Matthew 14

Matthew 14:1

১২ ত হোৱা ঘটনাটো আগতীয়াকৈ ঘটিল, ইয়াত বৰ্ণনা কৰা হৈছে।

সেই সময়ত

“সেই দিনবিলাকত” বা “যীচুৱে যেতিয়া গালীলত পৰিচৰ্য্যা কৰি আছিল”

টেট্ৰাৰ্ক হেৰোড

হেৰোড অন্টিপা, ইস্ৰায়েলৰ চাৰিভাগৰ এভাগৰ শাসনকৰ্ত্তা (অনুবাৰ নামবোৰ চাওক)

যীচুৰ বিষয়ে বাতৰি শুনিলে

“যীচুৰ বিষয়ে বাৰ্ত্তা শুনিলে” বা “যীচুৰ যশস্যাৰ বিষয়ে শুনিলে”

তেওঁ কৈছিল

“হেৰোডে কৈছিল”

Matthew 14:3

হেৰোডে যোহন বাপ্তাইজকক কেনেকৈ বধ কৰিছিল এইটো তাৰ বৰ্ণনা চলি আছে।

হেৰোডে যোহনৰ ওপৰত হাত দিলে, তেওঁৰ বান্ধিলে, আৰু তেওঁক বন্দীশালত ভৰাই থলে

অতি সম্ভব, হেৰোডে তেওঁৰ বাবে এই কাৰ্য্য কৰিবলৈ আনবিলাকক আদেশ দিছিল। (বাক্যালঙ্কাৰ চাওক)

হেৰোডে যোহনৰ ওপৰত হাত দিলে

“হেৰোডে যোহনক বন্দী কৰিছিল”

কিয়নো যোহনে তেওঁক কৈছিল, “তোমাৰ ভাৰ্য্যা হিচাপে তাইক ৰখাটো তোমাৰ বাবে বিধগত নহয়”

“কিয়নো যোহনে তেওঁক কৈছিল তেওঁৰ বাবে তাইক তেওঁৰ ভাৰ্য্যা হিচাপে ৰখাটো বিধিগত নহয়” (বাক্যৰ উল্লেখ চাওক)

কিয়নো যোহনে কৈছিল

“ কিয়নো যোহনে হেৰোডক কৈয়েই আছিল” (UDB চাওক)

এইটো বিধিগত নহয়

UDBয়ে অনুমান কৰিছে যে হেৰোডে হেৰোডিয়াক বিয়া কৰোৱাৰ সময়ত ফিলিপ জীয়াই আছিল, কিন্তু মোচিৰ বিধানে এজন মানুহক তেওঁৰ ভায়েকৰ বিধৱা গৰাকীক বিয়া কৰোৱাটো নিষেধ কৰিছে।

Matthew 14:6

হেৰোডে যোহন বাপ্তাইজকক কেনেকৈ বধ কৰিছিল এইটো তাৰ বৰ্ণনা চলি আছে।

সেইবোৰৰ মাজত

সেই আলহীবিলাকৰ মাজত সেই জন্মদিন উদযাপনৰ সময়ত যিবিলাক তাত আছিল(স্পষ্টতা আৰু সৰলতা চাওক)

Matthew 14:8

হেৰোডে যোহন বাপ্তাইজকক কেনেকৈ বধ কৰিছিল এইটো তাৰ বৰ্ণনা চলি আছে।

তাইৰ মাকৰ দ্বাৰা নিৰ্দ্দেশ পোৱাৰ পাছত

AT: “তাইৰ মাকে তাইক নিৰ্দ্দেশ দিয়াৰ পাছত।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

নিৰ্দ্দেশ দিয়া

“শিকাই দিয়া”

কি খুজিব লাগে সেইবিষয়ে

এইটো এইদৰে অনুবাদ কৰিব পাৰি “কি খুজিব সেই বিষয়ে।” এই শব্দবোৰ মুল গ্ৰীকত নাই, সেইবোৰ পাঠৰ দ্বাৰা প্ৰয়োগ কৰা হৈছে (স্পষ্টতা আৰু সৰলতা চাওক)

তাই কৈছিল

এই সৰ্ব্বনাম “তাই” পদে হেৰোডিয়াৰ জীয়েকক বুজাইছে।

থাল

ডাঙৰ কাঁহী

তাইৰ অনুৰোধটোৰ দ্বাৰা ৰজাজন অতি দুখিত হ’ল

“তাইৰ অনুৰোধটোৱে ৰজাক অতি বেজাৰ দিলে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

ৰজাজন

টেট্ৰাৰ্ক হেৰোড অন্টিপা (১৪:১)

Matthew 14:10

হেৰোডে যোহন বাপ্তাইজকক কেনেকৈ বধ কৰিছিল এইটো তাৰ বৰ্ণনা চলি আছে।

তেওঁৰ মুৰটো এখন থালত অনা হ’ল আৰু সেই ছোৱালীজনীক দিয়া হ’ল

“কোনোবা এজনে তেওঁৰ মুৰটো এখন ডাঙৰ কাঁহীত আনিছিল আৰু সেই ছোৱালীজনীক দি দিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

থাল

ডাঙৰ কাঁহী

ছোৱালী

এগৰাকী যুৱতী, অবিবাহীত কন্যাৰ বাবে ব্যৱহাৰ হোৱা শব্দ।

তেওঁৰ শিষ্যবিলাক

"“যোহনৰ শিষ্যবিলাক“

সেই শৱটো

“সেই মৰা শৰীৰটো”

তেওঁলোকে গৈছিল আৰু যীচুক কৈছিল

“যোহনৰ শিষ্যবিলাকে গৈছিল আৰু যোহন বাপ্তাইজকৰ কি কি ঘটিল সেইটো যীচুক কৈছিল” (স্পষ্টতা আৰু সৰলতা চাওক)

Matthew 14:13

যোহনক বধ কৰাৰ পাছত যীচুৱে নিৰ্জ্জন ঠাইলৈ আতৰি গৈছিল।

এইটো শুনিছিল

“যোহনলৈ কি ঘটিছিল শুনিছিল” বা “যোহনৰ বিষয়ে বাৰ্ত্তা শুনিছিল।” (স্পষ্টতা আৰু সৰলতা চাওক)

তেওঁ আতৰাইছিল

তেওঁ এৰি গৈছিল বা ভীৰৰ মাজৰ পৰা গুচি গৈছিল

তাৰ পৰা

“সেই ঠাইৰ পৰা”

যেতিয়া ভীৰৰ মানুহবিলাকে এইটো শুনিছিল

“তেওঁলোক ক’লৈ গ’ল যেতিয়া ভীৰৰ মানুহবিলাকে শুনিলে” (UDB চাওক) বা “তেওঁ তাৰ গুচি যোৱাৰ কথা যেতিয়া ভীৰৰ মানুহবিলাকে শুনিলে”

ভীৰৰ মানুহবিলাকে

“মানুহবিলাকৰ ভীৰটো” বা “সেই মানুহবিলাকে”

তেতিয়া যীচু তেওঁলোকৰ আগেয়ে তালৈ আহিল আৰু এক বিশাল লোকসমুহক দেখিলে

“যেতিয়া যীচুৱে সাগৰৰ পাৰলৈ আহিল এক বিশাল জনগণক দেখিলে।”

Matthew 14:15

যিবিলাকে যীচুৰ পাছে পাছে নিৰ্জ্জন ঠাইলৈ গৈছিল সেই ভীৰৰ লোকবিলাকক যীচুৱে খোৱাইছিল।

শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহিছিল

“যীচুৰ” শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহিছিল।

Matthew 14:16

যিবিলাকে যীচুৰ পাছে পাছে নিৰ্জ্জন ঠাইলৈ গৈছিল সেই ভীৰৰ লোকবিলাকক যীচুৱে খোৱাইছিল।

তেওঁলোকৰ প্ৰয়োজন নাই

"ভীৰৰ মানুহবিলাকৰ কোনো দৰকাৰ নাই"

তোমালোকেই তেওঁলোকক দিয়া

এই "তোমালোক" শব্দটো হৈছে বহুবচন, শিষ্যবিলাকক বুজাইছে। (তুমি শব্দৰ ৰূপ চাওক)

তেওঁলোকে তেওঁক ক'লে

"শিষ্যবিলাকে যীচুক কৈছিল।"

পাঁচোটা পিঠা আৰু দুটা মাছ

"৫টা পিঠা আৰু ২টা মাছ" (সংখ্যাৰ অনুবাদ চাওক)

সেইবোৰক মোৰ ওচৰলৈ আনা

"সেই পিঠা আৰু মাছ মোৰ ওচৰলৈ আনা"

Matthew 14:19

যিবিলাকে যীচুৰ পাছে পাছে নিৰ্জ্জন ঠাইলৈ গৈছিল সেই ভীৰৰ লোকবিলাকক যীচুৱে খোৱাইছিল।

বহি পৰিছিল

বা "শুই পৰিছিল" যেতিয়া মানুহবিলাকে খাদ্য খায় আপোনাৰ সংস্কৃতিত মানুহবিলাকৰ অৱস্থান কেনে হয় সেই শব্দ ব্যৱহাৰ কৰক।

লৈছিল

"তেওঁৰ হাতত লৈছিল।" তেওঁ সেইবোৰ চুৰ কৰা নাছিল। (বাক্যাংশ চাওক)

পিঠা

"যৱৰ পিঠা" বা "গোটেই পিঠাখিনি"

আৰু চাইছিল

এইটোৱে এনে অৰ্থ কৰিব পাৰে ১) "যেতিয়া চাইছিল" বা ২) "চোৱাৰ পাছত"

তেওঁলোকে এইবোৰ লৈছিল

"শিষ্যবিলাকে গোটাইছিল"

যিবিলাকে খাইছিল

" যিবিলাকে সেই পিঠা আৰু মাছ খাইছিল।" (স্পষ্টতা আৰু সৰলতা চাওক)

Matthew 14:22

যীচুৱে পানীৰ ওপৰত খোজ কঢ়া।

তৎক্ষণাৎ

"যীচুৱে পাঁচহাজাৰ মানুহক খুউৱাৰ ছিক পাছতেই

সন্ধ্যা বেলা যেতিয়া সম্পুৰ্ণ আন্ধাৰ হ'ল

"সন্ধিয়া দেৰিকৈ" বা " যেতিয়া সম্পুৰ্ণ আন্ধাৰ হৈছিল"

ঢৌৰ কাৰণে প্ৰায় নিয়ন্ত্ৰণহীন হৈ পৰিছিল

"সাগৰৰৰ ঢৌবোৰে নাঁও খনৰ বিপৰীতে ঢৌৱাইছিল"

Matthew 14:25

যীচুৱে পানীৰ ওপৰত খোজ কঢ়া।

তেওঁ সাগৰৰ ওপৰত খোজ কাঢ়িছিল

"যীচুৱে পানীৰ ওপৰত খোজ কাঢ়িছিল"

তেওঁলোকৰ ভয় লাগিছিল

"শিষ্যবিলাকৰ অতিপাত ভয় লাগিছিল"

ভুত

এজন মৰা মানুহৰ শৰীৰৰ পৰা ওলাই যোৱা সেই আত্মা।

Matthew 14:28

যীচুৱে পানীৰ ওপৰত খোজ কাঢ়িছে।

পিতৰে তেওঁক উত্তৰ দিছিল

"পিতৰে যীচুক উত্তৰ দিছিল"

Matthew 14:31

যীচুৱে পানীৰ ওপৰত খোজ কঢ়া।

"হে অল্পবিশ্বাসীবিলাক"

৬:৩০ পদত কেনেকৈ অনুবাদ কৰিছিল তাক চাওক

তোমালোকে কিয় সন্দেহ কৰিলা

"তোমালোকে সন্দেহ কৰিব নালাগিছিল" (অলঙ্কাৰীক প্ৰশ্ন চাওক)।

Matthew 14:34

সেই নিৰ্জ্জন ঠাইৰ পৰা ঘুৰি অহাৰ পাছত যীচুৱে তেওঁ পৰিচৰ্য্যা চলাই গৈছিল।

যেতিয়া তেওঁলোকে পাৰ হৈ আহিল

“যীচু আৰু তেওঁৰ শিষ্যবিলাকে যেতিয়া সেই হ্ৰদটো পাৰ হৈ আহিল”

গিন্নেচৰেৎ

গালীল সাগৰৰ উত্তৰ পশ্চিমফালে পাৰে থকা এখন সৰু নগৰ (অনুবাদ কৰা নামবোৰ চাওক)

তেওঁলোকে বাৰ্ত্তা পঠালে

“সেই অঞ্চলৰ মানুহবিলাকে বাৰ্তা পঠাই দিলে”

তেওঁলোকে তেওঁক মিনতি কৰিলে

“সেই ৰোগীয়া মানুহবিলাকে তেওঁক মিনতি কৰিছিল”

পিন্ধা কাপোৰ

“কামিজ” বা “তেওঁ যি পিন্ধি আছিল”