Matthew 12

Matthew 12:1

বিশ্ৰাম দিনত ভোকাতুৰ যীচুৰ শিষ্যবিলাকে শস্য চিঙি খাওঁতে যেতিয়া ফৰীচীবিলাকে সমালোচনা কৰিছিল যীচুৱে সিহঁতক প্ৰত্যুত্তৰ দিছিল।

শস্যক্ষেত্ৰ

শস্য গজি ডাঙৰ হোৱা ঠাই। যদি ঘেঁহু পৰিচিত নহয় আৰু “শস্য” অতি সাধাৰণ যেন লাগে, “গছনিৰ ঠাই তাৰ পৰা পিঠা প্ৰস্তুত কৰা হয়”

শস্য থোক ছিঙিছিল আৰু সেইবোৰ খাইছিল...বিশ্ৰামবাৰৰ দিনা বিধিগত নোহোৱা কাৰ্য্য কৰিছিল

আনৰ শস্যক্ষেত্ৰৰ পৰা থোক ছিঙি খোৱাটো চুৰ কৰা বুলি বিবেচনা কৰা হয়(UDB)। প্ৰশ্নটো হৈছে বিশ্ৰামবাৰে এই বিধিগত নোহোৱা কামটো কৰিব পায় নে।

সেইবোৰ

শস্যৰ থোকবোৰ

শস্যৰ থোকবোৰ

এইটো হৈছে ঘেঁহুৰ গছডালৰ একেবাৰে ওপৰৰ অংশ, যিটো এক প্ৰকাৰৰ ডাঙৰ ঘাঁহ। এইটোৱে পুৰঠ হোৱা শস্য বা গছজোপাৰ বীজ ধাৰণ কৰে।

চোৱা

বিকল্প অনুবাদ: “চোৱা” বা “শুনা” বা “মই তোমালোকক যি কবলৈ ওলাইছোঁ তাত মনোযোগ দিয়া”

Matthew 12:3

বিশ্ৰাম দিনত ভোকাতুৰ যীচুৰ শিষ্যবিলাকে শস্য চিঙি খাওঁতে যেতিয়া ফৰীচীবিলাকে সমালোচনা কৰিছিল যীচুৱে সিহঁতক একেৰাহে প্ৰত্যুত্তৰ দি আছিল।

সিহঁতক...তোমালোক

সেই ফৰীচীবিলাক

তোমালোকে পঢ়া নাই নে

ফৰীচীবিলাকে যি পঢ়িছিল তাৰ পৰা নিশিকা কাৰণে যীচুৱে মৃদুভাবে সিহঁতক গালি দিছিল। বিকল্প অনুবাদ: “তোমালোকে যি পঢ়িছিলা তাৰ পৰা শিকিব লাগে।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তেওঁ...তেওঁক

দায়ুদ

উচৰ্গা কৰা পিঠা

ঈশ্বৰলৈ উচৰ্গা কৰা এনে পিঠা আৰু তেওঁৰ আগত মেলি ৰখা (UDB)

যিবিলাকে তেওঁৰ লগত আছিল

“যিবিলাক পুৰুষ দায়ুদৰ লগত আছিল”

পুৰোহিতসকলৰ বাবে কেৱল বিধিগত

কেৱল পুৰোহিতবিলাকেহে এইটো খোৱাৰ অনুমতি আছিল। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

Matthew 12:5

বিশ্ৰাম দিনত ভোকাতুৰ যীচুৰ শিষ্যবিলাকে শস্য চিঙি খাওঁতে যেতিয়া ফৰীচীবিলাকে সমালোচনা কৰিছিল যীচুৱে সিহঁতক একেৰাহে প্ৰত্যুত্তৰ দি আছিল।

তোমালোক... তোমালোক

ফৰীচীবিলাক

বিধানত কি লিখা আছে তাক পঢ়া নাইনে

“তোমালোকে বিধানক পঢ়িছা, সেয়ে ই কি কয় তাক তোমালোকে জানা”(অলঙ্কাৰীক প্ৰশ্ন চাওক)

বিশ্ৰামদিন অপবিত্ৰ কৰা

“সপ্তাহৰ আন দিনকৈইটাত যি কৰে তাক বিশ্ৰামবাৰৰ দিনা কৰিছা”

তেওঁলোক নিৰ্দোষ

“ঈশ্বৰে সিহঁতক শাস্তি নিদিয়ে”

এই মন্দিৰতকৈ মহান এজনা আছে

“কোনোবা এজনা আছে যিয়ে এই মন্দিৰতকৈ বেছি গুৰুত্ত্বপুৰ্ণ।” যীচুৱে নিজকে সেই মহানজনা বুলি বুজাইছে।

Matthew 12:7

বিশ্ৰাম দিনত ভোকাতুৰ যীচুৰ শিষ্যবিলাকে শস্য চিঙি খাওঁতে যেতিয়া ফৰীচীবিলাকে সমালোচনা কৰিছিল যীচুৱে সিহঁতক একেৰাহে প্ৰত্যুত্তৰ দি আছিল।

যদি জানিলা হয়

“তোমালোকে নাজানা”

তোমালোক...তোমালোক

সেই ফৰীচীবিলাক

মই বলিদান নুখোজো আৰু দয়া বিচাৰো

বলিদান দিয়াটো ভাল, কিন্তু দয়া তাতোকৈ উত্তম।(অতিৰঞ্জন কৰা চাওক)

এইটোৰ অৰ্থ কি

“ঈশ্বৰে শাস্ত্ৰত কি কৈছিল”

মই বাঞ্ছা কৰোঁ

এই সৰ্ব্বনাম “মই” পদে ঈশ্বৰক বুজাইছে।

Matthew 12:9

বিশ্ৰাম দিনত যীচুৱে এজন মানুহৰ সুস্থ কৰাত ফৰীচীবিলাকে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ তেওঁ দি আছে।

তেতিয়া যীচুৱে তাৰ পৰা গুচি গ’ল

“যীচুৱে সেই শস্যক্ষেত্ৰৰ পৰা গুচি গৈছিল”

সিহঁতৰ

ফৰীচীবিলাকৰ ধৰ্ম্মধাম যাক তেওঁ কৈ আছিল

চোৱা

এই “চোৱা” শব্দই কাহিনীটোত এজন নতুন মানুহলৈ আমাক সজাগ কৰি দিয়ে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা এক উপায় থাকিব পাৰে।

এখন শুকাই যোৱা হাত

“আকাৰত সৰি হৈ যোৱা” বা “হাতৰ মুঠিলৈ বেকা হৈ যোৱা”

Matthew 12:11

বিশ্ৰাম দিনত যীচুৱে এজন মানুহৰ সুস্থ কৰাত ফৰীচীবিলাকে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ তেওঁ একেৰাহে দি আছে।

তোমালোকৰ মাজত কেনে মানুহ থাকিব পাৰে, যিজনে,...ধৰিব নোৱাৰিব...আৰু এইটোক উঠাই নেপেলাব? বিকল্প অনুবাদ: “তোমালোকৰ প্ৰতিজনে... ধাৰিব পাৰিব আৰু তুলি পেলাব”(অলঙ্কাৰীক প্ৰশ্ন চাওক)

তেওঁলোকক...তোমালোক

সেই ফৰীচীবিলাক

যদি তেওঁ থাকিলহেঁতেন

“যদি সেই মানুহজনৰ থাকিলহেঁতেন”

এইটোক তুলি আনিব

“সেই মেৰটোক গাতৰ পৰা তুলিব”

এইটো ভাল কৰিবলৈ বিধিগতভাবে উচিত নে

“যিবিলাকে ভাল কৰ্ম্ম কৰে বিধানৰ অবাধ্য নহয়” বা “যিবিলাকে ভাল কৰ্ম্ম কৰে বিধান পালন কৰে”

Matthew 12:13

বিশ্ৰাম দিনত যীচুৱে এজন মানুহৰ সুস্থ কৰাত ফৰীচীবিলাকে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ তেওঁ একেৰাহে দি আছে।

সেই মানুহজন

শুকাই যোৱা হাতেৰে থকা সেই মানুহজন

তোমাৰ হাতখন মেলা

“তোমাৰ হাতখন মেলি ধৰা” বা “তোমাৰ হাতখন মেলি দিয়া।”

তেওঁ

সেই মানুহজন

এইখন...এইখন

সেই মানুহজনৰ হাতখন

পুনৰ স্বাস্থ্যৱান হ’ল

“সম্পুৰ্ণৰূপে সুস্থ হ’ল” বা “আকৌ স্বাস্থ্যৱান হ’ল”

বিৰুদ্ধ ষড়যন্ত্ৰ কৰিলে

“অনিষ্ট কৰিবলৈ আঁচনি কৰিলে”

সিহঁতে কেনেকৈ কৰিব পাৰে

“উপায় বিচাৰি ফুৰিলে”

তেওঁক বধ কৰিবলৈ

যীচুক বধ কৰিবলৈ

Matthew 12:15

যিচয়াৰ এটা ভাববাণী কেনেকৈ পৰিপুৰ্ণ হৈছিল এই বৰ্ণনাটোৱে একেৰাহে যীচুৰ কাৰ্য্যৰ দ্বাৰা কৈ আছে।

এইটো

“যে ফৰীচীবিলাকে তেওঁক বধ কৰিবলৈ আঁচনি কৰি আছে।”

তাৰ পৰা নিজকে আতৰালে

“আতৰি গ’ল”

তেওঁক আনৰ আগত পৰিচিত কৰাব নালাগে

“তেওঁ বিষয়ে আনক কব নালাগে”

যিচয়া ভাববাদীৰ যোগেদি যি কোৱা হৈছিল, কৈছিল যে

“ঈশ্বৰে যিচয়া ভাববাদীৰ যোগেদি যি কোৱা হৈছিল সেইটো লিখা আছিল”

Matthew 12:18

যিচয়াৰ এটা ভাববাণী কেনেকৈ পৰিপুৰ্ণ হৈছিল এই বৰ্ণনাটোৱে একেৰাহে যীচুৰ কাৰ্য্যৰ দ্বাৰা কৈ আছে। এই বাক্যবোৰ হৈছে ঈশ্বৰৰ বাক্য যিটো যিচয়াই লিপিবদ্ধ কৰি ৰাখিছিল।

Matthew 12:19

যিচয়াৰ এটা ভাববাণী কেনেকৈ পৰিপুৰ্ণ হৈছিল এই বৰ্ণনাটোৱে একেৰাহে যীচুৰ কাৰ্য্যৰ দ্বাৰা কৈ আছে। এই বাক্যবোৰ হৈছে ঈশ্বৰৰ বাক্য যিটো যিচয়াই লিপিবদ্ধ কৰি ৰাখিছিল।

তেওঁ...তেওঁৰ

১২:১৮ পদৰ সেই “চাকৰ”

শুকাই যোৱা নল এডাল তেওঁ নাভাঙিব

“তেওঁ দুৰ্ব্বল মানুহক অৱনমিত নকৰিব” (প্ৰকাশভঙ্গী চাওক)

থেঁতেলা

“আংশিকভাবে ভঙা বা নষ্ট হোৱা”

ধোৱাই থকা শলিতা

এটা চাকিৰজুই নুমাই যোৱাৰ পাছত থতা শলিতা, সহায়হীন বা বিনষ্ট হোৱা মানুহক প্ৰতিনিধিত্ব কৰে। (প্ৰকাশভঙ্গী চাওক)

এতিয়ালৈকে

এইটোক নতুন বাক্যৰে অনুবাদ কৰিব পাৰি: “তেতিয়ালৈকে তেওঁ এইটোকে কৰিব”

তেওঁ জয়যুক্ততাৰ বাবে সোধবিচাৰ পঠাব

“মই যে ন্যায়ৱান তেওঁ প্ৰত্যয়ন নিয়াব”

Matthew 12:22

চয়তানৰ শক্তিৰ দ্বাৰা যীচুৱে এজন মানুহ সুস্থ কৰিছে বুলি ফৰীচীবিলাকে কোৱা কথাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।

কোনোবা অন্ধ আৰু বোবা

“কোনোবা এজন যিয়ে দেখা নাপায় আৰু কথাও কব নোৱাৰে।”

ভীৰৰ সকলো মানুহে আচৰিত হ’ল

“যীচুৱে সুস্থ কৰা মানুহজনক যিবিলাকে দেখিলে সকলোৱেই আচৰিত হ’ল”

Matthew 12:24

চয়তানৰ শক্তিৰ দ্বাৰা যীচুৱে এজন মানুহ সুস্থ কৰিছে বুলি ফৰীচীবিলাকে কোৱা কথাৰ বৰ্ণনাৰে এইটোত চলি আছে।

এই আচৰিত কৰ্ম্ম

এজন অন্ধক, কলাক, আৰু ভুতে ধৰা মানুহক সুস্থ কৰা।

এই মানুহজনে বেলচবুবৰ বাহিৰ আনৰ দ্বাৰা ভুত বিহিৰ কৰিব নোৱাৰে

“এই মানুহজনে কেৱল বেলচবুবৰ দ্বাৰাহে ভুত বাহিৰ কৰিব পাৰে কাৰণ সি তাৰ পৰিচাৰক”

এই মানুহজন

ফৰীচীবিলাকে যীচুৰ নামটো মাতিবলৈ এৰিছে, দেখুৱাই যে সিহঁতে তেওঁক অগ্ৰাহ্য কৰিছে।

সিহঁতৰ...সিহঁতক

সেই ফৰীছীবিলাক

Matthew 12:26

যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে। এই ঘটনাটো ৫:১ত আৰম্ভ হৈছে।

মানুহে চাকি নজ্বলাই

“মানুহে চাকি এটা নজ্বলাই”

চাকি

শলিটা আৰু ইন্ধনৰ বাবে জিতগছৰ তেলেৰে এইটো এটা সৰু চৰীয়া। গুৰুত্বপুৰ্ণ কথাটো হৈছে ই পোহৰ দিয়ে।

এইটোক পাঁচি এটাৰে ঢাকি নথয়

“চাকিটো এটা পাঁচিৰ তলত থোৱা।” এইটো কোৱা হৈছে যে মানুহে চাকিৰ পোহৰ নেদেখিবৰ বাবে লুকুৱাই থোৱাটো পোহৰ সৃষ্টি কৰাটো হৈছে মুৰ্খতা।

Matthew 12:28

যীচুৱে চয়তানৰ শক্তিৰ দ্বাৰা এজন মানুহক সুস্থ কৰাৰ বৰ্ণনা এইটোত চলি আছে।

তোমালোকৰ ওপৰত

ফৰীচীবিলাকৰ ওপৰত

প্ৰথমে বলৱান মানুহজনক নাবান্ধিলে

“প্ৰথমে বলৱান মানুহজনক নিয়ন্ত্ৰণ নকৰিলে” # যিজন মোৰ সৈতে নাই “যিয়ে মোৰ সমৰ্থন নকৰে” বা “যিজনে মোৰে সৈতে কাৰ্য্য নকৰে”

তেওঁ মোৰ বিপক্ষ

“মোৰ বিপক্ষে কাৰ্য্য কৰে” বা “মোৰ কৰ্ম্মবোৰ নষ্ঠ কৰে”

গোটোৱা

খেতিৰ শস্যচপোৱাৰ বাবে এইটো হৈছে সাধাৰণ শব্দ।(প্ৰকাশভঙ্গী চাওক)

Matthew 12:31

যীচুৱে চয়তানৰ শক্তিৰ দ্বাৰা এজন মানুহক সুস্থ কৰাৰ বৰ্ণনা এইটোত চলি আছে।

তোমালোকলৈ

ফৰীচীবিলাকলৈ

মানুহৰ প্ৰতিটো পাপ আৰু ঈশ্বৰনিন্দা ক্ষমা কৰা হব

“মানুহে কৰা প্ৰতিটো পাপ আৰু ঈশ্বৰনিন্দা কৰা ঈশ্বৰে ক্ষমা কৰিব” বা “যিবিলাক ব্যক্তিয়ে পাপ আৰু ঈশ্বৰ নিন্দা কৰে ঈশ্বৰে সিহঁতক ক্ষমা কৰিব”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

আত্মাৰ বিৰুদ্ধে কৰা ঈশ্বৰ নিন্দা ক্ষমা কৰা নহব

“আত্মাৰ বিৰুদ্ধে কৰা নিন্দা ঈশ্বৰে ক্ষমা নকৰে”

আৰু যিবিলাকে মানুহৰ পুত্ৰৰ বিৰুদ্ধে কথা কয়, সেইটো তাক ক্ষমা কৰা হব

“মানুহৰ পুত্ৰ বিৰুদ্ধে কোৱা যিকোনো কথা ঈশ্বৰে ক্ষমা কৰিব”

এই জগত...যি আহিবলগীয়া আছে

বিকল্প অনুবাদ: “এই সময়ত...সেই সময়ত যি অনাগত।”

Matthew 12:33

যীচুৱে চয়তানৰ শক্তিৰ দ্বাৰা এজন মানুহক সুস্থ কৰাৰ বৰ্ণনা এইটোত চলি আছে। # এজোপা গছক ভাল কৰা আৰু ইয়াৰ গুটিকো ভাল কৰা, নাইবা সেই গছজোপাক বেয়া কৰা আৰু ইয়াৰ ফলকো বেয়া কৰা “ এজোপা গছক ভাল কৰা আৰু ইয়াৰ গুটিও, নাইবা সেই গছজোপাক বেয়া কৰা আৰু সেয়ে ইয়াৰ ফল ও বেয়া থিৰাং কৰা”

ভাল কৰা...বেয়া কৰা

এইটো অৰ্থ এনে হব পাৰে ১)”স্বাস্থ্যৱান...ৰোগীয়া” নাইবা ২)”খাব পৰা...খাব নোৱাৰা।”

এজোপা গছক তাৰ ফলৰ দ্বাৰাই পৰিচিত হয়

এইটো এনে অৰ্থ কৰিব পাৰে ১) “গছৰ ফলটোলৈ চাই মানুহে সেই গছজোপা স্বাস্থ্যৱান হয় নে নহয় তাক জানিব পাৰে” নাইবা ২)”গছৰ ফল চাই সেই জোপা কোন প্ৰজাতিৰ সেইটো মানুহে জানিব পাৰে।“ (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তোমালোক...তুমি

সেই ফৰীচীবিলাক

অন্তৰৰ অধিক কথা পৰা মানুহে কথা কয়

“এজন মানুহে তেওঁৰ অন্তৰত কি আছে তাৰ পৰাই কথা কয়”(বাক্যালঙ্কাৰ চাওক)

উত্তম ৰত্ন...বেয়া ৰত্ন

“ধাৰ্ম্মিক চিন্তাধাৰা...কু ভাবচিন্তা” (প্ৰকাশ ভঙ্গী চাওক)

Matthew 12:36

যীচুৱে চয়তানৰ শক্তিৰ দ্বাৰা এজন মানুহক সুস্থ কৰাৰ বৰ্ণনা এইটোত চলি আছে।

তোমালোক...তুমি

সেই ফৰীচীবিলাক

মানুহে এক হিচাপ দিব লাগিব

“ঈশ্বৰে তেওঁলোকক হিচাপ সুধিব” বা “ঈশ্বৰে সেই মুল্যাঙ্কণ বিচাৰ কৰিব”

বিনাকাম

“অনৰ্থক।” বিকল্প অনুবাদ: “অনিষ্টকাৰী” (UDB চাওক)

সিহঁত

“মানুহবিলাক”

তোমাক ধাৰ্ম্মিক বুলি গণ্য কৰা হব...তোমাক দোষী বুলি ধৰা হব

“ঈশ্বৰে তোমাক ন্যায়ৱান বুলি ধিব...ঈশ্বৰে তোমাক দোষী কৰিব”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Matthew 12:38

যীচুৱে অবিশ্বাসী অধ্যাপক আৰু ফৰীচীবিলাকক গালি দিছে কাৰণ তেওঁ এজন অন্ধ মানুহক আৰু এজন ভুতে ধৰা মানুহক সুস্থ কৰাত সিহঁতে তেওঁক অলৌকিক কাৰ্য্য কৰিবলৈ দাবী কৰিছিল।

ইচ্ছা কৰা

“বিচৰা”

দুষ্ট আৰু ব্যভিচাৰী প্ৰজন্ম

এইকালৰ জীয়াই থকা মানুহবোৰ দুষ্ট আৰু ঈশ্বৰৰ প্ৰতি অবিশ্বাসী।

এইটোৰ প্ৰতি কোনো চিন দিয়া নহব

“ঈশ্বৰে এই দুষ্ট আৰু ব্যভিচাৰী প্ৰজন্মক কোনো চিন নিদিয়ে।”(সক্ৰিয়তা আৰু নিস্ক্ৰিয়তা চাওক)

যোনাৰ চিন

এইটো এনেকৈ অনুবাদ কৰিব পাৰি “যোনাৰ কি ঘটিছিল” বা “ঈশ্বৰে যোনালৈ কি আচৰিত কাৰ্য্য কৰিছিল”(প্ৰকাশভঙ্গী চাওক)

পৃথিবীৰ গহ্বৰত

ভৌতিক হিচাপে এটা গুহাৰ ভিতৰত(বাক্যাংশ চাওক)

Matthew 12:41

যীচুৱে অবিশ্বাসী অধ্যাপক আৰু ফৰীচীবিলাকক একেৰাহে গালি দি আছে কাৰণ তেওঁ এজন অন্ধ মানুহক আৰু এজন ভুতে ধৰা মানুহক সুস্থ কৰাত সিহঁতে তেওঁক অলৌকিক কাৰ্য্য কৰিবলৈ দাবী কৰিছিল।

নীনবিৰ মানুহবিলাকে উঠিব...এই প্ৰজন্মৰে সৈতে...আৰু দোষী কৰিব

বিকল্প অনুবাদ: “নীনবিৰ মানুহবিলাকে এই প্ৰজন্মক দোষী কৰিব...আৰু ঈশ্বৰে সিহঁতৰ অভিযোগ শুনিব আৰু তোমালোকক দোষী কৰিব” বা “ঈশ্বৰে নীনবিৰ মানুহবিলাকক...আৰু এই প্ৰজন্মৰ লোকবিলাকক পাপৰ কাৰণে দোষী কৰিব কিন্তু সিহঁতে মন পালটন কৰিলে আৰু তোমালোকে নকৰিলা, তেওঁ কেৱল তোমালোককহে দোষী কৰিব” (বাক্যালঙ্কাৰ চাওক)

এই প্ৰজন্ম

যীচুৱে প্ৰচাৰ কৰা সময়ত জীয়াই থকা মানুহবিলাক(প্ৰকাশভঙ্গী চাওক)

কোনোবা এজন

“কোনোবা এজন অতি গুৰুত্ত্বৰপুৰ্ণ”

Matthew 12:42

যীচুৱে অবিশ্বাসী অধ্যাপক আৰু ফৰীচীবিলাকক একেৰাহে গালি দি আছে কাৰণ তেওঁ এজন অন্ধ মানুহক আৰু এজন ভুতে ধৰা মানুহক সুস্থ কৰাত সিহঁতে তেওঁক অলৌকিক কাৰ্য্য কৰিবলৈ দাবী কৰিছিল।

দক্ষিণ দেশৰ ৰাণীয়ে উঠিব... এই প্ৰজন্মৰ মানুহবিলাকৰ সৈতে আৰু দোষী কৰিব

বিকল্প অনুবাদ: “দক্ষিণ দেশৰ ৰাণীয়ে উঠি এই প্ৰজন্মক দোষী কৰিব... আৰু ঈশ্বৰে তাইৰ অভিযোগ শুনিব আৰু তোমালোকক দোষী কৰিব” বা “ঈশ্বৰে দক্ষিণ দেশৰ মানুহবিলাকক...আৰু এই প্ৰজন্মৰ লোকবিলাকক পাপৰ কাৰণে দোষী কৰিব কাৰণ তাই চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ আহিছিল আৰু তোমালোকে মোৰ কথা নুশুনিলা, তেওঁ কেৱল তোমালোককহে দোষী কৰিব” (বাক্যালঙ্কাৰ, স্পষ্টতা আৰু সৰলতা চাওক)

দক্ষিণৰ ৰাণী

এইটোৱে চীবা দেশৰ ৰাণীক বুজাইছে, এক পৰজাতীয় ৰাজ্য(অনুবাদিত নাম, অজ্ঞাতনাম অনুবাদ চাওক)

তাই পৃথিবীৰ সিমুৰৰ পৰা আহিছিল

“তাই বৰ দুৰৰ পৰা আহিছিল”(বাক্যাংশ চাওক)

এই প্ৰজন্ম

যীচুৱে প্ৰচাৰ কৰা সময়ত জীয়াই থকা মানুহবিলাক(প্ৰকাশভঙ্গী চাওক)

কোনোবা এজন

“কোনোবা এজন অতি গুৰুত্ত্বৰপুৰ্ণ”

Matthew 12:43

যীচুৱে অবিশ্বাসী অধ্যাপক আৰু ফৰীচীবিলাকক একেৰাহে গালি দি আছে কাৰণ তেওঁ এজন অন্ধ মানুহক আৰু এজন ভুতে ধৰা মানুহক সুস্থ কৰাত সিহঁতে তেওঁক অলৌকিক কাৰ্য্য কৰিবলৈ দাবী কৰিছিল।

পানী নথকা ঠাইবোৰ

“শুকান ঠাইবোৰ” বা “কোনো মানুহ নথকা ঠাইবোৰ” (UDB চাওক)

এইটোক নাপায়

“কোনো জিৰণী নাপায়”

ই কয়

“সেই অশুচি আত্মাটোৱে কয়”

সেই ঘৰটো সৰা

পোচা আৰু সজোৱা পৰোৱা পায় বিকল্প অনুবাদ: “কোনোবাই ঘৰটো সাৰি চাফা কৰা আৰু সকলোবোৰ সজাই পৰাই থোৱা এই অশুচি আত্মাটোৱা পায়”(সক্ৰিয়তা আৰু নিস্ক্ৰিয়তা চাওক)

Matthew 12:46

যীচুৰ মাক আৰু ভায়েকবিলাক আহিপোৱাত তেওঁৰ আত্মিক পৰিয়াল বৰ্ণনা কৰিবলৈ তেওঁৰ বাবে এটা সুযোগ হ’ল।

তেওঁৰ মাক

যীচুৰ মানবীয় মাতৃ

তেওঁৰ ভায়েকবিলাক

এইটো এনে অৰ্থ হব পাৰে ১) একে বা যৌথ পৰিয়ালত থকা ভায়েকবিলাক(UDB চাওক) ২) ইস্ৰায়েলৰ ভিতৰত ঘনিষ্ঠ বন্ধু বা সহযোগীসকল।

বিচাৰি থকা

“বিচাৰি থকা”

Matthew 12:48

যীচুৰ মাক আৰু ভায়েকবিলাক আহিপোৱাত তেওঁৰ আত্মিক পৰিয়াল বৰ্ণনা কৰিবলৈ তেওঁৰ বাবে এটা সুযোগ হ’ল।

তেওঁক যিজনে তেওঁক ক’লে

“সেই ব্যক্তিজন যিজনে যীচুক তেওঁৰ মাক আৰু তেওঁ ভায়েকবিলাকে তেওঁক চাবলৈ বাহিৰত হৈ আছে বুলি কৈছিল”

মোৰ মাতৃ কোন? আৰু মোৰ ভাইবিলাক কোন?

বিকল্প অনুবাদ: “মোৰ প্ৰকৃত মা বা ভাইবিলাক কোন তাক মই তোমালোকক কওঁ।”(অলঙ্কাৰীক প্ৰশ্ন চাওক)

যিকোনোৱে

“কোনোবা এজন”