”

নুধোৱা হাতবোৰ

যিবোৰ হাত বিধিগত ভাবে ধোৱা হোৱা নাই।

Matthew 15:21

এগৰাকী কনানীয়া তিৰোতাৰ জীয়েকক যীচুৱে সুস্থ কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

সেই অঞ্চলৰ পৰা এগৰাকী কনানীয়া মহিলা ওলাই আহিল

এগৰাকী মহিলাই তাইৰ নিজৰ ওপজা ঠাই এৰি আহিল, যিখন ইস্ৰায়েল দেশৰ বাহিৰত আছিল, ইস্ৰায়েললৈ আহিল আৰু যীচুক পালে।

কনানীয়া তিৰোতা

কনান নামৰ জাতিটোৰ এতিয়া অস্তিত্ব নাই : “ কনানীয়া নামৰ জনগোষ্ঠীৰ পৰা এগৰাকী মহিলা।”

মোৰ ছোৱালীজনী এটা ভুতৰ দ্বাৰা বৰকৈ শাস্তি পাই আছে

“এটা ভুতে মোৰ ছোৱালীজনীক বৰকৈ শাস্তি দি আছে।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তাইক এটা কথাও উত্তৰ নিদিলে

“একো কোৱা নাছিল”

Matthew 15:24

এগৰাকী কনানীয়া তিৰোতাৰ জীয়েকক যীচুৱে সুস্থ কৰাৰ বৰ্ণনা এইটোত চলি আছে।

তাই আহিছিল

“সেই কনানীয়া তিৰোতা গৰাকী আহিছিল”

সন্তানবিলাকৰ খোৱা বস্তু...সৰু সৰু কুকুৰবোৰ

“সঠিকভাবে যিটো যিহুদীবিলাকৰ...পৰজাতিবিলাকক”(প্ৰকাশভঙ্গী চাওক)

Matthew 15:27

এগৰাকী কনানীয়া তিৰোতাৰ জীয়েকক যীচুৱে সুস্থ কৰাৰ বৰ্ণনা এইটোত চলি আছে।

আনকি কুকুৰবোৰেও সিহঁতৰ গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰৰহে একামোৰ খাবলৈ পায়

যিহুদীবিলাকে দলিয়াই পেলোৱা ভালবস্তুৰ এক ক্ষুদ্ৰ পৰিমাণৰ বস্তু পৰজাতিবিলাকে পাবলৈ সমৰ্থ। (প্ৰকাশভঙ্গী)

তাইৰ জীয়েক সুস্থ হৈছিল

“যীচুৱে তাইৰ জীয়েকক সুস্থ কৰিছিল” বা “যীচুৱে তাইৰ জীয়েকক আৰোগ্য কৰিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

সেই সময়তে

“ঠিক সেই সময়তে” বা “তৎক্ষণাতে”

Matthew 15:29

গালীলত যীচুৱে বৰ বিশাল মানুহৰ জুম এটাত মানুহক সুস্থ কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

খোৰা, অন্ধ, বোবা, আৰু বিকলাঙ্গ মানুহ

“যিবোৰ মানুহ খোজ কাঢ়িব নোৱাৰে, কিছুমান যিবোৰে কথা কব নোৱাৰে, কিছুমান যিয়ে দেখা নাপায়, আৰু কিছুমান যিবোৰৰ হাত আৰু ভৰিবোৰ আঘাত প্ৰাপ্ত।” আগৰ পাঠবিলাকত এই শব্দবোৰৰ ধাৰাক্ৰম বেলেগ আছিল।

তেওঁলোকে তেওঁলোকক যীচুৰ চৰণত থলেহি

“সেই ভীৰৰ মানুহবিলাকে ৰোগীয়া মানুহবিলাকক যীচুৰ ওচৰলৈ আনিছিল”

Matthew 15:32

গালীলত যীচুৱে মানুহৰ এক বৰ বিশাল দল এটাক খুউৱাৰ কথা বৰ্ণনা চলি আছে।

সিহঁতে অৱশ হৈ পৰিব

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “সিহঁতে অস্থায়ীভাবে সিহঁতৰ চেতনা হেৰুৱাই পেলোৱাৰ ভয়” বা ২) “সিহঁতে দুৰ্ব্বল হৈ পৰাৰ ভয়।“ (অতিৰঞ্জিত কৰণ চাওক)

বহা

ভোজনৰ মেজ নথকাত মানুহে পৰম্পৰাগত ভাবে কেনেকৈ বহে সেইটোত আপোনাৰ ভাষা ব্যৱহাৰ কৰক, বহি লয় নাইবা বাগৰি লয়।

Matthew 15:36

গালীলত যীচুৱে মানুহৰ এক বৰ বিশাল দল এটাক খুউৱাৰ কথা বৰ্ণনা চলি আছে।

তেওঁ লৈছিল

“যীচুৱে লৈছিল।” ১৪:১৯ পদত অনুবাদ কৰাৰ দৰে কৰক।

তেওঁলোকক দিলে

“যৱৰ পিঠা আৰু মাছ দিলে”

তেওঁলোকে গোটাই পেলালে

“শিষ্যবিলাকে গোটালে”

যিবিলাকে খালে

“যিবিলাক মানুহে খালে”

সেই অঞ্চল

“সেই দেশৰ এটা অংশ”

মাগাদন

কেতিয়াবা ইয়াক “মগদালা” বুলি কয়। (অনুবাদ কৰা নামবোৰ চাওক)